TMC has made scams its full-time business: PM Modi in Howrah
May 12th, 12:00 pm
In the fourth public meeting of the day in Howrah, PM Modi said, “The corruption of Congress and the tyranny of the Left. Combine these two, and you get - TMC. Congress, Left, and TMC have destroyed Bengal, and our Howrah bears witness to it. Howrah used to be an industrial hub earlier. But first the Left, and then TMC, brought all the industries to a halt. The readymade garment sector here is especially in a struggling phase.We will make East India the growth engine of Viksit Bharat: PM Modi in Barrackpore
May 12th, 11:40 am
Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speech in Barrackpore, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.PM Modi electrifies crowds with his speeches in Barrackpore, Hooghly, Arambagh & Howrah, West Bengal
May 12th, 11:30 am
Today, in anticipation of the 2024 Lok Sabha elections, Prime Minister Narendra Modi sparked enthusiasm and excitement among the audience with his speeches in Barrackpore, Hooghly, Arambagh and Howrah, West Bengal. Expressing gratitude to the numerous mothers and sisters in attendance, he remarked, This scene indicates a forthcoming change in Bengal. The victory of 2019 is poised to be even greater for the BJP this time around.TMC is running a mobocracy, not a republic: PM Modi in Bolpur
May 03rd, 10:45 am
Tapping into the vivacious energy of Lok Sabha Elections, 2024, Prime Minister Narendra Modi graced public meeting in Bolpur. Addressing the crowd, he outlined his vision for a Viksit Bharat while alerting the audience to the opposition's agenda of looting and piding the nation. Promising accountability, he assured the people that those responsible for looting the nation would be held to account.My life's purpose is to fulfil your dreams. I am here to serve each and every one of you: PM Modi in Bardhaman
May 03rd, 10:40 am
Tapping into the vivacious energy of Lok Sabha Elections, 2024, Prime Minister Narendra Modi graced a public meeting in Bardhaman. The PM was showered with unmatched love and admiration. Addressing the crowd, he outlined his vision for a Viksit Bharat while alerting the audience to the opposition's agenda of looting and piding the nation.PM Modi ignites Bardhaman, Krishnanagar & Bolpur in West Bengal with electrifying public rallies
May 03rd, 10:31 am
Tapping into the vivacious energy of Lok Sabha Elections, 2024, Prime Minister Narendra Modi graced public meetings in Bardhaman, Krishnanagar & Bolpur. Addressing the crowd, he outlined his vision for a Viksit Bharat while alerting the audience to the opposition's agenda of looting and piding the nation. Promising accountability, he assured the people that those responsible for looting the nation would be held to account.PM Modi's address to the people of Mizoram via VC
November 05th, 02:15 pm
Addressing the people of Mizoram via video conference, Prime Minister Narendra Modi today said, “Before 2014, people perceived the northeastern states, such as Mizoram, as distant from Delhi both physically and psychologically. The BJP recognized this sense of distance and, after coming into power as part of the NDA government in 2014, made it a priority to bridge this gap by addressing the aspirations and needs of the northeastern states.”ৰাজস্থানৰ চিত্তোৰগড়ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ
October 02nd, 11:58 am
আজি আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ দৰে দুগৰাকী প্ৰবাদপুৰুষৰ জন্ম বাৰ্ষিকীত তেওঁলোক দুয়োগৰাকীকে স্মৰণ কৰিছো। কালি, ১ অক্টোবৰত ৰাজস্থানকে ধৰি সমগ্ৰ দেশে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে মই প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীৰ
October 02nd, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মেহছানা - ভাটিন্দা - গুৰদাসপুৰ গেছ পাইপলাইন, আবু ৰোডত এইচ পি চি এলৰ এল পি জি প্লাণ্ট, আজমীৰ বটলিং প্লাণ্টত অতিৰিক্ত মজুত, আই অ’ চি এল, ৰে’লৱে আৰু পথ প্ৰকল্প, নাথদ্বাৰাত পৰ্যটনৰ সুবিধা আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন টেকন’লজী, কোটাত স্থায়ী চৌহদ।মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:15 pm
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
September 14th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।কৰ্ণাটকৰ টুমাকুৰুত ‘টুমাকুৰু ঔদোগিক টাউনশ্বিপ’ৰ আধাৰশিলা স্থাপন আৰু হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 04:20 pm
কৰ্ণাটক সাধু সন্ন্যাসীৰ পবিত্ৰ ভূমি। ৰাজ্যখনে আধ্যাত্মিকতা, জ্ঞান আৰু বিজ্ঞানৰ ভাৰতীয় পৰম্পৰাক শক্তিশালী কৰি তুলিছে। ইয়াত টুমাকুৰুৰ বিশেষ ভূমিকা আছে। ইয়াত সিদ্ধগংগা মঠে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পণ্ডিত শিৱকুমাৰ স্বামীজীৰ 'অন্ন, অক্ষৰ আৰু আশ্ৰয়' - এই ত্ৰিবিধ দশোহা আগবঢ়াই লৈ গৈছে শ্ৰী সিদ্ধলিংগ মহাস্বামীয়ে। শ্ৰদ্ধাৰ সন্ন্যাসী আৰু সাধুসকলক প্ৰণাম জনাইছো। একে সময়তে শ্ৰী চিদাম্বৰ আশ্ৰম আৰু গুব্বিত ভগৱান চন্নবাসৱেশ্বৰক নমস্কাৰ।টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ
February 06th, 04:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তদুপৰি তেওঁ টুমাকুৰুৰ টিপটুৰ আৰু চিক্কানায়াকানাহল্লীত টুমাকুৰু ঔদ্যোগিক টাউনশ্বিপ আৰু দুটা জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰ সুবিধা পৰিদৰ্শন কৰাৰ লগতে আৰু গাঁথনি হেংগাৰ আৰু লাইট ইউটিলিটি হেলিকপ্টাৰ উন্মোচন কৰে৷অৰ্থনৈতিক সমীক্ষাই ভাৰতৰ বিকাশৰ পথৰ ব্যাপক বিশ্লেষণ উপস্থাপন কৰিছে: প্ৰধানমন্ত্ৰী
January 31st, 07:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক সমীক্ষা ২০২২-২৩ শ্বেয়াৰ কৰিছে।Cabinet approves Multi-State Cooperative Organic Society
January 11th, 03:40 pm
Cabinet approved a historic decision of setting up and promoting a national level cooperative society for organic products under the Multi State Cooperative Societies (MSCS) Act, 2002. The cooperative society will manage various activities related to organic sector by providing certified and authentic organic products. It will help in unlocking demand and consumption potential of organic products in domestic as well as in global markets.কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 10th, 10:31 am
'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing
September 10th, 10:30 am
PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.For us, MSME means- Maximum Support to Micro Small and Medium Enterprises: PM Modi
June 30th, 10:31 am
PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.