বিশ্বকৰ্মা জয়ন্তী উপলক্ষে আই টি আইৰ কৌশল দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
September 17th, 04:54 pm
আজি একবিংশ শতিকাত আগবাঢ়ি গৈ আমাৰ দেশত এক নতুন ইতিহাসৰ সৃষ্টি হৈছে। প্ৰথমবাৰৰ বাবে আইটিআইৰ ৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ কৌশল দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তেও ৪০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আমাৰ সৈতে সংযোগ স্থাপন কৰিছে। আপোনালোক সকলোকে কৌশল দীক্ষান্ত সমাৰোহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিও এক অতি শুভ অনুষ্ঠান। আজি ভগৱান বিশ্বকৰ্মাৰ ওপজা দিনো। কি এক আচৰিত কাকতলীয়া কাকতলীয়া কথা যে বিশ্বকৰ্মা জয়ন্তীৰ শুভ উপলক্ষে সংঘটিত হৈছে দক্ষতাৰে নতুনত্বৰ পথত আপোনালোকৰ প্রথম খোজ দিয়া কৌশল দীক্ষান্ত সমাৰোহ! মই নিশ্চিতভাৱে ক’ব পাৰো যে আপোনাৰ আৰম্ভণি যিমানেই সুখদায়ক নহওক কিয়, আপোনাৰ ভৱিষ্যতৰ যাত্ৰাও অধিক সৃষ্টিশীল হ’ব। আপোনালোকৰ লগতে সমূহ দেশবাসীলৈ ভগৱান বিশ্বকৰ্মা জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কৌশল দীক্ষান্ত সমাৰোহ সম্বোধন প্ৰধানমন্ত্ৰীৰ
September 17th, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম কৌশল দীক্ষান্ত সমাৰোহত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰায় ৪০ লাখ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে।The growing number of women entrepreneurs is a blessing for our society: PM Modi
September 07th, 03:31 pm
Prime Minister Narendra Modi interacted with numerous women of various Self-Help Groups during their ‘Mahila Sammelan’ in Aurangabad, Maharashtra today. On this occasion, PM Modi also distributed the 8th crore gas connection to a woman under the Ujjwala Yojana.নিৰ্ধাৰিত সময়ৰ ৭ মাহৰ পূৰ্বেই উজ্জ্বলা যোজনাৰ অধীনত ৮ কোটি লোকক ৰন্ধন গেছ সংযোগৰ সফলতা অৰ্জন কৰা হৈছে
September 07th, 03:30 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ঔৰংগবাদত মহাৰাষ্ট্ৰ ৰাজ্যিক গ্রামীণ জীৱিকা মিচনৰ দ্বাৰা আয়োজিত আত্মসহায়ক গোটসমূহৰ আর্থিক দিশত স্বাৱলম্বী মহিলাসকলৰ অনুষ্ঠান ‘মহিলা সবলীকৰণত মেলা’ত ভাষণ আগবঢ়ায়৷PM's remarks at the Launch of "Skill India"
July 15th, 08:50 pm
Text of PM's remarks at the Launch of "Skill India"
July 15th, 08:33 pm