AAP-da's sinking ship will drown in Yamuna Ji: PM Modi in Kartar Nagar, Delhi

AAP-da's sinking ship will drown in Yamuna Ji: PM Modi in Kartar Nagar, Delhi

January 29th, 01:16 pm

PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”

PM Modi’s power-packed rally in Kartar Nagar ignites BJP’s campaign

PM Modi’s power-packed rally in Kartar Nagar ignites BJP’s campaign

January 29th, 01:15 pm

PM Modi today, addressed a massive crowd in Kartar Nagar, declared that Delhi had rejected excuses, fake promises, and deception. He asserted that the city demanded a double-engine BJP government focused on welfare and development, ensuring housing, modernization, piped water, and an end to the tanker mafia. Confident of victory, he proclaimed, On February 5th, AAP-da Jayegi, BJP Aayegi!”

PM congratulates Indore and Udaipur on joining the list of 31 Wetland Accredited Cities in the world

PM congratulates Indore and Udaipur on joining the list of 31 Wetland Accredited Cities in the world

January 25th, 05:52 pm

The Prime Minister Shri Narendra Modi today congratulated Indore and Udaipur on joining the list of 31 Wetland Accredited Cities in the world. He remarked that this recognition reflects India’s strong commitment to sustainable development and nurturing harmony between nature and urban growth.

প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 24th, 11:30 am

মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।

৩০৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ নিৰ্মাণ প্ৰকল্পলৈ অনুমোদন জনাইছে কেবিনেটে: মুম্বাই আৰু ইন্দোৰ দুই মুখ্য বাণিজ্যিক কেন্দ্ৰৰ মাজত আটাইতকৈ চুটি ৰে'ল সংযোগ প্ৰদান কৰিব

September 02nd, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটি’য়ে ৰে'ল মন্ত্ৰালয়ৰ অধীনত মুঠ ১৮,০৩৬ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষ নতুন ৰে'লপথ নিৰ্মাণ প্ৰকল্পলৈ অনুমোদন জনাইছে। ইন্দোৰ আৰু মনমাড়ৰ মাজত প্ৰস্তাৱিত নতুন ৰে'লপথটোৱে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰাৰ লগতে গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰে'লৰ বাবে বৰ্ধিত সামৰ্থ্য আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ, যি অঞ্চলটোৰ লোকসকলক অঞ্চলটোত ব্যাপক উন্নয়নৰ দ্বাৰা আত্মনিৰ্ভৰ কৰি তেওঁলোকৰ নিযুক্তি/স্ব নিয়োজনৰ সুযোগ বৃদ্ধি কৰিব।

ইন্দোৰত 'মজদুৰোঁ কা হিট মজদুৰোঁ কো সমৰ্পিত' কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

December 25th, 12:30 pm

মধ্য প্ৰদেশৰ শক্তিশালী মুখ্যমন্ত্ৰী ডাঃ মোহন যাদৱ জী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা দীৰ্ঘদিন ইন্দোৰত সেৱা আগবঢ়োৱা, আমাৰ সকলোৰে মাতৃ সুমিত্ৰা তাই, সংসদৰ মোৰ সহযোগীসকল, বিধানসভালৈ নৱনিৰ্বাচিত বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ প্ৰিয় শ্ৰমিক ভাই আৰু ভগ্নীসকল,

'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে

December 25th, 12:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ প্ৰাপ্য পৰিহিত তথ্য সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ ইন্দোৰৰ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিক সংঘৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিছে। শ্ৰী মোদীয়ে খাৰগোন জিলাত এটা ৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।

২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু হুকুমচান্দ মিলৰ কৰ্মীসকলৰ প্ৰাপ্য পৰিশোধ সম্পৰ্কীয় চেক হস্তান্তৰ কৰিব

December 24th, 07:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰ, ২০২৩ তাৰিখে দুপৰীয়া ১২ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ইন্দোৰৰ ‘হুকুমচান্দ মিলৰ শ্ৰমিক সংঘ’ৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক ‘হুকুমচান্দ মিল’ৰ কৰ্মীসকলৰ প্ৰাপ্য পৰিমাণ সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ প্ৰদান কৰিব। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিব। এই উপলক্ষে অনুষ্ঠানটোত সমবেত সকলক প্ৰধানমন্ত্ৰীয়ে সম্বোধনো কৰিব।

৫ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 04th, 09:14 am

প্ৰায় ১১:১৫ বজাত ৰাজস্থানৰ যোধপুৰত প্ৰধানমন্ত্ৰীয়ে পথ, ৰে’ল, বিমান পৰিবহণ, স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ দৰে খণ্ডত প্ৰায় ৫,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত উপস্থিত হ’ব, য’ত তেওঁ পথ, ৰে’ল, গেছ পাইপলাইন, গৃহ নিৰ্মাণ আৰু বিশুদ্ধ খোৱাপানীৰ সৈতে জড়িত ১২,৬০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা কৰিব৷

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীযা অনুবাদ

October 02nd, 09:07 pm

এই ভূমি সাহস, আত্মা, সামৰিক গৌৰৱ, সংগীত, ৰুচি আৰু আত্মাৰ প্ৰতীক। গোৱালিয়ৰে দেশক বহু বিপ্লৱী বীৰ দিছে। গোৱালিয়ৰ– চম্বলে দেশ ৰক্ষাৰ বাবে আমাৰ সেনাবাহিনীক বহু বীৰ পুত্ৰ দিছে। গোৱালিয়ৰে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু নেতৃত্বৰো নতুন ৰূপ দিছিল।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

October 02nd, 03:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দিল্লী-বদোদৰা এক্সপ্ৰেছৱে, পিএমএৱাইৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰৱেশ আৰু পিএমএৱাই-নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ উৎসৰ্গা, জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন, আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত ৯ টা স্বাস্থ্য কেন্দ্ৰ, আইআইটি ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গা আৰু চৌহদত হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন আৰু ইন্দোৰত এখন মাল্টি-মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা।

মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 12:15 pm

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

September 14th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।

Skilling, re-skilling and up-skilling are the mantras for the future workforce: PM Modi

July 21st, 09:06 am

PM Modi addressed the G20 Labour and Employment Ministers Meet in Indore, Madhya Pradesh via video message. PM Modi emphasized skilling the workforce with the use of advanced technologies and processes and said that skilling, re-skilling and up-skilling are the mantras for the future workforce. He gave examples of India’s ‘Skill India Mission’ making this a reality, and ‘Pradhan Mantri Kaushal Vikas Yojana’ which has trained more than 12.5 million of India’s youth so far.

‘জি-২০ শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰীমণ্ডলীৰ বৈঠক’ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে

July 21st, 09:05 am

ইন্দোৰলৈ বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ঐতিহাসিক আৰু জীৱন্ত চহৰখনে ইয়াৰ সমৃদ্ধ ৰন্ধন পৰম্পৰাক লৈ গৌৰৱ কৰে, আৰু আশা প্ৰকাশ কৰে যে বিশিষ্ট ব্যক্তিসকলে চহৰখনৰ সকলো ৰং আৰু সোৱাদ উপভোগ কৰিব পাৰিব।

পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে

June 27th, 10:17 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।

নেপালৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি

June 01st, 12:00 pm

প্ৰথমে প্ৰধানমন্ত্ৰী প্ৰচন্দ জী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছো। মোৰ মনত আছে, যে ৯ বছৰ আগতে ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ তিনিমাহৰ ভিতৰতে মই প্ৰথমবাৰৰ বাবে নেপাল ভ্ৰমণ কৰিছিলো। সেই সময়ত মই ভাৰত-নেপাল সম্পৰ্ক, HIT- Highways, I-ways, আৰু Trans-ways ৰ বাবে HIT সূত্ৰ এটা দিছিলোঁ। মই কৈছিলোঁ যে আমি ভাৰত আৰু নেপালৰ মাজত এনে সংযোগ স্থাপন কৰিম যাতে আমাৰ সীমান্ত আমাৰ মাজত বাধা হৈ নাযায়। ট্ৰাকৰ সলনি পাইপলাইনৰ জৰিয়তে তেল ৰপ্তানি কৰিব লাগে। ভাগ কৰা নদীৰ ওপৰেৰে দলং নিৰ্মাণ কৰিব লাগে। নেপালৰ পৰা ভাৰতলৈ বিদ্যুৎ ৰপ্তানিৰ সুবিধা সৃষ্টি কৰিব লাগে।

ইন্দোৰত সংঘটিত দুৰ্ঘটনাত পতিতসকললৈ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

March 30th, 07:21 pm

ইন্দোৰত সংঘটিত দুৰ্ঘটনাত হতাহতসকলৰ বাবে ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ইণ্ডোৰত পথ দূৰ্ঘটনাক লৈ দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

March 30th, 02:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোৰত পথ দূৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে কথা পাতিছে আৰু শেহতীয়া পৰিস্থিতৰ বুজ লৈছে৷

মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত ১৭ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসৰ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 09th, 12:00 pm

প্ৰবাসী ভাৰতীয় দিৱসৰ অধিৱেশনত সমবেত গায়ানাৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ ইৰফান আলী জী, চুৰিনামৰ ৰাষ্ট্ৰপতি শ্ৰী চন্দ্ৰিকাপেৰছাদ সন্তখী জী, মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ জী, আন-আন কেবিনেট সতীৰ্থ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল!