ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলায়মৰ মহা কুম্বাবিষেকমত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 02nd, 02:45 pm
মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ সন্মানীয় গণ্যমান্য ব্যক্তি, পুৰোহিত আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয় সদস্যসকল, ইণ্ডোনেছিয়া আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাগৰিক যিসকল এই পবিত্ৰ অনুষ্ঠানটোৰ অংশ, আৰু এই ঐশ্বৰিক আৰু ভৱিষ্যৎ মন্দিৰটোক বাস্তৱত পৰিণত কৰা সকলো প্ৰতিভাৱান শিল্পীবৃন্দ!ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 02nd, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ জাকাৰ্টাত শ্ৰী সনাতন ধৰ্ম আলয়মৰ মহা কুম্ভ-অভিষেখমৰ সময়ত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে। তেওঁ মহামহিম ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ানটো, মুৰুগান মন্দিৰ ট্ৰাষ্টৰ অধ্যক্ষ পা হাছিম, পৰিচালন ট্ৰাষ্টী ড° কোবালান, তামিলনাডু আৰু ইণ্ডোনেছিয়াৰ গণ্যমান্য ব্যক্তি, পূজাৰী আৰু আচাৰ্য, প্ৰবাসী ভাৰতীয়, ইণ্ডোনেছিয়া আৰু অন্যান্য দেশৰ এই শুভ অনুষ্ঠানৰ অংশ হিচাপে থকা সকলো নাগৰিক আৰু এই দিব্য ভব্য মন্দিৰৰ নিৰ্মাণক মূৰ্ত ৰূপ দিয়া সকলো প্ৰতিভাশালী কলাকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে ৷এই সপ্তাহত বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত
January 29th, 12:34 pm
এই সপ্তাহত ভাৰতে বিদেশী বিনিয়োগ বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পোষকতাৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিগত আৰু প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিলৈকে কেইবাটাও দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বৈশ্বিক ক্ষেত্ৰখনত ভাৰতে নিজৰ ক্ৰমবৰ্ধমান ভূমিকাত গুৰুত্ব আৰোপ কৰি আহিছে। এই সপ্তাহত ভাৰতে বিশ্বজুৰি অৰ্জন সাফল্যৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক।ভাৰতে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস
January 26th, 12:30 pm
কৰ্তব্য পথত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত ভাৰতৰ ঐক্য, শক্তি আৰু ঐতিহ্য প্ৰদৰ্শন কৰা হয়। ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ৱ' ছুবিয়ানটোও উপস্থিত আছিল। সশস্ত্ৰ বাহিনীৰ মাৰ্চিং দলসমূহে অনুশাসন আৰু বীৰত্ব প্ৰদৰ্শন কৰাৰ বিপৰীতে সজীৱ সাংস্কৃতিক প্ৰদৰ্শনে ভাৰতৰ চহকী বৈচিত্ৰ্যক উজ্জ্বল কৰি তোলে। ভাৰতীয় বায়ুসেনাৰ শ্বাসৰুদ্ধকৰ ফ্লাইপাষ্টে দৰ্শকক মোহিত কৰি তুলিলে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা লোকসকলক শুভেচ্ছাও জ্ঞাপন কৰে।ফলাফলৰ তালিকা - ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ (২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰী, ২০২৫)
January 25th, 08:54 pm
ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ইণ্ডোনেছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য সহযোগিতাৰ বুজাবুজি চুক্তি।ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টোক আদৰণি জনাই ভাৰতে সন্মানিত বোধ কৰিছে: প্ৰধানমন্ত্ৰী
January 25th, 05:48 pm
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী প্ৰবোও চুবিয়েন্তোক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া হৈছে আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল প্ৰসংগ আৰু ভাৰতে ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’-সদস্য পদক আদৰণি জনাইছে।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
January 25th, 01:00 pm
ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত, ইণ্ডোনেছিয়া আমাৰ মুখ্য অতিথি দেশ আছিল। আৰু এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যেতিয়া আমি গণতন্ত্ৰৰ ৭৫ বছৰ উদযাপন কৰি আছোঁ, সেই সময়ত ইণ্ডোনেছিয়া আকৌ এবাৰ, এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হৈছে। এই উপলক্ষে, মই ৰাষ্ট্ৰপতি প্ৰবোৱোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
November 19th, 06:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে ইণ্ডোনেছিয়াৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই প্ৰবোও চুবিয়েণ্টোক সাক্ষাৎ কৰে। এয়া দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।PM receives a call from Indonesian President-elect, leaders discuss strategic partnership
June 20th, 01:07 pm
The Prime Minister, Shri Narendra Modi, today received a call from President-elect Prabowo Subianto of Indonesia.ইণ্ডোনেছিয়াৰ জনসাধাৰণ আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰাবোও ছুবিয়ানটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
February 18th, 08:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ জনসাধাৰণক সফল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অভিনন্দন জনায়, লগতে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটোলৈকো অভিনন্দন জ্ঞাপন কৰে।অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
September 07th, 01:28 pm
“ইষ্ট এছিয়া সন্মিলন”ত পুনৰবাৰ অংশগ্ৰহণ কৰাটো মোৰ বাবে আনন্দৰ বিষয়। ৰাষ্ট্ৰপতি উইডোডোৰ অভূতপূৰ্ব আচৰণৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছো। তদুপৰি, এই বৈঠকত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা মই টিমৰ লেষ্টেৰ প্ৰধানমন্ত্ৰী মহামহিম চেনানা গুজমাওক আদৰণি জনাইছো।২৩সংখ্যক আছিয়ান- ভাৰত সন্মিলন আৰু অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
September 07th, 11:47 am
আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ইয়াৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছিয়ান নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ মূল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ পদক্ষেপ আৰু অঞ্চলটোত আছিয়ানৰ দৃষ্টিভংগীৰ অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বিংশতম আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ
September 07th, 10:39 am
ইয়াক প্ৰেক্ষাপটত ভাৰত-আছিয়ান সন্মিলনৰ যুটীয়া অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা।ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
September 06th, 06:26 pm
মই প্ৰথমে ২০ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰিম। এতিয়া চতুৰ্থ দশকত ভৰি দিয়া আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ পথ সম্পৰ্কে আছিয়ানৰ নেতাসকলৰে আলোচনা কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ। আছিয়ানৰ সৈতে সংযোগ ভাৰতৰ “এক্ট ইষ্ট” নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। যোৱা বছৰ স্বাক্ষৰিত বিস্তৃত কৌশলগত অংশীদাৰিত্বই আমাৰ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছে।ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে (ছেপ্টেম্বৰ ০৬-০৭, ২০২৩)
September 02nd, 07:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াই আয়োজিত কৰা ২০ সংখ্যক ‘আছিয়ান-ভাৰত সন্মিলন’ আৰু ১৮ সংখ্যক ‘পূব এছিয়া সন্মিলন’ত ‘আছিয়ান’ৰ বৰ্তমানৰ অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰিব। ২০২২ চনত ‘ভাৰত-আছিয়ান সম্পৰ্ক’ক এক ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰাৰ পিছত আগন্তুক ‘আছিয়ান-ভাৰত সন্মিলন’ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব। এই সন্মিলনত ভাৰত-আছিয়ান সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে পৰস্পৰৰ মাজৰ সহযোগিতাৰ ভৱিষ্যতৰ দিশসমূহ নিৰ্দিষ্ট কৰা হ'ব। ‘পূব এছিয়া সন্মিলন’-য়ে আছিয়ান দেশসমূহৰ নেতাসকল আৰু ভাৰতকে ধৰি ইয়াৰ আঠোটা আলোচনা-অংশীদাৰক আঞ্চলিক আৰু গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব।প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবে জি-২০ দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মগোটৰ তৃতীয় বৈঠকত ভাষণ দিয়ে
July 24th, 07:48 pm
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবগৰাকীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত গান্ধীনগৰত প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হোৱাৰ কথা স্মৰণ কৰি তাৰ পিছৰ পৰা সংঘটিত হোৱা জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অভূতপূৰ্ব দুৰ্যোগৰ কথা আঙুলিয়াই দিয়ে। তেওঁ সমগ্ৰ উত্তৰ গোলাৰ্ধক আগুৰি ধৰা বিশাল গৰমৰ ঢৌ, কানাডাত বনাঞ্চলৰ জুই আৰু তাৰ পিছত উত্তৰ আমেৰিকাৰ বিভিন্ন অঞ্চলৰ চহৰসমূহক প্ৰভাৱিত কৰা কুঁৱলী, ভাৰতৰ পূব আৰু পশ্চিম উপকূলত ডাঙৰ ঘূৰ্ণীবতাহৰ কাৰ্যকলাপৰ উদাহৰণ দিয়ে। প্ৰধান সচিবগৰাকীয়ে দিল্লীয়ে ৪৫ বছৰৰ ভিতৰত আটাইতকৈ ভয়াৱহ বানপানীৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰে।ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ
November 22nd, 01:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক আৰু বেদনা প্ৰকাশ কৰিছে। তেখেতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি দুখৰ এই মুহূৰ্তত ভাৰত ইণ্ডোনেছিয়াৰ সমভাগী হৈছে বুলি কয়।Prime Minister's meeting with the Prime Minister of Australia on the sidelines of G-20 Summit in Bali
November 16th, 02:51 pm
Prime Minister Narendra Modi met Prime Minister Anthony Albanese of Australia on the sidelines of the G-20 Summit in Bali. They reviewed the progress made in deepening cooperation across a perse range of sectors, including defence, trade, education, clean energy and people-to-people ties.