অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা তৰ্জমা
May 24th, 06:41 am
মোৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোক আৰু মোৰ প্ৰতিনিধিদলক প্ৰদান কৰা আতিথ্য আৰু সন্মানৰ বাবে মই অষ্ট্ৰেলিয়াৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী এলবানিজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী এলবানিজৰ ভাৰত ভ্ৰমণৰ দুমাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছোঁ। যোৱা এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ
March 10th, 12:50 pm
প্রথমেই প্রধানমন্ত্রী আলবানিজক প্ৰথম ভাৰত ভ্রমণলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ৷ যোৱা বছৰ দুয়োখন দেশে প্ৰধানমন্ত্ৰী পৰ্যায়ত বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। আৰু প্ৰধানমন্ত্ৰী আলবানিজৰ এই ভ্ৰমণৰ লগে লগে ইয়াৰ আৰম্ভণি ঘটিল। হোলীৰ দিনা তেওঁ ভাৰতত উপস্থিত হৈছিল আৰু তাৰ পিছত আমি ক্ৰিকেট খেলপথাৰত একেলগে কিছু সময় কটালোঁ। ৰং, সংস্কৃতি আৰু ক্ৰিকেটৰ এই উদযাপন এক প্ৰকাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বন্ধুত্বৰ উৎসাহ আৰু মনোভাৱৰ এক নিখুঁত প্ৰতীক।যুটীয়া সংবাদ মেলত ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
March 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী মেলোনীৰ প্ৰথম ভাৰত যাত্ৰাত, মই তেওঁৰ আৰু তেওঁৰ প্ৰতিনিধিক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছো। যোৱা বছৰৰ নিৰ্বাচনত ইটালীৰ নাগৰিকসকলে তেওঁক প্ৰথম মহিলা তথা সবাতোকৈ যুৱ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। এই ঐতিহাসিক প্ৰাপ্তিত মই তেওঁক সকলো ভাৰতবাসীৰ ফালৰ পৰা বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছো। তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ কেইদিনমানৰ পিছতেই বালীত জি-20 ছামিটৰ সময়ত আমাৰ প্ৰথম বৈঠক হৈছিল।গুজৰাটৰ গান্ধীনগৰত মহাত্মা গান্ধী সমাৰোহ আৰু প্ৰদৰ্শনী কেন্দ্ৰত ডেফএক্সপ’, ২২ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 19th, 10:05 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, গুজৰাট চৰকাৰৰ মন্ত্ৰী জগদীশ ভাই, মন্ত্ৰীপৰিষদৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল, চিডিএছ জেনেৰেল অনিল চৌহান জী, বায়ু সেনাৰ মুৰব্বী এয়াৰ শ্বীফ মাৰ্ছেল বি আৰ চৌধৰী, নৌ সেনাৰ মুৰব্বী এডমাইৰেল আৰ. হৰিকুমাৰ, স্থল সেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, অন্যান্য বিশিষ্ট ব্যক্তিসকল, বিদেশৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ-পুৰুষ মহিলাসকল,PM inaugurates DefExpo22 at Mahatma Mandir Convention and Exhibition Centre in Gandhinagar, Gujarat
October 19th, 09:58 am
PM Modi inaugurated the DefExpo22 at Mahatma Mandir Convention and Exhibition Centre in Gandhinagar, Gujarat. PM Modi acknowledged Gujarat’s identity with regard to development and industrial capabilities. “This Defence Expo is giving a new height to this identity”, he said. The PM further added that Gujarat will emerge as a major centre of the defence industry in the coming days.আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধনী ভাষণ
May 24th, 05:29 pm
Mr. President, আপোনাৰ সৈতে লগ হৈ সদায়ে বহুত আনন্দ হয়। আজি আমি আৰু এক সকাৰাত্মক আৰু উপযোগী Quad Summit তো একেলগে ভাগ লওঁ।ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটিৰ উদ্বোধনী কাৰ্য্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 23rd, 02:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ত ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰচপাৰিটি (IPEF) ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম জোচেফ আৰ. বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম কিশিদা ফুমিঅ’কে প্ৰমুখ্য কৰি অষ্ট্ৰেলিয়া, ব্ৰুনাই, ইণ্ডোনেছিয়া, কোৰিয়া গণৰাজ্য, মালয়েছিয়া, নিউজিলেণ্ড, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি অংশীদাৰ দেশৰ নেতাসকলে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰে।