এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে হোৱা বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 10th, 06:25 pm
এয়া এক ভাল লগা কাকতালীয় ঘটনা যে ১৯৫১ চনত এইডোখৰ স্থানত, এইখন ষ্টেডিয়ামতে প্ৰথমবাৰৰ বাবে ‘এছিয়ান গে’মছ’ অনুষ্ঠিত হৈছিল। আজি, আপোনালোকৰ লগতে সকলো খেলুৱৈয়ে যি পৰাক্ৰম দেখুৱালে, আপোনালোকে যি পুৰুষাৰ্থ দেখুৱলে, আপোনালোকে যি সাফল্য সম্ভৱ কৰি দেখুৱালে তাৰ বাবে দেশৰ প্ৰতিটো কোণত এক উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ১০০ তকৈয়ো অধিক পদক জয় কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি দিছিল। ‘এছিয়ান গে’মছ’ত আপোনালোক সকলো খেলুৱৈৰ প্ৰদৰ্শনক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে।এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে
October 10th, 06:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চাঁদ ষ্টেডিয়ামত এছিয়ান গেমছ ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলক সম্বোধন কৰে। তেওঁ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰে। ভাৰতে এছিয়ান গেমছ ২০২২ত ২৮টা সোণৰ পদকসহ ১০৭টা পদক লাভ কৰে আৰু ই হৈছে মহাদেশীয় মাল্টি স্পৰ্ট ইভেণ্টত লাভ কৰা মুঠ পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।PM Modi addresses the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad
September 26th, 07:53 pm
Addressing the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad, Prime Minister Narendra Modi hailed the passage of the Nari Shakti Vandan Adhiniyam, seeking to reserve 33% of seats in Lok Sabha and state Assemblies for women. Speaking to the women in the event, PM Modi said, “Your brother has done one more thing in Delhi to increase the trust with which you had sent me to Delhi. Nari Shakti Vandan Adhiniyam, i.e. guarantee of increasing representation of women from Assembly to Lok Sabha.”ভাৰতীয় মহিলা ক্ৰিকেট দলে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰাৰ ক্ষণত প্ৰধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ
September 25th, 04:21 pm
প্ৰধানমন্ত্ৰীয়ে কয়, “এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে স্বৰ্ণ পদক লাভ কৰি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। দেশে তেওঁলোকৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে। দেশৰ কন্যাসকলে তেওঁলোকৰ প্ৰতিভা, ইচ্ছা, কৌশল আৰু দলীয় প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পতাকা গৌৰৱেৰে উৰুৱাই আছে। তোমালোকৰ সফলতাত অভিনন্দন।”PM congratulates Indian women's blind cricket team for winning the Gold at the IBSA World Games
August 26th, 10:29 pm
The Prime Minister, Shri Narendra Modi has congratulated Indian women's blind cricket team for winning the Gold at the IBSA World Games.'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱে আমাৰ জাতিটোক শক্তিশালী কৰে: 'মন কি বাত'ত প্ৰধানমন্ত্ৰী মোদী
March 26th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, মন কী বাতত, আমি হাজাৰ হাজাৰ লোকৰ কথা উল্লেখ কৰিছো যিসকলে আনৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে। বহুতো লোক আছে যিয়ে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চন কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিছে... কিছুমানে তেওঁলোকৰ গোটেই জীৱনৰ উপাৰ্জন পৰিৱেশ আৰু জীৱৰ বাবে উৎসৰ্গা কৰিছে। আমাৰ দেশত, নিস্বাৰ্থ দান, পৰমাৰ্থক ইমান উচ্চ স্থান দিয়া হৈছে যে মানুহে আনৰ সুখৰ বাবে তেওঁলোকৰ সকলো দান কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেয়েহে সৰুৰে পৰা আমাক শিৱি আৰু দাধিচীৰ কাহিনী বৰ্ণনা কৰা হয়, যিয়ে তেওঁলোকৰ নশ্বৰ দেহ দান কৰিছিল।ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 18th, 11:17 pm
ইণ্ডিয়া টুডে কনক্লেভত আমাৰ সৈতে থকা সকলো গণ্যমান্য ব্যক্তিক শুভেচ্ছা জনাইছো! ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা ভাৰত আৰু বিদেশৰ দৰ্শক আৰু পঢ়ুৱৈসকলক শুভেচ্ছা জনাইছো। মই এইটো দেখি আনন্দিত যে এই সন্মিলনৰ বিষয়বস্তু হৈছে - দ্য ইণ্ডিয়া মোমেন্ট। আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ, বিশ্লেষক, চিন্তাবিদসকলে সমস্বৰে কৈছে যে এইটো ভাৰতৰ মুহূৰ্ত। কিন্তু যেতিয়া ইণ্ডিয়া টুডে গোটে এই আশাবাদ প্ৰদৰ্শন কৰে, ই 'অতিৰিক্ত বিশেষ'। অৱশ্যে, মই ২০ মাহ পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো - এইটো সময়, সঠিক সময়। কিন্তু এই স্থিতিত উপনীত হ'বলৈ ২০ মাহ সময় লাগিছিল। তেতিয়াও আত্মা একে আছিল – এয়া হৈছে ভাৰতৰ মুহূৰ্ত।ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 18th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন কৰে।‘মহিলাৰ এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 15th, 07:19 pm
‘সপ্তম মহিলা এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাৰ বাবে মহিলা ক্ৰিকেট দলৰ সদস্যসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
August 08th, 08:20 am
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 28th, 11:30 am
২৮.০৩.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৫তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰGST demonstrates the strength of our country: PM Narendra Modi during Mann Ki Baat
July 30th, 11:01 am
During Mann Ki Baat, PM Modi termed GST as ‘Good and Simple Tax’ that was bringing a positive change in the country’s economy at a fast pace. The PM appreciated cooperation between States & Centre in smooth rollout of GST. The PM spoke about Non-Cooperation movement, 75 years of Quit India movement & role of greats in India’s freedom struggle. He also expressed concern about floods in several parts of the country & urged authorities to step up relief operations.Social Media Corner 28 July 2017
July 28th, 07:38 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM interacts with Indian Women’s Cricket Team
July 27th, 09:19 pm
PM Modi interacted with the players and officials of the Indian Women’s Cricket Team that recently participated in the Women’s Cricket World Cup. Noting that India’s daughters have made the nation proud in many international sporting events, the Prime Minister said that the society is benefiting from the progress that women are making in various fields.Social Media Corner 23 July 2017
July 23rd, 08:20 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM conveys his best wishes to women's cricket team for the World Cup finals
July 23rd, 04:23 pm
PM Narendra Modi took to Twitter to convey his best wishes to the Indian women's cricket team, which is playing in the World Cup Final against England. As our women's cricket team plays the World Cup finals today, I join the 125 crore Indians in wishing them the very best! PM Modi said in a tweet.Social Media Corner 4th December
December 04th, 12:40 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!