১০৮তম ভাৰতীয় বিজ্ঞান কংগ্ৰেছ (আইএছচি)ত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 10:40 am
আপোনালোক সকলোকে 'ইণ্ডিয়ান ছাইঞ্চ কংগ্ৰেছ'ৰ আয়োজনৰ বাবে বহুত বহুত অভিনন্দন। অহা ২৫ বছৰত ভাৰত যি উচ্চতাত থাকিব, তাত ভাৰতৰ বৈজ্ঞানিক শক্তিৰ ভূমিকা বহুত মহত্বপূৰ্ণ হ'ব। ছাইঞ্চত Passionৰ সৈতে যেতিয়াই দেশৰ সেৱাৰ সংকল্প সংযুক্ত হয়, তেতিয়া পৰিণতিও অভূতপূৰ্ব হয়। মোৰ বিশ্বাস আছে, ভাৰতৰ ছাইণ্টিফিক কমিউনিটিয়ে ভাৰতক ২১শ শতিকাত সেই লক্ষ্য আহৰণ কৰাব, যাৰ ই সদায়েই যোগ্য। মই এই বিশ্বাসৰ কাৰণো আপোনালোকক ক'ব খোজো। আপোনালোকেও জানে যে Observation বিজ্ঞানৰ মূল আধাৰ। Observationৰ জৰিয়তে আপোনালোক বৈজ্ঞানিকে patterns ফলো কৰে, পুনৰ সেই patternsক analyse কৰাৰ পাছত কোনো পৰিণতিত উপনীত হয়।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ প্ৰদান কৰে
January 03rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ প্ৰদান কৰে। এই বছৰৰ আইএছচিৰ কেন্দ্ৰবিন্দু বিষয় হৈছে মহিলা সশক্তিকৰণৰ সৈতে বহনক্ষম বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি যিয়ে বহনক্ষম উন্নয়ন, মহিলা সৱলীকৰণ আৰু ইয়াক প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত আলোচনা কৰিব।৩ জানুৱাৰীত ‘১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ’ত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
January 01st, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ জানুৱাৰী, ২০২২ৰ দিনা পুৱা ১০.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছ’(আইএছচি)ত ভাষণ প্ৰদান কৰিব।১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ মুকলি সভাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 03rd, 10:51 am
বন্ধুসকল, পোন প্ৰথমে আপোনালোকক ২০২০ বৰ্ষৰ শুভেচ্ছা জনালো৷ এই বৰ্ষটো যেন আপোনালোকৰ বাবে উন্নতি তথা গৱেষণাগাৰৰ বাবে উদ্ভাৱনৰ বৰ্ষ হওক, তাৰেই কামনা কৰিছো৷ নতুন বৰ্ষ তথা নতুন দশকৰ আৰম্ভণিতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে জড়িত মোৰ প্ৰথমটো কাৰ্যসূচীয়ে মোক আনন্দিত কৰি তুলিছে৷ যোৱাবাৰ মই যেতিয়া বেংগালুৰুলৈ আহিছিলো তেতিয়া দেশবাসীৰ চকু চন্দ্ৰযান-২ত নিৱদ্ধ আছিল৷ সেই সময়, যিধৰণে আমাৰ দেশে বিজ্ঞানক উদযাপন কৰিছিল, আমাৰ মহাকাশ কাৰ্যসূচী আৰু আমাৰ বিজ্ঞানীসকলৰ শক্তি সদায়েই মোৰ স্মৃতিৰ মণিকোঠাত জীয়াই থাকিব৷প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ
January 03rd, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুৰ ইউনিভাৰ্ছিটী অব্ এগ্ৰিকালচাৰেল ছায়েন্সেত ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ (আইএছচি) মুকলি কৰে৷বাংগালুৰুৰ ইউনিভাৰ্চিটী অৱ এগ্ৰিকালচাৰেল ছায়েন্সেছত কাইলৈ ১০৭সংখ্যক ভাৰতীয় বিজ্ঞান সমাৰোহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 02nd, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ৩ জানুৱাৰী, শুকুৰবাৰে বাংগালুৰুৰ জিকেভিকেস্থিত ইউনিভাৰ্চিটী অৱ এগ্ৰিকালচাৰেল ছায়েন্সেছত ১০৭সংখ্যক ভাৰতীয় বিজ্ঞান সমাৰোহ উদ্বোধন কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী ভাষণ আগবঢ়োৱাৰ লগতে আই–ষ্টেম পৰ্টেলৰো শুভাৰম্ভ কৰিব৷ অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ. য়েডিউৰাপ্পা আৰু কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনকে ধৰি একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷Our scientific institutions should align with future requirements and try to find solutions for local problems: PM
February 28th, 04:01 pm
Conferring the Shanti Swarup Bhatnagar Prizes, PM Modi today said that India deserves nothing but the best, when it comes to innovations in the field of science and technology. He added that science must be fundamental, while on the other hand, technology must be local.Prime Minister confers Shanti Swarup Bhatnagar Prizes for Science and Technology
February 28th, 04:00 pm
Conferring the Shanti Swarup Bhatnagar Prizes, PM Modi today said that India deserves nothing but the best, when it comes to innovations in the field of science and technology. He added that science must be fundamental, while on the other hand, technology must be local.Manipur is rapidly moving ahead on the path of development on every scale: Prime Minister Modi
January 04th, 12:38 pm
Prime Minister Modi inaugurated and laid foundation of various development projects in Manipur. PM Modi while addressing a gathering on the occasion said Manipur is rapidly moving ahead on the path of development. The Prime Minister said that whenever there is discussion about electrifying India’s villages, the name of Leisang village in Manipur will also come.মোৰেত সংহত তালাচী চকী উদ্বোধন, ইম্ফলত অন্যান্য উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইম্ফল ভ্ৰমণ কৰে৷ এক বিশাল ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে মোৰেত সংহত তালাচী চকী উদ্বোধন কৰে৷ তেওঁ লগতে ডলাইথাবি বান্ধ প্ৰকল্প, ছাৱমবুঙত এফচিআইৰ মজুত ভাণ্ডাৰৰ লগতে পানী যোগান আৰু পৰ্যটনৰ সৈতে জড়িত প্ৰকল্প উদ্বোধন কৰে৷Jai Jawan, Jai Kisan, Jai Vigyan, Jai Anusandhan: PM Modi at 106th Science Congress
January 03rd, 11:29 am
PM Modi delivered the inaugural address at the 106th session of the Indian Science Congress. Reflecting on the theme of the event this year - ‘Future India: Science and Technology’ - the Prime Minister said that India's true strength will be in connecting its science, technology and innovation, with its people.ভাৰতীয় বিজ্ঞান সমাৰোহৰ ১০৬সংখ্যক অধিৱেশনত প্ৰধানমন্ত্রীৰ উদ্বোধনী ভাষণ
January 03rd, 11:27 am
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় বিজ্ঞান সমাৰোহৰ ১০৬সংখ্যক অধিৱেশনত উদ্বোধনী ভাষণ আগবঢ়ায়।৩ জানুৱাৰী, ২০১৯ত পাঞ্জাৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 02nd, 07:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ জানুৱাৰী, ২০১৯ত পাঞ্জাৱ ভ্ৰমণ কৰিব৷Social Media Corner 16 March 2018
March 16th, 07:25 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!The time is ripe to redefine ‘R&D’ as ‘Research’ for the ‘Development’ of the nation: PM Modi
March 16th, 11:32 am
Inaugurating the 105th session of Indian Science Congress in Manipur, PM Narendra Modi said that time was ripe to redefine ‘R&D’ as ‘Research’ for the ‘Development’ of the nation. “Science is after all, but a means to a far greater end; of making a difference in the lives of others, of furthering human progress and welfare”, the PM remarked.১৬ মাৰ্চত মণিপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
March 15th, 04:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মাৰ্চত মণিপুৰ ভ্ৰমণ কৰিব৷Science must meet the rising aspirations of our people: PM
January 03rd, 12:50 pm
Addressing the 104th Indian Science Congress, Prime Minister Modi said that our best science and technology institutions should further strengthen their basic research in line with leading global standards. He also said that by 2030 India will be among the top three countries in science and technology and will be among the most attractive destinations for the best talent in the world. “Science must meet the rising aspirations of our people”, the PM added.We are at the global frontiers of achievements in science and technology: PM Modi
January 03rd, 11:37 am
PM to visit Karnataka on January 2nd and 3rd, 2016
January 01st, 08:03 pm