প্ৰধানমন্ত্ৰীয়ে ৬ ফেব্ৰুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰিব
February 04th, 12:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰিব। নিশা প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত ভাৰত শক্তি সপ্তাহ ২০২৩ উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩.৩০ বজাত তেওঁ টুমাকুৰুত এইচএএল হেলিকপ্টাৰ কাৰখানা উদ্বোধন কৰিব আৰু লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।India - Bangladesh Joint Statement during the State Visit of Prime Minister of Bangladesh to India
September 07th, 03:04 pm
PM Sheikh Hasina of Bangladesh, paid a State Visit to India at the invitation of PM Modi. The two Prime Ministers held discussions on the entire gamut of bilateral cooperation, including political and security cooperation, defence, border management, trade and connectivity, water resources, power and energy, development cooperation, cultural and people-to-people links.১০ আগষ্টত পাণিপতত ‘২জি ইথানল প্ৰকল্প’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
August 08th, 05:58 pm
‘বিশ্ব জৈৱ-ইন্ধন দিৱস’ উপলক্ষে অহা ১০ আগষ্ট, ২০২২ৰ বিয়লি ৪.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে হাৰিয়াণাৰ পাণিপতত স্থাপন কৰা ‘দ্বিতীয় প্ৰজন্ম(২জি)ৰ ইথানল প্ৰকল্প’টো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।বৈশ্বিক তেল আৰু গেছ খণ্ডৰ চিইঅ’ আৰু বিশেষজ্ঞসকলৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
October 20th, 09:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈশ্বিক তেল আৰু গেছ খণ্ডৰ চিইঅ’ আৰু বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে।তামিলনাডুত তেল আৰু প্ৰাকৃতিক গেছৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 17th, 04:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুৰ গুৰুত্বপূৰ্ণ এলানি তেল আৰু গেছ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গ কৰাৰ উপৰি শিলান্যাসো কৰে। প্ৰধানমন্ত্ৰীয়ে ৰামানাথপুৰম – থুঠুকুড়ি প্ৰাকৃতিক গেছ পাইপলাইন আৰু মানালিত চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ (চিপিচিএল) গেছোলিন ডিছালফাৰাইজেশ্যন ইউনিটটো দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিছে। তেওঁ নাগাপট্টিনমত কাবেৰী উপত্যাকা শোধনাগাৰটোৰ শিলান্যাসো কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকে।তামিলনাডুত গুৰুত্বপূর্ণ তেল আৰু প্রাকৃতিক গেছ সংক্রান্তীয় এলানি প্রকল্প দেশবাসীৰ উদ্দেশ্যে উৎসর্গা আৰু শিলান্যাস কৰিলে প্রধানমন্ত্রীয়ে
February 17th, 04:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুৰ গুৰুত্বপূৰ্ণ এলানি তেল আৰু গেছ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গ কৰাৰ উপৰি শিলান্যাসো কৰে। প্ৰধানমন্ত্ৰীয়ে ৰামানাথপুৰম – থুঠুকুড়ি প্ৰাকৃতিক গেছ পাইপলাইন আৰু মানালিত চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ (চিপিচিএল) গেছোলিন ডিছালফাৰাইজেশ্যন ইউনিটটো দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰিছে। তেওঁ নাগাপট্টিনমত কাবেৰী উপত্যাকা শোধনাগাৰটোৰ শিলান্যাসো কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকে।বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ তিনিটা প্ৰধান প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 13th, 12:01 pm
কাৰ্যসূচীৰ আৰম্ভণিতে মই এক দুখদ খবৰ আপোনালোকক দিবলৈ ওলাইছো৷ বিহাৰৰ জ্যেষ্ঠ নেতা শ্ৰীমান ৰঘুবংশ প্ৰসাদ সিং আমাৰ মাজত নাই৷ মই তেখেতলৈ প্ৰণাম জনাইছো৷ ৰঘুবংশ বাহুৰ দেহাৱাসনত দেশৰ ৰাজনীতিত এক শূন্যৰ সৃষ্টি হ’ল৷ মাটিৰ মানুহ, দুখীয়াৰ সহমৰ্মী ব্যক্তিত্বৰ তেখেতে সমগ্ৰ জীৱন বিহাৰৰ সংঘৰ্ষত অতিবাহিত কৰিলে৷ তেওঁ যি চিন্তা-ধাৰাৰ সৈতে ডাঙৰ-দীঘল হৈছিল, সমগ্ৰ জীৱনটো সেই চিন্তা-ধাৰাৰ সৈতে অতিবাহিত কৰাৰ প্ৰয়াস কৰিলে৷বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়
September 13th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত আজি ভিডিঅ’ কনফাৰেন্সিংযোগে পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই প্ৰকল্প কেইটা হৈছে পাৰাদীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন ব্যৱস্থাপনা প্ৰকল্পৰ দুৰ্গাপুৰ-বাংকা অংশ আৰু দুটা এলপিজি বটলিং প্লাণ্ট৷ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতি গেছ মন্ত্ৰালয়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ইণ্ডিয়ান অইল আৰু এইচপিচিএলৰ সহযোগত এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে৷অহা ১৩ ছেপ্তেম্বৰত বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়
September 11th, 06:35 pm
অহা ১৩ ছেপ্তেম্বৰত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত বিহাৰত থকা তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰিব। উল্লেখ্য যে এই প্ৰকল্পেকেইটাত আছে পাৰাদ্বীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন অ’গমেণ্টেশ্যন প্ৰকল্পৰ দুৰ্গাপুৰ বংকা খণ্ড আৰু দুটা ৰন্ধন গেছৰ বটলিং কাৰখানা। সংশ্লিষ্ট প্ৰকল্পকেইটা কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ক্ৰমে ইণ্ডিয়ান অইল আৰু এইচপিচিএলৰ দ্বাৰা পৰিচালিত হৈছে।আমাৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে উত্তৰ-পূৰ্বাঞ্চল অভিকেন্দৰস্বৰূপ, প্ৰধানমন্ত্ৰী মোদীয়ে এডভান্টেজ আছাম সন্মিলনত কয়
February 03rd, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অঞ্চলটোত নিৰ্মাণক্ষেত্ৰত থকা সম্ভাৱনীয়তা তথা ভৌগোলিক অৱস্থিতিৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি দেশৰ লগতে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উদ্বোধন কৰে।এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 03rd, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিৰ তালিকা (১৫ জানুৱাৰী, ২০১৮)
January 15th, 02:24 pm
India and Israel inked nine key agreements in several sectors that would further strengthen the existing pillars of cooperation between both the countries as well as open up new avenues for partnership.INS Kalvari is a fine example of 'Make in India': PM Modi
December 14th, 09:12 am
PM Narendra Modi today dedicated the INS Kalvari to the nation from Mumbai. Speaking at the occasion, the PM said that it was a perfect example of the 'Make in India’ initiative. He said that the INS Kalvari would further strengthen the Indian Navy.PM dedicates INS Kalvari to the nation
December 14th, 09:11 am
The Prime Minister, Shri Narendra Modi, today dedicated the naval submarine INS Kalvari to the nation, at a function in Mumbai.Paradip refinery is the Vikas Deep for Odisha and the youth of Odisha: PM Modi
February 07th, 02:22 pm
PM dedicates Paradip Refinery to the nation
February 07th, 02:20 pm
Text of PM’s address at inauguration ceremony of “Urja Sangam-2015”
March 27th, 06:18 pm
Text of PM’s address at inauguration ceremony of “Urja Sangam-2015”PM at Urja Sangam 2015
March 27th, 12:45 pm
PM at Urja Sangam 2015