আহমেদাবাদৰ ভূপালত আইএন-স্পেচৰ মুখ্য কাৰ্যালয় উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
June 10th, 08:51 pm
নমস্কাৰ! কেন্দ্ৰত মোৰ কেবিনেট সহকৰ্মী আৰু এই অঞ্চলৰ সাংসদ শ্ৰী অমিত শ্বাহ, কেন্দ্ৰৰ গৃহমন্ত্ৰী, গুজৰাটৰ জনপ্ৰিয় নম্ৰ আৰু যোগ্য মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলজী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভালজী, সংসদত মোৰ সহকৰ্মী শ্ৰী চি আৰ পাটিল, সংসদত মোৰ সহকৰ্মী পৱন গোৱেংকাজী, মহাকাশ বিভাগৰ অধ্যক্ষ শ্ৰী এচ সোমনাথজী। ভাৰতৰ মহাকাশ উদ্যোগৰ সকলো প্ৰতিনিধি, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল।PM inaugurates headquarters of IN-SPACe at Bopal, Ahmedabad
June 10th, 04:58 pm
PM Modi inaugurated headquarters of the Indian National Space Promotion and Authorisation Centre (IN-SPACe) at Bopal, Ahmedabad. The Prime Minister termed the launch of IN-SPACe as a ‘watch this space’ moment for the Indian space industry as it is a precursor to many development and opportunities.প্ৰধানমন্ত্ৰীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব
June 08th, 07:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত 'গুজৰাট গৌৰৱ অভিযান'ৰ সময়ত একাধিক উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত তেওঁ নৱসাৰীত এ.এম নাইক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৪৫ বজাত তেওঁ আহমেদাবাদৰ ভূপালত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিব।