গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 23rd, 05:24 pm
Prime Minister Narendra Modi paid tribute to Netaji Subhas Chandra Bose on his 125th birth anniversary. Addressing the gathering, he said, The grand statue of Netaji, who had established the first independent government on the soil of India, and who gave us the confidence of achieving a sovereign and strong India, is being installed in digital form near India Gate. Soon this hologram statue will be replaced by a granite statue.ইণ্ডিয়া গেটত নেতাজীৰ হ’ল’গ্ৰাম মূর্তি উন্মোচন প্রধানমন্ত্রীৰ
January 23rd, 05:23 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।২৫.০৭.২০২১ তাৰিখে ‘মন কী বাত’ৰ ৭৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 25th, 09:44 am
দুদিন পূৰ্বৰ কিছুমান অদভূত ছবি, কিছু স্মৃতিদায়ক পল এতিয়াও মোৰ চকুত ভাঁহি আছে, সেইবাবে এইবাৰ ‘মন কী বাত’ৰ আৰম্ভণি সেই ক্ষণটোৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিছো ৷ টকিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে ত্ৰিৰংগা লৈ আগবাঢ়ি যোৱাৰ ক্ষণটোত কেৱল ময়েই নহয়, সমগ্ৰ দেশ ৰোমাঞ্চিত হৈ উঠিছে ৷ সমগ্ৰ দেশে, যেন ঐক্যৱদ্ধ হৈ আমাৰ যোদ্ধাসকলক কৈছে –প্ৰধানমন্ত্ৰীয়ে আইএনএৰ বৰ্ষীয়ান সৈনিক ললিত ৰাম জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে
May 09th, 01:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএনএৰ বৰ্ষীয়ান সৈনিক ললিত ৰাম জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।