প্রধানমন্ত্রীয়ে ১ এপ্রিলত ভোপাল ভ্ৰমণ কৰিব
March 30th, 11:34 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ১ এপ্রিল, ২০২৩ –ত ভোপাল ভ্ৰমণ কৰিব। প্রধানমন্ত্রীয়ে পুৱা ১০ বজাত ভোপালৰ কুশাভাউ ঠাকৰে হলত কম্বাইণ্ড কমাণ্ডাৰ্ছ কনফাৰেন্স ২০২৩ –ত যোগ দিব। তাৰপাছত, দুপৰীয়া ৩ বাজি ১৫ মিনিটত প্রধানমন্ত্রীয়ে ভোপালত ৰাণী কমলাপতি ৰে'ল ষ্টেচনত ভোপাল – নতুন দিল্লী বন্দে ভাৰত এক্সপ্রেছ যাত্ৰাৰ সূচনা কৰিব।আমাৰ সভ্যতা, সংস্কৃতি আৰু ভাষাই সমগ্র বিশ্বত বৈচিত্ৰতাৰ মাজত একতাৰ বাৰ্তা ব্যক্ত কৰিছে - প্রধান মন্ত্রী মোদী - মন কী বাতত
November 24th, 11:30 am
মোৰো কিছু স্মৃতি ৰোমন্থন হ’ব৷ সবাতোকৈ প্ৰথমে এনচিচিৰ সকলো পূৰ্বৰ তথা বিদ্যমান কেডেটসকলক এনচিচি দিৱসৰ অশেষ শুভকামনা যাচিছো৷ কাৰণ মইও আপোনালোকৰ দৰে কেডেট আছিলো আৰু মনেৰেও মই নিজকে কেডেট বুলি ভাবো৷ আমি সকলোৱে জানো যে এনচিচি অৰ্থাৎ নেচনেল কেডেট কৰ্পছ্, বিশ্বৰ সবাতোকৈ বৃহৎ ঐক্যবেশীয় তৰুণ সংস্থাসমূহৰ ভিতৰত ভাৰতৰ এনচিচি অন্যতম৷ এয়া এক ত্ৰি–সেৱা সংস্থা য’ত সেনা, নৌসেনা, বায়ুসেনা তিনিওটাই অন্তৰ্ভুক্ত আছে৷ নেতৃত্ব, দেশভক্তি, স্বাৰ্থহীন সেৱা, নিয়মানুৱৰ্তিতা, কঠোৰ পৰিশ্ৰম এই সকলোকে নিজৰ চৰিত্ৰৰ অংশ কৰি লৈ নিজৰ অভ্যাস নিৰ্মাণ কৰাৰ এক ৰোমাঞ্চক যাত্ৰাই হ’ল এনচিচি৷ এই যাত্ৰাৰ বিষয়ে অধিক কথা কোৱাৰ বাবে আজি এনচিচিত নিজৰ স্থান নিৰ্ধাৰণ কৰা কিছু তৰুণৰ সৈতে ফোনত কথা পাতো আহক৷Prime Minister lays wreath at the War Memorial, IMA in Dehradun
January 21st, 10:14 pm
Prime Minister Narendra Modi laid a wreath at the War Memorial, IMA in Dehradun today.