১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷পুৰুষৰ জুনিয়ৰ এছিয়া কাপত বিজয়ৰ বাবে ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 02nd, 08:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ জুনিয়ৰ এছিয়া কাপত বিজয়ৰ বাবে ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলক অভিনন্দন জ্ঞাপন কৰিছে৷PM congratulates Indian Junior Hockey Team, on winning the Junior Hockey World Cup
December 18th, 10:47 pm
The Prime Minister, Shri Narendra Modi has congratulated Indian Junior Hockey Team, on winning the Junior Hockey World Cup.Extremely proud of our youngsters! Congratulations to our junior hockey team for winning the Junior Hockey World Cup.The Junior Hockey World Cup win augurs well for the future of Indian hockey and will make the sport even more popular among youngsters, the Prime Minister said.