ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 31st, 10:39 pm

ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামৰ এই অনুষ্ঠানলৈ আহি বহু পুৰণি মুখ দেখিবলৈ পোৱাটো মোৰ বাবে এক আনন্দৰ কথা। মই নিশ্চিত যে ইয়াত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সন্দৰ্ভত উৎকৃষ্ট আলোচনা হ’ব। আৰু এই আলোচনা এনে সময়ত হৈছে, যিসময়ত সমগ্ৰ বিশ্বই ভাৰতক লৈ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে।

নতুন দিল্লীত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 31st, 10:13 pm

সমাৱেশত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মূল্যৱান আলোচনাৰ সুবিধা প্ৰদান কৰিব। তেওঁ এই কথাও আলোকপাত কৰে যে ভাৰতৰ ওপৰত বিশ্বব্যাপী আস্থা দৃঢ় হোৱা এই মুহূৰ্তত এই আলোচনাসমূহ সংঘটিত হৈছে।

‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ স্কিম’ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 05th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰোৎসাহন বিভাগ আৰু নিটি আয়োগে অনুষ্ঠিত কৰা প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় এখনি ৱেবিনাৰ সম্বোধন কৰে।

প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ

March 05th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰোৎসাহন বিভাগ আৰু নিটি আয়োগে অনুষ্ঠিত কৰা প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনি সম্পৰ্কীয় এখনি ৱেবিনাৰ সম্বোধন কৰে।

ভূ-স্থানিক তথ্য সংগ্ৰহ আৰু সেয়া সংকলনৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাসমূহৰ উদাৰীকৰণ কৰাটো আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ আমাৰ লক্ষ্যসমূহৰ এক বৃহৎ পদক্ষেপঃ প্ৰধানমন্ত্ৰী

February 15th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভূ-এলেকা সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু সেয়া সংকলনৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাসমূহৰ উদাৰীকৰণ কৰাটো আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ আমাৰ লক্ষ্যসমূহৰ এক বৃহৎ পদক্ষেপ। এই সংস্কাৰে দেশৰ কৃষক, ষ্টাৰ্ট-আপ, ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ড আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক উদ্ভাৱনী কাৰ্য চলাবলৈ আৰু উপযুক্ত সমাধানসূত্ৰ বাহিৰ কৰি উলিওৱাত সহায় কৰিব।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ

February 10th, 04:22 pm

শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ

February 10th, 04:21 pm

শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।

ওড়িশাৰ ছম্বলপুৰস্থিত আইআইএমৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰণৰ লিখিত ৰূপ

January 02nd, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।

আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ আধাৰশিলা মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়

January 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আইআইএম চম্বলপুৰৰ স্থায়ী চৌহদৰ শিলান্যাস মুকলি কৰে। অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাঙ্ক’, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ ছাৰেঙ্গিও উপস্থিত আছিল।

Indian economy is recovering at a swift pace and economic indicators are encouraging: PM Modi

December 12th, 11:01 am

PM Modi addressed 93rd Annual General Meeting of FICCI. In his remarks, PM Modi said the Indian economy is recovering at a swift pace and economic indicators are encouraging. He said the world's confidence in India has strengthened over the past months, record FDIs have been received. Further speaking about the farm reforms, he said, With new agricultural reforms, farmers will get new markets, new options.

PM Modi delivers keynote address at 93rd Annual General Meeting of FICCI

December 12th, 11:00 am

PM Modi addressed 93rd Annual General Meeting of FICCI. In his remarks, PM Modi said the Indian economy is recovering at a swift pace and economic indicators are encouraging. He said the world's confidence in India has strengthened over the past months, record FDIs have been received. Further speaking about the farm reforms, he said, With new agricultural reforms, farmers will get new markets, new options.

কানাডাৰ ইনভেষ্ট ইণ্ডিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ মূল ভাষ

October 08th, 06:45 pm

সৰ্ব প্ৰথমে, এই ফৰাম প্ৰতিষ্ঠাৰ বাবে মই শ্ৰী প্ৰেম ৱাটছাক অভিনন্দন জনাইছো। ইয়াত কানাডাৰ বহু বিনিয়োগকাৰী আৰু ব্যৱসায়ীক দেখিবলৈ পাই সন্তোষ লভিছো। ভাৰতত অসামান্য বিনিয়োগ আৰু বাণিজ্যিক সুযোগ গ্ৰহণ কৰিবলৈ আপোনালোক আগবাঢ়ি অহাত মই গৌৰৱবোধ কৰিছো।

কানাডাত ইনভেষ্ট ইণ্ডিয়া কনফাৰেন্সত মুল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়

October 08th, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে কানাডাত অনুষ্ঠিত ইনভেষ্ট ইণ্ডিয়া কনফাৰেন্সত মুল ভাষণ আগবঢ়ায়৷

প্ৰতিৰক্ষা সামগ্ৰী উৎপাদন সন্দৰ্ভত আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 27th, 05:11 pm

মই আনন্দিত যে ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ সৈতে যুক্ত সকলো গুৰুত্বপূর্ণ ব্যক্তি আজি ইয়াত উপস্থিত আছে৷ এই আলোচনা-চক্ৰ আয়োজনৰ বাবে প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিং আৰু তেওঁৰ সমগ্ৰ টীমক বহুত বহুত শুভেচ্ছা জনাইছো৷ আজি ইয়াত যি আলোচনা হ’ব আৰু তাৰ পৰা যি ফল পোৱা যাব, সেইবোৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্রত ভাৰতৰ আত্মনির্ভৰতাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী আৰু গতিশীল কৰিব৷ আপোনালোক সকলোৱে যি পৰামর্শ আগবঢ়াইছে, পৰস্পৰৰে পৰামর্শৰ মাজেৰে আলোচনা কৰিছে, সেয়া নিঃসন্দেহে অনাগত দিনত দেশৰ বাবে অতি উপকাৰী হিচাপে প্ৰমাণিত হ’ব৷

প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক ছেমিনাৰ সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

August 27th, 05:00 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ ভাৰত বিষয়ক এক ছেমিনাৰ সম্বোধন কৰে। প্ৰতিৰক্ষা উত্পাদনত আত্মনিৰ্ভৰ হোৱাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিৰক্ষা উত্পাদন বৃদ্ধি কৰা, নতুন প্ৰযুক্তি বিকাশ আৰু প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত অংশগ্ৰহণকাৰীক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰাটোৱেই আমাৰ লক্ষ্য।

১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 02:49 pm

স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷

৭৪ তম স্বাধীনতা দিৱসত লাল কিল্লাৰ প্ৰাচীৰৰপৰা ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 15th, 02:38 pm

মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

India celebrates 74th Independence Day

August 15th, 07:11 am

Prime Minister Narendra Modi addressed the nation on the occasion of 74th Independence Day. PM Modi said that 130 crore countrymen should pledge to become self-reliant. He said that it is not just a word but a mantra for 130 crore Indians. “Like every young adult in an Indian family is asked to be self-dependent, India as nation has embarked on the journey to be Aatmanirbhar”, said the PM.

কিৰ্লোস্কাৰ গ্ৰুপৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 06th, 06:33 pm

আপোনাক সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলো৷ কিৰ্লোস্কাৰ গ্ৰুপৰ বাবে এয়া দুগুণ আনন্দৰ সময়৷ ৰাষ্ট্ৰ নিৰ্মাণৰ সহযোগিতাৰো এশ বছৰ পূৰ্ণ হৈছে আৰু সেইবাবে কিৰ্লোস্কাৰ গ্ৰুপক মই অভিনন্দন জনাইছো৷

কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্রীৰ

January 06th, 06:32 pm

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁ প্ৰতিষ্ঠানটোৰ শতবর্ষ সম্পূৰ্ণ হোৱা উপলক্ষে এটা ডাক টিকট উন্মোচন কৰে৷ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা প্ৰয়াত লক্ষ্মণৰাও কিৰ্লোষ্কাৰৰ আত্মজীৱনীমূলক ‘যান্ত্রিক কি যাত্রা’ শীৰ্ষক গ্ৰন্থৰ হিন্দী সংস্কৰণো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে৷