প্রধানমন্ত্রীয়ে ৰাইপুৰ, ছত্তিশগড়ত ৩৫বিধ বিশেষ গুণসম্পন্ন শস্য দেশৰ উদ্দেশ্যে অৰ্পণ কৰি দিয়া ভাষণৰ পাঠ
September 28th, 11:01 am
নমস্কাৰ জী! কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিংহ তোমৰ জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীমান ভূপেশ বঘেল জী, মন্ত্ৰীসভাৰ মোৰ অন্য সহযোগী শ্ৰী পুৰুষোত্তম ৰূপালা জী, শ্ৰী কৈলাশ চৌধৰী জী, ভগ্নী শোভা জী, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমণ সিংহ জী, বিৰোধী নেতা শ্ৰী ধৰ্ম লাল কৌশিক জী, কৃষি শিক্ষাৰে জড়িত সকলো ভিচি, ডাইৰেক্টৰছ, বৈজ্ঞানিক বন্ধু আৰু মোৰ মৰমৰ কৃষক ভাই আৰু ভনীসকল!দেশবাসীৰ নামত ৩৫প্ৰজাতিৰ বিশেষ গুনসম্পন্ন শস্য উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 28th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷PM to release commemorative coin of Rs 75 denomination to mark the 75th Anniversary of FAO
October 14th, 11:59 am
On the occasion of 75th Anniversary of Food and Agriculture Organization (FAO) on 16th October 2020, Prime Minister Shri Narendra Modi will release a commemorative coin of Rs 75 denomination to mark the long-standing relation of India with FAO. Prime Minister will also dedicate to the Nation 17 recently developed biofortified varieties of 8 crops.১৭ মাৰ্চত আইএআৰআইত ‘কৃষি উন্নতি মেলা’ত কৃষকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
March 16th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজধানীৰ পুছাস্থিত ভাৰতীয় কৃষিজাত গৱেষণা প্ৰতিষ্ঠানত বাৰ্ষিক ‘কৃষি উন্নতি মেলা’ত ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে কৃষকসকলক সম্বোধন কৰাৰ লগতে ২৫টা কৃষি বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কৃষি কৰ্ম বঁটা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় কৃষি বিজ্ঞান প্ৰোৎসাহন পুৰষ্কাৰো প্ৰদান কৰিব।