ভাৰতীয় পুতলা মেলা, ২০২১ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 27th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ভাৰত পুতলা মেলা ২০২১’ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে। কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰী আৰু কেন্দ্ৰীয় বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মেলাখন আজি অৰ্থাত্ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২মাৰ্চ ২০২১লৈ অনুষ্ঠিত হ’ব। মেলাত ১,০০০ৰৰো অধিক পৰিৱেশনকাৰীয়ে অংশগ্ৰহণ কৰিছে।

‘ভাৰত পুতলা মেলা ২০২১’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 27th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ভাৰত পুতলা মেলা ২০২১’ৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে। কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰী আৰু কেন্দ্ৰীয় বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মেলাখন আজি অৰ্থাত্ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২মাৰ্চ ২০২১লৈ অনুষ্ঠিত হ’ব। মেলাত ১,০০০ৰৰো অধিক পৰিৱেশনকাৰীয়ে অংশগ্ৰহণ কৰিছে।

২৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ভাৰতীয় পুতলা মেলা ২০২১

February 25th, 03:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে ভাৰতীয় পুতলা মেলা ২০২১ মুকলি কৰিব৷