প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে ভাৰত আৰু ছিংগাপুৰৰ মাজত ইউপিআই-পেনাও লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে
February 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পেনাওৰ মাজত ৰিয়েল টাইম পেমেণ্ট লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ পৰিচালনা সঞ্চালক শ্ৰীযুত ৰবি মেননে তেওঁলোকৰ নিজ নিজ মোবাইল ফোন ব্যৱহাৰ কৰি ইজনে সিজনক লাইভ ক্ৰছ বৰ্ডাৰ লেনদেন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পেনাওৰ মাজত ৰিয়েল টাইম পেমেণ্ট লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ পৰিচালনা সঞ্চালক শ্ৰীযুত ৰবি মেননে তেওঁলোকৰ নিজ নিজ মোবাইল ফোন ব্যৱহাৰ কৰি ইজনে সিজনক লাইভ ক্ৰছ বৰ্ডাৰ লেনদেন কৰে।ভাৰত আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ২১ ফেব্ৰুৱাৰীত দুয়োখন দেশৰ মাজত 'ৰিয়েল-টাইম পেমেণ্ট চিষ্টেম লিংকেজ' আৰম্ভ হ'ব
February 20th, 12:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ২১ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে পুৱা ১১ বজাত (ভাৰতীয় সময়মতে) ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পে নাও মাজত ক্ৰছব’ৰ্ডাৰ কানেক্টিভিটি আৰম্ভ কৰাৰ সাক্ষী হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ (এমএএছ) পৰিচালনা সঞ্চালক শ্ৰী ৰবি মেননে এই শুভাৰম্ভ কৰিব।India regards Singapore as an essential ally in the implementation of our Look and Act East Policy: PM at Singapore
November 24th, 03:48 pm