ভাৰত-পোলেণ্ড কৌশলগত অংশীদাৰিত্ব কাৰ্যকৰী কৰণৰ বাবে কাৰ্য পৰিকল্পনা (২০২৪-২০২৮)

August 22nd, 08:22 pm

২০২৪ চনৰ ২২ আগষ্টত ৱাৰ্ছত অনুষ্ঠিত আলোচনাৰ সময়ত ভাৰত আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা সহমতৰ ভিত্তিত আৰু কৌশলগত অংশীদাৰিত্ব স্থাপনৰ পিছৰে পৰা দ্বিপাক্ষিক সহযোগিতাৰ গতিশীলতাক স্বীকাৰ কৰি, দুয়োপক্ষই পাঁচ বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰণয়ন কৰিবলৈ আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰে। এই কাৰ্য পৰিকল্পনাই ২০২৪-২০২৮ৰ সময়ছোৱাত তলত উল্লেখ কৰা ক্ষেত্ৰসমূহত অগ্ৰাধিকাৰ ভিত্তিত দ্বিপাক্ষিক সহযোগিতাৰ পথ প্ৰদৰ্শন কৰিব:

India- Poland Joint Statement “Establishment of Strategic Partnership”

August 22nd, 08:21 pm

At the invitation of PM Donald Tusk of Poland, PM Narendra Modi paid an official visit to Poland from August 21-22, 2024. The historic visit, came as both nations celebrate the 70th anniversary of their diplomatic relations. Recognizing their long-standing ties, reaffirming the deep-rooted bonds of friendship between their countries and peoples, and commitment to realizing the full potential of their ties, the two leaders decided to elevate India-Poland bilateral relations to the level of a Strategic Partnership.”

পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিজ্ঞপ্তি

August 22nd, 03:00 pm

মোহনীয়া ৱাৰশ্ব চহৰত উষ্ম আদৰণি, নিখুঁত আতিথ্য আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী টাস্কলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বহুদিন ধৰি ভাৰতৰ এগৰাকী পৰম বন্ধু হৈ আহিছে। ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব সুদৃঢ়কৰণত আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।