ফৰাচী ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রীৰ বৈঠকৰ প্রেছ বিজ্ঞপ্তি
May 04th, 10:43 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কোপেনহেগেনত দ্বিতীয় ভাৰত-নর্ডিক শীর্ষ সন্মিলনৰ পৰা ওভতাৰ পথত ৪ মে'ত আনুষ্ঠানিকভাৱে ফ্রাঞ্চ ভ্ৰমণ কৰে।দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন
May 04th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডাৰিকছেন, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী কাৰ্টিন জেকবছডট্টিৰ, নৰৱে’ৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰ, ছুইডেনৰ প্ৰধানমন্ত্ৰী মেগডালেনা এণ্ডাৰছন আৰু ফীনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনৰ সৈতে ‘দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণ কৰে।ফিনলেণ্ডৰ প্রধানমন্ত্রীৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক
May 04th, 04:33 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দ্বিতীয় ভাৰত-নর্ডিক সন্মিলন সমান্তৰালভাৱে ফিনলেণ্ডৰ প্রধানমন্ত্রী শ্ৰীমতী ছান্না মাৰিনৰ সৈতে এক বৈঠকত মিলিত হয়৷ দুয়োগৰাকী প্রধানমন্ত্রীৰ এয়াই প্রথম মুখামুখী সাক্ষাৎ৷আইচলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক
May 04th, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ সময়ত কোপেনহেগেনত আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী কাট্ৰিন জেকবচডট্টিৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।প্ৰধানমন্ত্ৰীৰ ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক
May 04th, 02:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয় ভাৰত-নৰ্ডিক শিখৰ সন্মিলনৰ সময়ত কোপেনহেগেনত ছুইডেনৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেগডেলিনা এণ্ডাৰছনৰ সৈতে বৈঠকত মিলিত হয়। দুয়োজন নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল।নৰৱে’ৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 04th, 02:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় ভাৰত নৰ্ডিক সন্মিলনৰ সময়ত কোপেনহেগেনত নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্ট'ৰক সাক্ষাৎ কৰে। ২০২১ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী ষ্ট'ৰৰ দ্বাৰা কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটো দুয়োজন নেতাৰ মাজত প্ৰথম বৈঠক আছিল।ডেনমাৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 03rd, 07:11 pm
মাননীয় প্ৰধানমন্ত্ৰী, ডেনমাৰ্কত মোক আৰু মোৰ প্ৰতিনিধিদলক এক সুন্দৰ আদৰণি আৰু আতিথ্য দিয়াৰ বাবে আপোনাক আৰু আপোনাৰ দলক ধন্যবাদ জনাইছোঁ। আপোনাৰ সুন্দৰ দেশখনলৈ এয়া মোৰ প্ৰথম ভ্ৰমণ। যোৱা বছৰ অক্টোবৰ মাহত, মই আপোনাক ভাৰতত স্বাগতম জনোৱাৰ সুযোগ পাইছিলোঁ। দুয়োৰে এই ভ্ৰমণৰ সৈতে, আমি আমাৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু গতিশীলতা আনিবলৈ সক্ষম হৈছোঁ। আমি দুয়োখন দেশ কেৱল গণতন্ত্ৰৰ মূল্যবোধ, মত প্ৰকাশৰ স্বাধীনতা আৰু আইনৰ শাসনৰেই অংশীদাৰ নহয়, আমাৰ দুয়োৰে বহুতো পৰিপূৰক শক্তি আছে।List of MoUs Agreements exchanged during the visit of Prime Minister of Kingdom of Denmark
October 09th, 03:54 pm
PM Modi's remarks at joint press meet with Danish PM
October 09th, 01:38 pm
Addressing the joint press meet with Danish PM, Prime Minister Modi said, During the Covid-19 pandemic, India and Denmark have continued their cooperation. PM Modi also said both the countries have decided to establish a Green Strategic Partnership between our two countries.ভাৰত আৰু নৰ্ডিক দেশসমূহৰ মাজত অনুষ্ঠিত সন্মিলনৰ যুটীয়া প্রেছ বিবৃতি
April 18th, 12:57 pm
আজি ষ্ট’কহমত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডেনমার্কৰ প্রধানমন্ত্রী লার্ছ লোক্কে ৰাছমুসেন, ফিনলেণ্ডৰ প্রধানমন্ত্রী জুহা ছিপিলা, আইলেণ্ডৰ প্রধানমন্ত্রী কাট্রিন জেকবছদোত্তিৰ, নৰৱেৰ প্রধানমন্ত্রী এৰনা ছোলবার্গ আৰু ছুইডেনৰ প্রধানমন্ত্রী ষ্টিফেন লোফেনৰ সৈতে এক সন্মিলনত মিলিত হয়।Visit of Prime Minister of India to Sweden (16-17 April 2018)
April 17th, 11:12 pm
During PM Modi's visit, India and Sweden hosted an India-Nordic Summit, entitled ‘India-Nordic Summit : Shared Values, Mutual Prosperity’. Prime Ministers of Denmark, Finland, Iceland and Norway attended the Summit. India has substantial economic ties with Nordic countries. Annual India-Nordic trade is about $5.3 billion. The cumulative Nordic FDI into India has been $2.5 billion.Social Media Corner 17 April 2018
April 17th, 07:40 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
April 15th, 08:51 pm
নিম্নোলিখিত কথাখিনি ছুইডেন আৰু ব্ৰিটেইন ভ্ৰমণৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদ্ৰীয়ে সংবাদ মাধ্যমত দিয়া প্ৰেছ বিবৃতিত লিখিত ৰূপ।