ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে ১৪ জানুৱাৰীত ভাৰতৰবতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে ১৪ জানুৱাৰীত ভাৰতৰবতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব

January 13th, 11:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জানুৱাৰীৰপুৱা প্ৰায় ১০:৩০ বজাতনতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যকপ্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ অনুষ্ঠানত সমবেত লোকসকলৰ আগতভাষণ দিব।

PM marks 150 years of the India Meteorological Department

January 15th, 06:59 pm

The Prime Minister, Shri Narendra Modi today hailed the India Meteorological Department’s exceptional service to our nation. Today the department completed 150 years of service.

‘য়াছ’ ঘূৰ্ণী মোকাবিলা কৰাৰ বাবে চলোৱা প্ৰস্তুতি তথা পৰিকল্পনাৰ পৰ্যালোচনা সভাত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়

May 23rd, 01:43 pm

‘য়াছ’ ঘূৰ্ণি প্ৰবাহে সৃষ্টি কৰিব পৰা সংকট প্ৰশমিত কৰাৰ বাবে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয় তথা সংস্থাসমূহে গ্ৰহণ কৰা প্ৰস্তুতি আৰু পৰিকল্পনাৱলী পৰ্যালোচনাৰ বাবে আজি অনুষ্ঠিত এখন উচ্চ স্তৰীয় সভাৰ অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

PM holds meeting with CMs of six States to review the flood situation

August 10th, 03:30 pm

Prime Minister Shri Narendra held a meeting today through video conference with Chief Ministers of six States, namely Assam, Bihar, Uttar Pradesh, Maharashtra, Karnataka and Kerala,to review their preparedness to deal with south-west monsoon and current flood situation in the country.The meeting was also attended by Defence Minister, Health Minister, both the Minister of State in Home Affairs, and senior officers of the concerned central Ministries and organizations.

PM salutes resilience of people in Nepal and parts of India

April 27th, 04:30 pm

PM salutes resilience of people in Nepal and parts of India

PM chairs follow-up meeting to review situation following earthquake in Nepal

April 26th, 05:51 pm

PM chairs follow-up meeting to review situation following earthquake in Nepal