১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
September 15th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ(আইআইচিচি) 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব।বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পৰম্পৰাগত কাৰিকৰ আৰু শিল্পকাৰসকলৰ বাবে ‘পিএম বিশ্বকৰ্মা’ মুকলি কৰিব
September 15th, 12:36 pm
বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত “পি এম বিশ্বকৰ্মা” নামেৰে এখন নতুন আঁচনি মুকলি কৰিব।Focus on modernisation of infrastructure is driven by increasing ease of living for the people: PM
June 19th, 10:31 am
PM Modi dedicated to the nation the main tunnel and five underpasses of Pragati Maidan Integrated Transit Corridor Project. The PM called the project a big gift from the central government to the people of Delhi. He recalled the enormity of the challenge in completing the project due to the traffic congestion and the pandemic.PM dedicates Pragati Maidan Integrated Transit Corridor project
June 19th, 10:30 am
PM Modi dedicated to the nation the main tunnel and five underpasses of Pragati Maidan Integrated Transit Corridor Project. The PM called the project a big gift from the central government to the people of Delhi. He recalled the enormity of the challenge in completing the project due to the traffic congestion and the pandemic.নতুন দিল্লীত ইণ্ডিয়া ইণ্টাৰনেচনেল ক’নভেনচন এণ্ড এক্সপ’ চেণ্টাৰৰ আধাৰশিলা স্থাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 20th, 04:48 pm
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান সুৰেশ প্ৰভু ডাঙৰীয়া, শ্ৰীমান হৰদ্বীৰ সিং পুৰী ডাঙৰীয়া, শ্ৰী চি আৰ চৌধুৰী ডাঙৰীয়া, সচিব ডিআইপিপি শ্ৰী ৰমেশ অভিষেক ডাঙৰীয়া, ইয়াত উপস্থিত উদ্যোগ আৰু ব্যৱসায় জগতৰ সৈতে জড়িত মোৰ ভাতৃ–ভগ্নীসকল৷PM lays foundation stone for India International Convention and Expo Centre, Dwarka
September 20th, 04:39 pm
Laying the foundation stone of India International Convention and Expo Centre in New Delhi’s Dwarka, PM Narendra Modi highlighted NDA government’s focus on enhancing ‘Ease of Doing Business’ as well as furthering ‘Ease of Living’. The PM spoke at length about reforms undertaken by the government in last four years like financial inclusion, GST and strengthening the healthcare sector, etc. “NDA government’s priority is overall development of the nation”, he added.২০ ছেপ্টেম্বৰত দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
September 19th, 02:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দ্বাৰকাত ২০ ছেপ্টেম্বৰ, ২০১৮ত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।