প্ৰধানমন্ত্ৰীয়ে ৬ ফেব্ৰুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰিব
February 04th, 12:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰিব। নিশা প্ৰায় ১১.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বাংগালুৰুত ভাৰত শক্তি সপ্তাহ ২০২৩ উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩.৩০ বজাত তেওঁ টুমাকুৰুত এইচএএল হেলিকপ্টাৰ কাৰখানা উদ্বোধন কৰিব আৰু লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব।ইণ্ডিয়া এনাৰ্জী ফ’ৰাম উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুদিত পা
October 26th, 05:22 pm
এইবছৰৰ বিষয়টো অত্যন্ত প্ৰাসঙ্গিক – “পৰিৱৰ্তনশীল বিশ্বত ভাৰতৰ ইন্ধনৰ ভৱিষ্যৎ”। আমি আপোনালোকক নিশ্চিতকৈ ক’ব পাৰো যে ভাৰত, শক্তিৰে ভৰপুৰ! ভাৰতৰ ইন্ধন বা শক্তিখণ্ডৰ ভৱিষ্যৎ উজ্জ্বল আৰু সুৰক্ষিত। এই কথা মোৰ মনলৈ আহিছে আৰু সেই কথা আপোনালোকৰ সমূখত ব্যাখ্যা কৰিছো।চতুর্থ ইণ্ডিয়া এনার্জি ফ’ৰামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষ
October 26th, 05:19 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে চতুর্থ ইণ্ডিয়া এনার্জি ফ’ৰাম চেৰাউইকত উদ্বোধনী ভাষণ আগবঢ়ায়৷ চলিত বৰ্ষৰ এই ফ’ৰামৰ বিষয় “পৰিৱর্তনশীল বিশ্বত ভাৰতত ইন্ধনৰ ভৱিষ্যৎ।”