প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে
April 20th, 06:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী মেট ফ্ৰেডৰিকছেনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।ভাৰত-ডেনমাৰ্ক ব্যৱসায়িক ফ’ৰামত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 03rd, 07:40 pm
প্ৰধানমন্ত্ৰী মোদীয়ে কোপেনহেগেনত ভাৰত-ডেনমাৰ্ক ব্যৱসায়িক ফ’ৰামত ব্যৱসায়িক নেতৃবৰ্গক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “বিগত দিনসমূহত ফ’ম’ বা ‘ফিয়েৰ অফ মিছিং আউট’ বাক্যাংশ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচলিত হৈছে৷ ভাৰতৰ সংস্কাৰ আৰু বিনিয়োগৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখি মই ক’ব পাৰো যে যিসকলে আমাৰ দেশত বিনিয়োগ কৰা নাই, তেওঁলোকে নিশ্চিতভাৱে লোকচানৰ সন্মুখীন হ’ব৷”