Your vote on Lotus button on 26th April will strengthen the ongoing movement against corruption: PM in Attingal
April 15th, 11:35 am
In his second rally at Attingal, PM Modi said, The BJP has announced in its Sankalp Patra that we will connect global tourists with our heritage and confer World Heritage status on our heritage. There is a great possibility of this happening in Kerala. The BJP's plan is the overall development of major tourist destinations. The BJP will also establish new centers for eco-tourism in Kerala. This will greatly benefit our tribal families by creating opportunities for them. The BJP government will also provide financial help to women for homestays.”PM Modi addresses enthusiastic crowds at public meetings in Alathur and Attingal, Kerala
April 15th, 11:00 am
Ahead of the Lok Sabha Elections, 2024, PM Modi was garnered with love and admiration at public rallies in Alathur & Attingal, Kerala. The PM extended his best wishes on the occasion of Vishu and presented his transparent vision of Kerala to the audience. PM Modi offered a glimpse of BJP's Sankalp Patra, pledging advancement and prosperity to every corner of the nation.চেন্নাইত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
April 08th, 06:37 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এমকে ষ্টেলিন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু তামিলনাডুৰ ভ্ৰাতৃ-ভগ্নীসকল, সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ চেন্নাইত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে
April 08th, 06:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইৰ আলষ্ট্ৰোম ক্ৰিকেট গ্ৰাউণ্ডত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন (প্ৰথম পৰ্যায়) উদ্বোধন কৰে আৰু চেন্নাইত চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।মুখ্য বন্দৰসমূহৰ দ্বাৰা নতুন অভিলেখ স্থাপনক উচ্চ প্ৰসংশা প্ৰধানমন্ত্ৰীৰ
April 04th, 10:24 am
২০২২-২৩ বিত্তীয় বৰ্ষত বছৰি ১০.৪ শতাংশ বৃদ্ধিৰ সৈতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ মুখ্য বন্দৰসমূহে কাৰ্গো পৰিচালনাৰ লক্ষ্য অতিক্ৰম কৰি নতুন অভিলেখ স্থাপন কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহ আৰম্ভ হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে
March 31st, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সামুদ্ৰিক সপ্তাহত বন্দৰ-নেতৃত্বাধীন উন্নয়ন আৰু অৰ্থনৈতিক সমৃদ্ধিৰ বাবে উপকূলসমূহক ব্যৱহাৰ কৰাৰ দিশত চলি থকা প্ৰচেষ্টাত শক্তি বৃদ্ধি কৰিবলৈ শুভেচ্ছা জনাইছে।প্ৰতিষ্ঠা দিৱসত উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
February 01st, 09:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক শুভেচ্ছা জনাইছে।PM Modi inaugurates Shaurya Smarak in Bhopal, Madhya Pradesh
October 14th, 07:40 pm
PM Narendra Modi today addressed a public meeting in Madhya Pradesh attended by ex-servicemen. Speaking at the event, PM Modi complimented the country’s armed forces and noted their sacrifice. “When we think of our armed forces we remember their valour. We also recall with pride their role during a natural disaster”, said the PM.Indian Armed Forces rank the best in the world on parameters of discipline and conduct: PM Modi
October 14th, 07:29 pm
PM Modi inaugurated 'Shaurya Smarak' -- a war memorial dedicated to the soldiers of India. Addressing the event, the PM said that first image of a soldier may be that of a uniformed person with weapons, but soldiers also have a humane face too. PM Modi said that our Army does not speak but displays its valour. He hailed the soldiers as saviours of humanity at large, beyond borders and nations.PM salutes coast guard personnel on 38th Raising Day of Indian Coast Guard
February 01st, 02:07 pm
PM salutes coast guard personnel on 38th Raising Day of Indian Coast Guard