India has close relations with all the Central Asian countries: PM Modi
January 27th, 04:40 pm
PM Narendra Modi a addressed India-Central Asia Summit via video conferencing. In his remarks, PM Modi termed the mutual cooperation between India and Central Asia as essential for regional security and prosperity. The region is central to India's vision of an integrated and stable extended neighbourhood, he said.ভাৰত-মধ্য এছিয়া ভাৰ্চুৱেল সন্মিলন
January 27th, 04:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী,২০২২ত প্ৰথমবাৰ্ষিক ভাৰত-মধ্য এছিয়া ভাৰ্চুৱেল সন্মিলন সম্বোধন কৰে, য’ত কাজাখস্তান, কিৰ্গিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিয়ে অংশ লয়। ভাৰত আৰু মধ্য এছিয়ান দেশৰ মাজত কৌশলগত সম্পৰ্ক স্থাপনৰ ৩০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰথমবাৰৰ বাবে ভাৰত-মধ্য এছিয়া সন্মিলনৰ আয়োজন কৰা হৈছে।ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ প্ৰথম বৈঠক
January 19th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰীত ভাৰ্চুৱেল পদ্ধতিৰে ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ প্ৰথমখন বৈঠকৰ শুভাৰম্ভ কৰিব। এই সন্মিলনত কাজাখস্তান, কিৰগিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিসকলেও অংশগ্ৰহণ কৰিব। ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ নেতৃবৃন্দৰ মাজত এইধৰণৰ বৈঠক এইখনেই প্ৰথম।