ভূটানৰ ‘মহামান্য’ ৰজা আৰু ৰাণীক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়
December 05th, 03:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভূটানৰ ‘মহামান্য’ ৰজা জিগমে খেছাৰ নামগ্যেইল ৱাংচুক আৰু ভূটানৰ মহাৰাণী জেটচুন পেমা ৱাংচুকক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ২০২৪ চনৰ মাৰ্চ মাহত তেওঁৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভূটান চৰকাৰ আৰু ভূটানৰ জনসাধাৰণে আগবঢ়োৱা ব্যতিক্ৰমী উষ্ণ আতিথ্যৰ কথা সন্তোষৰে স্মৰণ কৰে।PM Modi inaugurates Gyaltsuen Jetsun Pema Wangchuck Mother & Child Hospital
March 23rd, 08:58 am
PM Modi and Tshering Tobgay, PM of Bhutan, inaugurated the Gyaltsuen Jetsun Pema Wangchuck Mother and Child Hospital, a state-of-the-art hospital, built with the assistance of the Government of India in Thimphu. The Gyaltsuen Jetsun Pema Wangchuck Mother and Child Hospital stands as a shining example of India-Bhutan partnership in health-care.Joint Statement on the State Visit of Prime Minister of India to Bhutan
March 22nd, 07:18 pm
Over centuries, Bharat and Bhutan have enjoyed close bonds of friendship and cooperation anchored in mutual trust, goodwill and understanding. PM Modi said that our development partnership is a confluence of India’s approach of ‘Sabka Saath, Sabka Vikas, Sabka Vishwas’ and the philosophy of Gross National Happiness in Bhutan.Bilateral meeting of Prime Minister with Prime Minister of Bhutan and Exchange of MoUs
March 22nd, 06:30 pm
Prime Minister Narendra Modi met H.E. Tshering Tobgay, Prime Minister of Bhutan in Thimphu over a working lunch hosted in his honour. The Prime Minister thanked Prime Minister Tobgay for the exceptional public welcome accorded to him, with people greeting him all along the journey from Paro to Thimphu. The two leaders held discussions on various aspects of the multi- faceted bilateral relations and forged an understanding to further enhance cooperation in sectors such as renewable energy, agriculture, youth exchange, environment and forestry, and tourism.Joint Vision Statement on India - Bhutan Energy Partnership
March 22nd, 05:20 pm
India and Bhutan share an exemplary bilateral relationship characterized by trust, goodwill and mutual understanding at all levels. The two leaders noted the stellar contribution of clean energy partnership in the development of hydro-power sector of Bhutan, and in providing energy security to the regionপ্ৰধানমন্ত্ৰীক ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰা হয়
March 22nd, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ভূটানৰ মহামান্য ৰজাই থিম্ফুৰ টেন্দ্ৰেলথাঙত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰী মোদী হৈছে এই সন্মানীয় বঁটা লাভ কৰা প্ৰথমগৰাকী বিদেশী নেতা।প্ৰধানমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
March 15th, 10:22 am
প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিছে। উল্লেখ্য, ২০২৪ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ এইটো প্ৰথম বিদেশ ভ্ৰমণ।প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগায়েল ৱাংচুকক সাক্ষাৎ কৰে
November 06th, 11:30 pm
ভূটানৰ ৰজা জিগমে খেছাৰ নামগায়েল ৱাংচুকক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।ভূটানৰ ৰজা মহামহিম জিগমে খেচাৰ নামগৱেল ৱাংচুকৰে মিলিত প্ৰধানমন্ত্ৰী
April 04th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীস্থিত তেখেতৰ বাসগৃহত ভূটানৰ ৰজা মহামহিম জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে মিলিত হয়।