IndAus ECTA reflects the depth of the mutual confidence between the two countries: PM Modi
April 02nd, 10:01 am
PM Modi and Australian PM Morrison witnessed signing of the India-Australia Economic Cooperation and Trade Agreement. PM Modi said that signing of IndAus ECTA in such a short span of time reflects the depth of the mutual confidence between the two countries.প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি - " IndAus ECTA" স্বাক্ষৰিত হয়
April 02nd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰী স্কট মৰিছনৰ উপস্থিতিত ভাৰত চৰকাৰৰ হৈ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু বস্ত্ৰ মন্ত্ৰী শ্ৰী পীযুষ গোৱেল আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ বাণিজ্য, পৰ্যটন আৰু বিনিয়োগ মন্ত্ৰী শ্ৰী ডেন তেহানে আজি ভাৰত-অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (IndAus ECTA) স্বাক্ষৰ কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে
March 21st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় স্কট মৰিছনে আজি ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে। সন্মিলনৰ সময়ত তেওঁলোকে দুয়োখন দেশৰ মাজত বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰে।PM Modi's remarks at India-Australia virtual summit
March 21st, 12:30 pm
PM Narendra Modi and Australian PM Scott Morrison held a productive virtual summit. The leaders reviewed the bilateral ties and shared their respective visions to advance this partnership.India-Australia Virtual Summit
March 17th, 08:30 pm
Prime Minister Shri Narendra Modi and Prime Minister of Australia H.E. Mr. Scott Morrison will hold the second India-Australia Virtual Summit on 21 March 2022. The Summit follows the historic first Virtual Summit of 4 June 2020 when the relationship was elevated to a Comprehensive Strategic Partnership.