প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ কৃষকক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ
August 11th, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১০৯টা নতুন শস্যৰ জাত মুকলি কৰি দেশৰ কৃষকসকলক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে। তেওঁ আৰু কয় যে জলবায়ু অনুকূল আৰু অধিক উৎপাদনক্ষম জাতৰ শস্যই কৃষকৰ আয় বৃদ্ধি কৰিব।প্ৰধানমন্ত্ৰীয়ে ১০৯ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে
August 11th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নতুন দিল্লীস্থিত ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯ টা উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে।১১ আগষ্টত ১০৯বিধ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-সমৃদ্ধ জাতৰ শস্য মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
August 10th, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ আগষ্ট, ২০২৪ৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯বিধ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-সমৃদ্ধ জাতৰ শস্য মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে কৃষক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিব।