মধ্যপ্ৰদেশৰ ৰোজগাৰ মেলাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 21st, 12:15 pm
আজি আপোনালোক সকলোৱে এই ঐতিহাসিক সময়ত শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বৰ সৈতে নিজকে জড়িত কৰিছে৷ এই বছৰ, মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা সবিশেষ কৈছো যে কিদৰে ৰাষ্ট্ৰীয় চৰিত্ৰই দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এয়া ভাৰতৰ ভৱিষ্যত প্ৰজন্মক নতুন গঢ় দিয়াৰ, তেওঁলোকক আধুনিকতাৰে সজাই তোলাৰ আৰু তেওঁলোকক নতুন দিশ দিয়াৰ দায়িত্ব৷ মই ৫,৫০০তকৈ অধিক শিক্ষকক শুভেচ্ছা জনাইছো, যিসকলে মধ্যপ্ৰদেশৰ প্ৰাথমিক বিদ্যালয়ত নিযু্ক্তি লাভ কৰিছে৷ মোক জনোৱা মতে বিগত তিনি বছৰত মধ্যপ্ৰদেশত ৫০,০০০তকৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে৷ মই ইয়াৰ বাবে ৰাজ্য চৰকাৰকো অভিনন্দন জনাইছো৷মধ্যপ্ৰদেশ ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 21st, 11:50 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকৰ জৰিয়তে মধ্যপ্ৰদেশত আয়োজন কৰা বৃহৎ ৰোজগাৰ মেলা সম্বোধন কৰে।কটকত আয়কৰ আপীল ন্যায়াধীকৰণ(আইটিএটি)ৰ অত্যাধুনিক আৱাসিক কাৰ্যালয়ৰ চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা
November 11th, 05:01 pm
ওড়িশাৰ মুখ্যমন্ত্ৰী তথা মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী ৰবিশংকৰ প্ৰসাদ জী, ওড়িশাৰ সু-সন্তান তথা মোৰ মন্ত্ৰী পৰিষদৰ সহযোগী শ্ৰীমান ধৰ্মেন্দ্ৰ প্ৰধান জী, আয়কৰ আপীল ন্যায়াধীকৰণৰ অধ্যক্ষ সন্মানীয় ন্যায়াধীশ পি পি ভট্ট জী, ওড়িশাৰ সাংসদ, বিধায়কসকলৰ লগতে কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো বিশিষ্ট ব্যক্তি আৰু বন্ধুসকল,India has Moved from Tax-Terrorism to Tax-Transparency: Prime Minister
November 11th, 05:00 pm
Prime Minister Shri Narendra Modi inaugurated Office-cum-Residential Complex of Cuttack Bench of Income Tax Appellate Tribunal through video conference today. Speaking on the occasion, the Prime Minister said this bench would now provide modern facilities not only to Odisha, but to millions of taxpayers of Eastern and North Eastern India and help in disposing off all the pending cases in this region.প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব আয়কৰ এপিলেট ট্রিবিউনেলৰ কটক শাখাৰ কাৰ্যালয় তথা আৱাসিক কমপ্লেক্
November 09th, 08:02 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ নৱেম্বৰৰ পুৱা ৪.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কটকৰ আয়কৰ এপিলেট ট্রিবিউনেল (আইটিএটি)ৰ কাৰ্যালয় তথা আৱাসিক কমপ্লেক্স উদ্বোধন কৰিব। কেন্দ্রীয় আইন মন্ত্রী, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী, ওড়িষাৰ মুখ্যমন্ত্রী, ওড়িষা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সহ অন্যান্য বিচাৰপতিসকলৰ লগতে আন বহু বিশিষ্ট লোক এই অনুষ্ঠানত উপস্থিত থাকিব। এই উপলক্ষে আইটিএটিৰ ওপৰত এখন ই-কফি টেবুল বুক উন্মোচন কৰা হ’ব ।