India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana
November 22nd, 03:02 am
PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
November 22nd, 03:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।Union Cabinet approves establishment of Rs.1,000 crore Venture Capital Fund for Space Sector under aegis of IN-SPACe
October 24th, 03:25 pm
The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, has approved setting up of Rs.1000 crore Venture Capital Fund dedicated to space sector, under aegis of IN-SPACe.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছএছএলভি-ডি৩ (SSLV-D3)-ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনাইছে
August 16th, 01:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) বিজ্ঞানীসকলক নতুন উপগ্ৰহ উৎক্ষেপণ বাহন (SSLV)-ডি৩-ৰ সফল উৎক্ষেপণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।Cabinet approves amendment in the Foreign Direct Investment (FDI) policy on Space Sector
February 21st, 11:06 pm
The Union Cabinet chaired by Prime Minister Shri Narendra Modi approved the amendment in Foreign Direct Investment (FDI) policy on space sector. Now, the satellites sub-sector has been pided into three different activities with defined limits for foreign investment in each such sector.If the world praises India it's because of your vote which elected a majority government in the Centre: PM Modi in Mudbidri
May 03rd, 11:01 am
Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.PM Modi addresses public meetings in Karnataka’s Mudbidri, Ankola and Bailhongal
May 03rd, 11:00 am
Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-এছৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰো আৰু ইন-স্পেচক অভিনন্দন জনায়
November 18th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-ছাবঅৰ্বিটেলৰ সফল প্ৰক্ষেপণৰ বাবে ভাৰতীয় অন্তৰিক্ষ গৱষণা সংস্থা (ইছৰো) আৰু ইন-স্পেচক অভিনন্দন জনাইছে।৩০.১০.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯৪ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, আমি এইমাত্ৰ পবিত্ৰ ছট পূজা, ভগৱান সূৰ্যৰ উপাসনাৰ বিষয়ে কথা পাতিলো। গতিকে আজি সূৰ্যৰ উপাসনা কৰাৰ লগতে তেওঁৰ আশীৰ্ব্বাদৰ বিষয়েও কিয়নো আলোচনা নকৰো! সূৰ্য ঈশ্বৰৰ এই আশীৰ্বাদ হৈছে - 'সৌৰ শক্তি'। সৌৰ শক্তি আজি এনে এক বিষয়, য'ত সমগ্ৰ বিশ্বই ইয়াৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু ভাৰতৰ বাবে, সূৰ্য ঈশ্বৰক কেৱল শতিকা ধৰি উপাসনা কৰাই নহয় ই আমাৰ জীৱন শৈলীৰ কেন্দ্ৰবিন্দুও হৈ আহিছে। আজি ভাৰতে নিজৰ পৰম্পৰাগত অভিজ্ঞতাক আধুনিক বিজ্ঞানৰ সৈতে একত্ৰিত কৰি আছে, সেয়েহে আজি আমি সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰা সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত এখন হৈ পৰিছো। সৌৰ শক্তিয়ে আমাৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন কেনেদৰে সলনি কৰি আছে সেয়াও অধ্যয়নৰ বিষয়।আটাইতকৈ গধুৰ বাহন এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে এনএছআইএল, ইন-স্পেচ আৰু ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 23rd, 10:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আটাইতকৈ গধুৰ উৎক্ষেপণ বাহন এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ সংস্থা ক্ৰমে এনএছআইএল, ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জনায়৷গুজৰাটৰ গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পাঠ
July 04th, 10:57 pm
আজিৰ অনুষ্ঠানটোৱে একবিংশ শতিকাত ভাৰত ক্ৰমান্বয়ে আধুনিক হৈ পৰাৰ আভাস কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বৰ সন্মুখত ডিজিটেল ইণ্ডিয়া অভিযানৰ ৰূপত সমগ্ৰ মানৱতাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কিমান বৈপ্লৱিক, তাৰ উদাহৰণ ভাৰতে দাঙি ধৰিছে।প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে
July 04th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত 'নৱ ভাৰত প্ৰযুক্তি অনুপ্ৰেৰণা' বিষয়বস্তুৰে ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে। অনুষ্ঠানটোত তেওঁ প্ৰযুক্তিৰ প্ৰসাৰ বৃদ্ধি, জীৱন ধাৰণৰ সহজতা নিশ্চিত কৰাৰ বাবে সেৱা প্ৰদানক সুশৃংখল কৰাৰ লক্ষ্যৰে কেইবাটাও ডিজিটেল পদক্ষেপআৰম্ভ কৰে। তেওঁ চিপ টু ষ্টাৰ্টআপ (চিআইটিইউএছ) কাৰ্যসূচীৰ অধীনত সহযোগিতা কৰা ৩০ টা প্ৰতিষ্ঠানৰ প্ৰথম গোটটোঘোষণা কৰে।পিএছএলভি চি৫৩ৰ দ্বাৰা মহাকাশত ভাৰতীয় ষ্টাৰ্ট-আপৰ দুটা পেলোড সফলতাৰে উৎক্ষেপণ কৰাৰ বাবে ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
July 01st, 09:22 am
পিএছএলভি চি৫৩ অভিযানৰ দ্বাৰা মহাকাশত ভাৰতীয় ষ্টাৰ্ট-আপৰ দুটা পেলোড সফলভাৱে উৎক্ষেপণ কৰাৰ বাবে ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।প্ৰধানমন্ত্ৰীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব
June 08th, 07:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুনত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত 'গুজৰাট গৌৰৱ অভিযান'ৰ সময়ত একাধিক উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত তেওঁ নৱসাৰীত এ.এম নাইক হেল্থকেয়াৰ কমপ্লেক্স আৰু নিৰালী মাল্টি স্পেচিয়েলিটী হাস্পতাল উদ্বোধন কৰিব। ইয়াৰ পিছতে আবেলি প্ৰায় ৩:৪৫ বজাত তেওঁ আহমেদাবাদৰ ভূপালত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিব।