আইটিইউ-ৱৰ্ল্ড টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী, ২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 15th, 10:05 am
মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, চন্দ্ৰশেখৰ জী, আইটিইউৰ সচিব প্ৰধান, ভিন্ন দেশৰ মন্ত্ৰী, ভাৰতৰ ভিন্ন ৰাজ্যৰ মন্ত্ৰী, উদ্যোগৰ নেতা, টেলিকম বিশেষজ্ঞ, ষ্টাৰ্ট-আপ জগতৰ যুৱ উদ্যোগী, ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল,Prime Minister Shri Narendra Modi inaugurates ITU World Telecommunication Standardization Assembly 2024 in New Delhi
October 15th, 10:00 am
Prime Minister Modi inaugurated the International Telecommunication Union-World Telecommunication Standardization Assembly and India Mobile Congress in New Delhi. In his address, he highlighted India's transformative achievements in connectivity and telecom reforms. The Prime Minister stated that the government has made telecom a means of equality and opportunity beyond just connectivity in the country.প্ৰধানমন্ত্ৰীয়ে ১৫ অক্টোবৰত নতুন দিল্লীত আইটিইউ ৱৰ্ল্ড টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী, ২০২৪ উদ্বোধন কৰিব
October 14th, 05:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ অক্টোবৰৰ পুৱা ১০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইন্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়ন - ৱৰ্ল্ড টেলিকমিউনিকেচন ষ্টেণ্ডাৰ্ডাইজেচন এছেম্বলী (WTSA), ২০২৪ উদ্বোধন কৰিব।৪৪ তম প্ৰগতি (PRAGATI) সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
August 28th, 06:58 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সংযোগ কৰা সক্ৰিয় শাসন আৰু সময়োপযোগী ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক বহুমুখী মঞ্চ PRAGATI ৰ ৪৪ সংখ্যক সন্মিলনৰ অধ্যক্ষতা কৰে। এয়া আছিল তেওঁৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন প্ৰগতি বৈঠক।‘প্ৰগতি বাৰ্তালাপ’ৰ ৪৩ সংখ্যক বৈঠকত অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰীয়ে
October 25th, 09:12 pm
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু সময়মতে আঁচনিসমূহ ৰূপায়ণৰ বাবে ‘আইচিটি-আধাৰিত মাল্টি-মডেল প্লেটফৰ্ম’ ‘প্ৰগতি’ৰ আজি অনুষ্ঠিত ৪৩ সংখ্যক সংস্কৰণৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।আই টি ইউ এৰিয়া অফিচ এণ্ড ইনোভেচন চেণ্টাৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
March 22nd, 03:34 pm
মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, আই টি ইউৰ মহাসচিব দেবুসিং চৌহান ডাঙৰীয়া, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল!আইটিইউৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত ভাৰতত নতুন আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন কৰাৰ লগতে ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেড মুকলি কৰে। ইয়াৰ উপৰিও তেওঁ ‘Call before u Dig’ এপ মুকলি কৰে। আইটিইউ হৈছে ৰাষ্ট্ৰসংঘৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ বিশেষ সংস্থা। ভাৰতে ২০২২ চনৰ মাৰ্চ মাহত আইটিইউৰ সৈতে আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে আয়োজক দেশৰ চুক্তি স্বাক্ষৰ কৰে। এই কাৰ্যালয়টোৱে ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান আৰু ইৰাণৰ বাবে সেৱা আগবঢ়াব, দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব আৰু অঞ্চলটোত পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতাৰ পোষকতা কৰিব।২২ মাৰ্চত ‘আইটিইউ’-ৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
March 21st, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চ, ২০২৩ তাৰিখে দুপৰীয়া ১২:৩০ বজাত ‘বিজ্ঞান ভৱন’ত অনুষ্ঠিত এক কাৰ্যসূচীত ভাৰতৰ নতুন ‘আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ’ (আইটিইউ)ৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰটো উদ্বোধন কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত ৬জি ভিজন ডকুমেণ্ট’ উন্মোচন কৰাৰ লগতে ‘৬জি আৰ এণ্ড ডি টেষ্ট বে’ড’-য়ো মুকলি কৰিব। একেটা অনুষ্ঠানতে তেওঁ 'কল বিফোৰ ইউ ডিগ' এপ্-টোও মুকলি কৰি অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷PM chairs 40th PRAGATI Interaction
May 25th, 07:29 pm
PM Modi chaired the meeting of 40th edition of PRAGATI. In the meeting, nine agenda items were taken for review including eight projects and one Programme. He also reviewed ‘National Broadband Mission’ Programme. States and Agencies were asked to leverage the centralised Gati Shakti Sanchar Portal to ensure timely disposal of Right of Way (RoW) applications.PM’s interaction through PRAGATI
November 22nd, 04:55 pm
In his 23rd PRAGATI meeting, PM Modi reviewed the progress towards handling and resolution of grievances related to consumers, and emphasized the need for improvement in administrative arrangements. The PM reviewed progress of 9 infrastructure projects in the railway, road, power, and renewable energy sectors, spread over several states and cumulatively worth over Rs. 30,000 crore.The United States and India: Enduring Global Partners in the 21st Century'...the India-US Joint Statement
June 08th, 02:26 am
Watch LIVE: Shri Narendra Modi to address the CyberMedia ICT Business Awards 2013. On 17th January, 2014
January 12th, 10:12 am
Watch LIVE: Shri Narendra Modi to address the CyberMedia ICT Business Awards 2013. On 17th January, 2014