ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

June 06th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক আৰু ষ্টাৰ্ট-আপ উদ্যোগীৰে মত-বিনিময় কৰে৷ চৰকাৰী আঁচনিৰ বিভিন্ন উপভোক্তাৰ সৈতে এয়া হ’ল প্ৰধানমন্ত্ৰীৰ ক্ৰমাগত চতুৰ্থটো মত-বিনিময় অনুষ্ঠান৷

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জানুৱাৰী 2018

January 17th, 07:31 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

১৭ জানুৱাৰী তাৰিখে আহমেদাবাদৰ দেও ধলেৰা গাঁৱত আই ক্ৰিয়েট কেন্দ্ৰ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ লিখিত ৰূপ

January 17th, 03:15 pm

মাননীয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতান্যাহু, শ্ৰীমতী চাৰা নেতান্যাহু, গুজৰাটৰ মূখ্যমন্ত্ৰী শ্ৰীমান বিজয় ৰূপানী জী, উপ-মূখ্যমন্ত্ৰী শ্ৰী নীতিন পেটেল জী, আই ক্ৰিয়েট কেন্দ্ৰৰ লগত জড়িত সকলো বুদ্ধিজীৱি, উদ্ভাৱক, গৱেষক তথা ইয়াত উপস্থিত ভাতৃ-ভগ্নীসকল আৰু মোৰ নৱপ্ৰজন্মৰ বন্ধুসকল,

দেশবাসীৰ নামত আইক্ৰিয়েট চেণ্টাৰ উচৰ্গা প্ৰধানমন্ত্ৰী মোদী, ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ

January 17th, 03:14 pm

প্ৰধানমন্ত্ৰী মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুয়ে আজি আহমেদাবাদৰ সমীপৱৰ্তী গাঁৱত প্ৰতিষ্ঠা কৰা এটা আইক্ৰিয়েট সুবিধাসম্পন্ন কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে। আইক্ৰিয়েট হৈছে এটা স্বতন্ত্ৰ কেন্দ্ৰ, যাৰ উদ্দেশ্য হৈছে খাদ্য সুৰক্ষা, পানী, যোগাযোগ, চাইবাৰ নিৰাপত্তা, তথ্য-প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকছ, শক্তি, বায়’-মেডিকেল সা-সামগ্ৰী তথা সঁজুলি ইত্যাদিৰ দৰে প্ৰধান সমস্যাৰ সমাধান দিব পৰাকৈ সৃষ্টিশীলতা, নতুনত্ব, কাৰিকৰী, প্ৰডাক্ট ডিজাইন আৰু উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰা। উন্নত মানৰ উদ্যোগী গঢ় দিব পৰাকৈ ভাৰতৰ পৰিস্থিতিতন্ত্ৰৰ উন্নয়ন সাধন কৰাটোৱেই আইক্ৰিয়েটৰ লক্ষ্য।

icreate to encourage entrepreneurship & develop boundless creativity among youth

April 05th, 04:40 pm

icreate to encourage entrepreneurship & develop boundless creativity among youth

Hon’ble CM launches incubation centre ‘icreate’ to nurture young talents with innovative ideas

September 11th, 06:28 am

Hon’ble CM launches incubation centre ‘icreate’ to nurture young talents with innovative ideas