‘স্বাস্থ্য আৰু চিকিৎসা গৱেষণা’ বিষয়ত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 06th, 10:30 am
স্বাস্থ্যসেৱাক ক’ভিডৰ পূৰ্বৰ সময় আৰু মহামাৰীটোৰ পিছৰ সময়, উভয়ৰে প্ৰেক্ষাপটত চাব লাগে। এনে দুৰ্য্যোগৰ পৰিপ্ৰেক্ষিতত সমৃদ্ধিশালী দেশৰ উন্নত ব্যৱস্থাও অৱনমিত হৈছে, সেই কথা বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ জৰিয়তে শিকিছে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশ্বই এতিয়া পূৰ্বতকৈ অধিক মনোনিৱেশ কৰিছে যদিও ভাৰতৰ এই পন্থা কেৱল স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়। বৰঞ্চ আমি এখোজ আগুৱাই গৈ সামগ্ৰিক সুস্থতাৰ বাবে কাম কৰিছো। আমি বিশ্বৰ আগত এক দৃষ্টিভংগী দেখুৱাইছো আৰু সেয়া হ’ল ‘এক বিশ্ব-এক স্বাস্থ্য’। ক’ৰোনা বিশ্ব মহামাৰীয়ে যোগান শৃংখলৰ গুৰুত্ব সম্পৰ্কেও কৈছে। মহামাৰীটো ভৰপক পৰ্য্যায়ত থাকোতে ঔষধ, ভেকচিন, চিকিৎসা সঁজুলিৰ দৰে জীৱন ৰক্ষাকাৰী সামগ্ৰীসমূহ প্ৰধান আহিলা হৈ উঠিছিল। যোৱা কেইবছৰমানৰ বাজেটত এই সকলোবোৰ বিষয়ত ভাৰতে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ন্যূনতম কৰিবলৈ আমি অহৰহ চেষ্টা কৰি আছো। গতিকে এই ক্ষেত্ৰত সকলো অংশীদাৰৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।স্বাস্থ্য আৰু চিকিৎসা গৱেষণাৰ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 06th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বাস্থ্য আৰু চিকিৎসা গৱেষণা’ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়ায়। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা এইখন বাজেটোত্তৰ ১২টা ৱেবিনাৰৰ ভিতৰত নৱমখন ৱেবিনাৰ।উত্তৰ প্ৰদেশৰ গোৰখপুৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 07th, 01:10 pm
ভাৰত মাতা কী - জয়, ভাৰত মাতা কী - জয়, ধৰ্ম আধ্যাত্মিকতা আৰু ক্ৰান্তি কা নগৰী গোৰখপুৰ কা, দেৱতুলীয়া লোগান কে হাম প্ৰনাম কৰত বাণী। পৰমহংস যোগানন্দ, মহাযোগী গোৰখনাথ জী, বন্দনীয় হনুমান প্ৰসাদ পোদ্দাৰ জী, আৰু মহা বলিদানী পণ্ডিত ৰাম প্ৰসাদ বিছমিলৰ এই পবিত্ৰ ভূমিক কোটি কোটি সেৱা জনাইছো।উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 07th, 01:05 pm
উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰত আজি এলানি উন্নয়নী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্
April 27th, 08:25 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰীক অক্সিজেনৰ উপলব্ধতা, ঔষধ, স্বাস্থ্য আন্তঃগাঁথনি ইত্যাদিৰ বিভিন্ন বিষয়ত বিশদ তথ্য প্ৰদান কৰা হয়৷ফাৰ্মা উদ্যোগৰ নেতৃত্বৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিম
April 19th, 08:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাৰ্মাচিউটিকেল উদ্যোগৰ নেতৃত্বৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ফাৰ্মা খণ্ডটোৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয়।ক’ভিড-১৯ক লৈ জন-স্বাস্থ্যই প্ৰদৰ্শন কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত দেশৰ নেতৃস্থানীয় চিকিত্সকমণ্ডলীৰে প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা সভ
April 19th, 06:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ক’ভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি সন্দৰ্ভত দেশৰ চিকিত্সকলমণ্ডলীৰে এক পৰ্যালোচনা সভাত মিলিত হয়। ক’ৰোনাভাইৰাছে সৃষ্টি কৰা মহামাৰীৰ সময়ছোৱাত আগবঢ়োৱা অনবদ্য সেৱাৰ দেশৰ চিকিত্সক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যসেৱা কৰ্মীসকলক ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।হায়দৰাবাদস্থিত ভাৰত বায়োটেক চৌহদ ভ্ৰমণ প্ৰধানমন্ত্ৰী
November 28th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদস্থিত ভাৰত বায়োটেকৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰে। ক’ভিডৰ বাবে টীকা উদ্ভাৱন আৰু উৎপাদন প্ৰক্ৰিয়া ব্যক্তিগতভাৱে পৰ্যালোচনা কৰিবৰ বাবে তিনি চহৰ ভ্ৰমণ কৰাৰ অংশ আছিল এই ভ্ৰমণ।ক’ভিড-১৯ ভেকচিনৰ বিৰতণ, আৱণ্টন আৰু প্ৰশাসনিক দিশৰ প্ৰস্তুতি সন্দৰ্ভত আজি পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়
November 20th, 10:59 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ক’ভিড-১৯ ভেকচিনৰ বিতৰণ, আৱণ্টন আৰু প্ৰশাসনিক দিশৰ প্রস্তুতিক লৈ পর্যালোচনা বৈঠকত মিলিত হয়৷ ভেকচিন প্ৰস্তুত প্ৰচেষ্টাৰ বাবে তেওঁ উদ্ভাৱক, বিজ্ঞানী, শিক্ষাবিদ আৰু ঔষধ কোম্পানীসমূহৰ প্রশংসা কৰাৰ লগতে ভেকচিনৰ গৱেষণা, উদ্ভাৱন আৰু প্ৰস্তুত কৰাৰ কামত সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে৷প্ৰধানমন্ত্ৰীৰ ইউএছ-আইএছপিএফ ইউএছ-ভাৰত সন্মিলন ২০২০ত প্ৰদান কৰা মূল ভাষণৰ অসমীয়া লিখিত ৰূপ
September 03rd, 09:01 pm
‘ইউএছ-ভাৰত কৌশলগত সহযোগিতা মঞ্চ (আইএছপিএফ)’ৰ দ্বাৰা আমেৰিকা ভাৰত শিখৰ সন্মিলন ২০২০ৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক একেখন মঞ্চলৈ অনাটো নিশ্চিতভাৱে অভূতপূৰ্ব কাৰ্য হিচাপে বিবেচিত হৈছে৷ ভাৰত তথা আমেৰিকাক পৰস্পৰৰ অধিক কাষলৈ লৈ অনাত ‘ইউএছ-আইএছপিএফ’ৰ দ্বাৰা প্ৰণয়ন কৰা অৰ্থক প্ৰয়াস অত্যন্ত প্ৰশংসনীয় হৈছে৷ইউএছ-আএছপিএফৰ ভাৰত-মাৰ্কিন সন্মিলন, ২০২০ত বিশেষ মুল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
September 03rd, 09:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউএছ-আএছপিএফৰ ভাৰত-মাৰ্কিন সন্মিলন, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে বিশেষ মুল ভাষণ আগবঢ়ায়৷১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 02:49 pm
স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷৭৪ তম স্বাধীনতা দিৱসত লাল কিল্লাৰ প্ৰাচীৰৰপৰা ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 15th, 02:38 pm
মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।India celebrates 74th Independence Day
August 15th, 07:11 am
Prime Minister Narendra Modi addressed the nation on the occasion of 74th Independence Day. PM Modi said that 130 crore countrymen should pledge to become self-reliant. He said that it is not just a word but a mantra for 130 crore Indians. “Like every young adult in an Indian family is asked to be self-dependent, India as nation has embarked on the journey to be Aatmanirbhar”, said the PM.PM to launch High Throughput COVID-19 testing facilities on 27 July
July 26th, 02:51 pm
Prime Minister Shri Narendra Modi will launch high throughput COVID-19 testing facilities on 27th July via video conferencing. These facilities will ramp up testing capacity in the country and help in strengthening early detection and treatment, thus assisting in controlling the spread of the pandemic.