৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

August 15th, 04:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক ধন্যবাদ জনাই৷

ভাৰতৰ ৭৪সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ

January 26th, 09:43 pm

ভাৰতৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবেবিশ্বৰ নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

Lifestyle of the planet, for the planet and by the planet: PM Modi at launch of Mission LiFE

October 20th, 11:01 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

PM launches Mission LiFE at Statue of Unity in Ekta Nagar, Kevadia, Gujarat

October 20th, 11:00 am

At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.

প্রধানমন্ত্রীয়ে ৭৬তম স্বাধীনতা দিৱসত বিশ্বৰ নেতৃবৃন্দক তেওঁলোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ দিয়ে

August 15th, 10:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৬তম স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ নেতৃবৃন্দক তেওঁলোকৰ অভিনন্দন আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ দিছে।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰত-মালদ্বীপে প্ৰকাশ কৰা যুটীয়া বিবৃতি

August 02nd, 10:18 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মেদ সলিহে এক আনুষ্ঠানিক ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হয়হি।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰেছ বিবৃতি

August 02nd, 12:30 pm

সৰ্ব প্ৰথমে মই মোৰ মিত্ৰ ৰাষ্ট্ৰপতি সোলিহ আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধিবৰ্গক আদৰণি জনাইছো। শেহতীয়া বছৰচেৰেকত ভাৰত আৰু মালদ্বীপৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত নতুন উদ্দীপনাৰ সৃষ্টি হৈছে, আমাৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পিচতো আমাৰ সহযোগিতাই এক ব্যাপক অংশীদাৰিত্বৰ ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ইব্ৰাহিম মহম্মদ ছোলিহক তেওঁৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনাইছে

February 25th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ইব্ৰাহিম মহম্মদ ছোলিহক তেওঁৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনাইছে আৰু আশু আৰোগ্য কামনা কৰিছে। মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই মালদ্বীপৰ ৰাষ্ট্ৰপতিক সফল অস্ত্ৰোপচাৰ আৰু শীঘ্ৰে সুস্থ হোৱাৰ বাবে শুভকামনা জ্ঞাপন কৰিছো।”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ইব্রাহিম মোহাম্মদ চোলিহৰ মাজত টেলিফোনিক বাৰ্তালাপ

July 14th, 02:21 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপ প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ইব্রাহিম মোহাম্মদ চোলিহৰে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

Telephone Conversation between PM and President of the Maldives

April 20th, 01:30 pm

Prime Minister Shri Narendra Modi had a telephone conversation today with H.E. Mr. Ibrahim Mohamed Solih, President of the Malpes.

PM Modi's bilateral meetings on the sidelines of UNGA

September 24th, 02:47 am

On the sidelines of the UNGA, PM Modi held bookstall meetings with several world leaders in New York.

List of Agreements/MoUs signed during the State Visit of Prime Minister to Maldives

June 08th, 07:38 pm



মালদ্বীপৰ সংসদ মাজলিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

June 08th, 07:11 pm

আপোনালোক সকলোকে মই মোৰ তৰফৰ পৰা তথা ১৩০ কোটি ভাৰতীয়ৰ তৰফৰ পৰা শুভকামনা প্ৰদান কৰিছো৷ ঈদ-উল-ফিটৰৰ আনন্দ আৰু উৎসাহ এতিয়াও আমাৰ মাজত আছে৷ আপোনালোক সকলোকে আৰু মালদ্বীপৰ সকলো লোকক এই উপলক্ষে অশেষ শুভকামনা জনাইছো৷

মালদ্বীপ আৰু শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰেছ বিবৃত্তি

June 07th, 04:20 pm

ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলীহ আৰু ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাৰ নিমন্ত্ৰণ ক্ৰমে মই ৮-৯ জুন, ২০১৯ত মালদ্বীপ আৰু শ্ৰীলংকা ভ্ৰমণ কৰিম৷ পুনৰ নিৰ্বাচিত হোৱাৰ পাছত এয়া মোৰ প্ৰথম বিদেশ ভ্ৰমণ৷

মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতিয়ে ১৭ ডিচেম্বৰ ২০১৮ তাৰিখে ভাৰত ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত যৌথ বিবৃতি

December 17th, 04:32 pm

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে মালদ্বীৰ গণৰাজ্যৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে ১৬-১৮ ডিচেম্বৰ ২০১৮ তাৰিখলৈ ভ্ৰমণৰ বাবে ভাৰতলৈ আহে৷

মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণৰ সময়চোৱাত স্বাক্ষৰিত হোৱা তথ্যসমূহৰ তালিকা

December 17th, 04:21 pm

মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণৰ সময়চোৱাত স্বাক্ষৰিত হোৱা তথ্যসমূহৰ তালিকা

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত যুটীয়া সংবাদমেলত প্ৰধানমন্ত্রীৰ প্ৰেছ বিবৃতি

December 17th, 12:42 pm

আমাৰ ইতিহাস, সংস্কৃতি, ব্যৱসায় আৰু সামাজিক সম্পর্কও ক্ৰমান্বয়ে আৰু অধিক কাষ চাপিছে। উভয় দেশৰ লোকসকলে আজি গণতন্ত্রৰ প্ৰতি নিজৰ আস্থা আৰু উন্নয়নৰ আকাংক্ষা লৈ পৰস্পৰৰ সৈতে জড়িত হৈছে৷ আপোনাৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ সম্পর্কৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মদ ছ’লিহৰ মাজত সম্পন্ন হোৱা আলোচনাৰ পিছত প্ৰদান কৰা যুটীয়া বিবৃতি

November 17th, 07:50 pm

মালদ্বীপ গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি ইব্ৰাহীম মহম্মদ ছ’লিহে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপ ভ্ৰমণ কৰি নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতীয় চৰকাৰৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

মালদ্বীপত যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান

November 17th, 07:46 am

‘‘মই আমাৰ নিচেই ওচৰ চুবুৰীয়া মালদ্বীপ গণৰাজ্যৰ ৰাজধানী মালে ভ্ৰমণ কৰিবলৈ ওলাইছো৷ মালদ্বীপৰ নতুনকৈ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই ইব্ৰাহিম মহম্মদ ছ’লিহৰ ঐতিহাসিক বিজয় উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মই মালদ্বীপলৈ ওলাইছো৷

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে ফোনযোগে শ্ৰীযুত ইব্ৰাহীম ছলীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

September 24th, 10:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অনুষ্ঠিত মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা শ্ৰীযুত ইব্ৰাহীম ছলীক ফোনযোগে বাৰ্তালাপ কৰাৰ লগতে অভিনন্দন জনায়।