সহকাৰী সচিব পদত নিযুক্ত ২০২২ বৰ্ষৰ প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

July 11th, 07:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পুৱা নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সহকাৰী সচিব হিচাপে নিযুক্ত হৈ থকা ২০২২ বৰ্ষৰ আইএএছ উত্তীৰ্ণ ১৮১গৰাকী বিষয়া প্ৰশিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে সহকাৰী সচিব কাৰ্যসূচী, ২০২২-ৰ সমাপ্তি অধিৱেশনত ২০২০ বৰ্ষৰ আইএএছ বিষয়াসকলক সম্বোধন কৰে

October 06th, 06:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগতে নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত সহকাৰী সচিব কাৰ্যসূচী, ২০২২ৰ সামৰণি অধিৱেশনত ২০২০ বৰ্ষৰ আইএএছ বিষয়াসকলক সম্বোধন কৰে।

India ended three decades of political instability with the press of a button: PM Modi in Berlin

May 02nd, 11:51 pm

PM Narendra Modi addressed and interacted with the Indian community in Germany. PM Modi said that the young and aspirational India understood the need for political stability to achieve faster development and had ended three decades of instability at the touch of a button.

জার্মানীত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ প্রধানমন্ত্রীৰ

May 02nd, 11:50 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জার্মানীৰ বার্লিনৰ থিয়েটাৰ আম পটছডেমাৰ প্লাটজত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে। জার্মানীত বসবাস কৰা ছাত্র, গৱেষক আৰু বিভিন্ন বৃত্তিত জড়িত ১৬০০তকৈ অধিক প্ৰৱাসী ভাৰতীয় সদস্যই এই অনুষ্ঠানত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রীয়ে জার্মানীৰ অর্থনীতি আৰু সমাজত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰে৷ বিশ্বজুৰি ভাৰতীয় সামগ্ৰীৰ প্রচাৰৰ জৰিয়তে ভাৰতৰ ভোকেল ফৰ লোকেল প্ৰচেষ্টাৰ প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে তেওঁ ভাৰতীয় সমূদায়ক উৎসাহ যোগায়৷

‘এলবিএছএনএএ’-ত ৯৬ সংখ্যক ‘উমৈহতীয়া বুনিয়াদী পাঠ্যক্ৰম’ৰ অন্তত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 17th, 12:07 pm

আপোনালোক সকলো যুৱ-বান্ধৱক সফলতাৰে ‘বুনিয়াদী পাঠ্যক্ৰম’ সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো! আপোনালোকক, অকাডেমীৰে জড়িতসকলৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক হোলীৰ শুভকামনাও জনাইছো। আজি অকাডেমীৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেল জী, লাল বাহাদুৰ শাস্ত্ৰী জীৰ নামত উত্সৰ্গিত ‘পোষ্টেল চাৰ্টিফিকেট’-ও আনুষ্ঠানিক ভাবে মুকলি কৰাৰ বাবে মোৰ ভাল লাগিছে।

প্ৰধানমন্ত্ৰীয়ে এলবিএছএনএএত ৯৬তম উমৈহতীয়া মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়

March 17th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (এলবিএছএনএএ)ত ৯৬ সংখ্যক সাধাৰণ মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। তেওঁ নতুন ক্ৰীড়া কমপ্লেক্সটো উদ্বোধন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হেপ্পী ভেলী কমপ্লেক্স উৎসৰ্গা কৰে।

১৭মার্চত এলবিএছএনএএৰ ৯৬সংখ্যক কমন ফাউণ্ডেশ্যন কোৰ্চৰ বিদায়ী অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

March 16th, 09:19 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ১৭মার্চৰ দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে লালবাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচন(এলবিএছএনএএ)ৰ ৯৬সংখ্যক কমন ফাউণ্ডেশ্যন কোৰ্চৰ বিদায়ী অনুষ্ঠানত ভাষণ আগবঢ়াব৷ অনুষ্ঠানত তেওঁ নতুন ক্ৰীড়া চৌহদ আৰু নতুন ৰূপত সজ্জিত হেপী ভেলী কমপ্লেক্স দেশবাসীৰ নামত উৎসৰ্গা কৰিব৷

গোৱাৰ ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 18th, 10:31 am

গোৱাৰ শক্তিবান আৰু লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ, গোৱাৰ সু-সন্তান শ্ৰীপদ নায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ মিত্ৰ ডা০ ভাৰতী...পৱাৰ জী, গোৱাৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, উপস্থিত জন প্ৰতিনিধি, ‘ক’ৰোনা-যোদ্ধা’ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!

PM interacts with healthcare workers and beneficiaries of the COVID vaccination programme in Goa

September 18th, 10:30 am

PM Modi interacted with healthcare workers and beneficiaries of the COVID vaccination programme in Goa on the completion of 100% first dose coverage for the adult population in the state. The PM commended the kind of coordination that Goa has shown in dealing with social and geographical challenges. “Goa has shown the great results of ‘Sabka Saath, Sabka Vikas, Sabka, Vishwas and Sabka Prayas.” he said.

আইপিএছ প্ৰৱেশ্যনাৰসকলৰ ‘দীক্ষান্ত পেৰেড’ত ভিডিঅ’ কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা

September 04th, 11:07 am

দীক্ষান্ত পেৰেড সমাৰোহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী অমিত শ্বাহ জী, ড০ জিতেন্দ্ৰ সিং জী, জি কিষাণ ৰেড্ডি জী, চৰ্দাৰ বল্লভ ভাই পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ বিষয়াসকলৰ লগতে যুৱ উৎসাহেৰে ভাৰতীয় আৰক্ষী সেৱাৰ নেতৃত্ব দিয়াৰ বাবে সাজু হোৱা ৭১ আৰআৰৰ মোৰ যুৱ সতীৰ্থসকল৷

আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

September 04th, 11:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভ ভাই পেটেল নেশ্যনেল পুলিচ একাডেমীত অনুষ্ঠিত দীক্ষান্ত পেৰেড সমাৰোহত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰি আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

আইপিএছ লৈ নৱ-নিৰ্বাচিতসকলেৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

September 03rd, 05:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ছেপ্টেম্বৰ, ২০২০, শুকুৰবাৰে দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ একাডেমী (SVP NPA)ৰ দীক্ষান্ত সমাৰোহৰ সময়ছোৱাত নতুন আইপিএছসকলেৰে মত-বিনিময় কৰিব।

For Better Tomorrow, our government is working on to solve the current challenges: PM Modi

December 06th, 10:14 am

Prime Minister Modi addressed The Hindustan Times Leadership Summit. PM Modi said the decision to abrogate Article 370 may seem politically difficult, but it has given a new ray of hope for development in of Jammu, Kashmir and Ladakh. The Prime Minister said for ‘Better Tomorrow’, the government is working to solve the current challenges and the problems.

হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

December 06th, 10:00 am

সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নতিৰ বাবে পৰিৱৰ্তন আৱশ্যম্ভাৱী৷ পৰিৱৰ্তনতেই উন্নত ভৱিষ্যতৰ ভেঁটি স্থাপন হয়৷ চৰকাৰে পূৰ্বৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ জৰিয়তে সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে৷

কেৱৰীয়াত অসামৰিক সেৱাৰ প্ৰশিক্ষণোত্তৰ বিষয়ামণ্ডলীক সম্বোধি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

October 31st, 04:51 pm

বন্ধুসকল, কেৱৰীয়াৰ চৰ্দাৰ সৰোৱৰ বান্ধৰ কাষত থকা ‘ষ্টেচ্যু অব ইউনিটী’ৰ সান্নিধ্যত আজিৰ আবেলিৰ এই সময়কণৰ অনুভৱ আক্ষৰিক অৰ্থতে অদ্ভুত। এইকণ সময়ৰ কথা হয়তো সদায়ে মনত থাকি যাব। অকণমান সময়ৰ আগতে আমি চৰ্দাৰ চাহাবৰ মাত শুনিলো, তেওঁ প্ৰদান কৰা বাণী শুনিলো, সেই বাণীয়ে মোৰ অন্তৰ্মন স্পৰ্শ কৰি গৈছে।

চিভিল ছাৰ্ভিচেছৰ বাবে ‘‘সেৱাই পৰম ধৰ্ম’’ হোৱা উচিতঃ প্ৰধানমন্ত্ৰী

October 31st, 04:50 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেৱাড়িয়াত ষ্টেচু অব্ ইউনিটীত ৪৩০ গৰাকী চিভিল ছাৰ্ভিচৰ শিক্ষানবিচ, বিষয়া আৰু অন্য ব্যক্তিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰে৷

আমোলাতন্ত্ৰৰ অধিক্ৰম আৰু আঁসোৱাহসমূহ আঁতৰাবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

October 31st, 03:53 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাড়িয়াৰ মুছৌড়িত ডিপাৰ্টমেণ্ট অব্ পাৰ্ছনেল এণ্ড ট্ৰেইনিং আৰু লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অব্ এডমিনিষ্ট্ৰেচনৰ উদ্যোগত অনুষ্ঠিত ৯৪তম চিভিল ছাৰ্ভিচেছ ফাউণ্ডেচন ক’ৰ্চৰ ৪৩০ গৰাকী প্ৰশিক্ষাৰ্থী বিষয়াৰ সৈতে বৈঠকত মিলিত হয়৷

সহকাৰী সচিবৰ সমাপন অধিৱেশন প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

October 01st, 03:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সহকাৰী সচিব (২০১৭ৰ আই এ এছ বেটচ)ৰ সমাপন অনুষ্ঠানত উপস্থিত থাকে৷

সহযোগী সচিব (২০১৭ বৰ্ষৰ আইএএছ বিষয়া )ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ সহযোগী সচিব হিচাপে কৰ্মক্ষেত্ৰত যোগ দিয়া যুৱ বিষয়াসকলক নতুন দৃষ্টি, নতুন ধাৰণা আৰু নতুন প্ৰয়াসেৰে কামত মনোনিৱেশ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

July 02nd, 06:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৭বৰ্ষৰ প্ৰায় ১৬০ গৰাকী যুৱ আইএএছ বিষয়াৰ সৈতে মত–বিনিময় কৰে৷ শেহতীয়াকৈ তেওঁলোকে ভাৰতৰ চৰকাৰৰ সহযোগী সচিব হিচাপে কৰ্মক্ষেত্ৰত যোগ দিছে৷

সহকাৰী সচিবসকলৰ অনুষ্ঠানৰ সামৰণী অধিৱেশনঃ প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন আগবঢ়ালে ২০১৬ত উত্তীৰ্ণ আইএএছ বিষয়াই

September 27th, 06:56 pm

সহকাৰী সচিবসকলৰ এক অনুষ্ঠানৰ সামৰণী অধিৱেশনৰ লগত সংগতি ৰাখি নতুন দিল্লীত কালি ২০১৬ চনত উত্তীৰ্ণ আইএএছ বিষয়াসকলে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সন্মুখত তেওঁলোকৰ কেতবোৰ দিশৰ উপস্থাপন আগবঢ়ায়।