প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ' (RE-INVEST) উদ্বোধন কৰে
September 16th, 11:30 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত মহাত্মা মন্দিৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ’ (RE-INVEST) উদ্বোধন কৰে। ৩-দিনীয়া এই সন্মিলনত ভাৰতৰ ২০০ জিৱাটৰো অধিক সংস্থাপিত অ-জীৱাশ্ম ইন্ধন ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হয়। শ্ৰী মোদীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ প্ৰধান প্লেয়াৰসমূহৰ অত্যাধুনিক উদ্ভাৱনৰাজিক থূপাই প্ৰদৰ্শন কৰা প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।PM Modi inaugurates 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat
September 16th, 11:11 am
Prime Minister Narendra Modi inaugurated the 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat. The summit celebrates India's achievement of over 200 GW of non-fossil fuel capacity. The PM said that India's persity, scale, capacity, potential and performance are all unique and pave the way for Indian solutions for global applications.অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি
July 10th, 02:45 pm
প্ৰথমে মই মই উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে চেঞ্চেলৰ নেহমাৰক ধন্যবাদ জনাইছো। মোৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ সুযোগ পাইমই সুখী। মোৰ এই ভ্ৰমণ ঐতিহাসিক আৰু বিশেষ। ৪১ বছৰৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছে। এইটোও এটা সুখকৰ সংযোগ যে এই ভ্ৰমণ এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া আমাৰ পাৰস্পৰিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে।তুতুকোড়ি (তুতুকোৰিন)ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন/উদ্বোধন/ৰাষ্ট্ৰৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 28th, 10:00 am
মঞ্চত উপস্থিত আছে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, শ্ৰীপদ নায়ক জী, শান্তনু ঠাকুৰ জী, এল মুৰুগন জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, ইয়াৰ সাংসদ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ পুৰুষ-মহিলাসকল,প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 28th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হৰিত নৌকা পদক্ষেপৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। তেওঁ ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইট হাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰে। তেওঁ ভাঞ্চি মানিয়াচ্চি- তিৰুনেলভেলি অংশ আৰু মেলাপ্পালয়ম-আৰালভাইমোলি অংশকে ধৰি ভাঞ্চি মানিয়াচ্চি-নাগৰকইল ৰে'ল লাইন দ্বৈতকৰণৰ বাবে ৰেল প্ৰকল্প দেশৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰে।The dreams of crores of women, poor and youth are Modi's resolve: PM Modi
February 18th, 01:00 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.PM Modi addresses BJP Karyakartas during BJP National Convention 2024
February 18th, 12:30 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ গ্ৰাণ্ড ফাইনেলৰ অংশগ্ৰহণকাৰীৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
December 19th, 11:32 pm
একবিংশ শতিকাৰ ভাৰত আজি জয় জোৱান, জয় কিষাণ, জয় জ্ঞান আৰু জয় অনুসন্ধান মন্ত্ৰত আগবাঢ়িছে। একো হ’বই নোৱাৰে, এইটো সলনি হ’বই নোৱাৰে, এই চিন্তাৰ পৰা এতিয়া প্ৰতিজন ভাৰতীয় ওলাই আহিছে। এই নতুন চিন্তাৰ বাবেই যোৱা ১০ বছৰত ভাৰত দশম স্থানৰ পৰা ৫ম স্থানৰ অৰ্থনীতিত পৰিণত হৈছে। আজি ভাৰতৰ ইউ পি আইৰ ডংকা সমগ্ৰ বিশ্বতে শুনা গৈছে। কৰোণা মহাসংকটৰ সময়ত ভাৰতে মেড ইন ইণ্ডিয়া ভেকচিন তৈয়াৰ কৰিছিল। ভাৰতে নিজৰ নাগৰিকক বিনামূলীয়াকৈ টিকাকৰণৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰে আৰু বিশ্বৰ কেইবা ডজন দেশক ভেকচিন প্ৰদান কৰে।স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 19th, 09:30 pm
কয়লা মন্ত্ৰালয়ৰ পৰিবহণ আৰু লজিষ্টিক বিষয়ত কাম কৰা কৰ্ণাটকৰ মহীচুৰুৰ ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শ্ৰী সোইকত দাস আৰু প্ৰতীক সাহাৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে ৰে’লৱেৰ মালবাহী সামগ্ৰীৰ বাবে আইঅটিভিত্তিক ব্যৱস্থা নিৰ্মাণ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক কয় যে হেকাথন তেওঁৰ বাবেও এক শিক্ষণৰ সুযোগ আৰু তেওঁ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিবলৈ সদায় আগ্ৰহী। অংশগ্ৰহণকাৰীসকলৰ উজ্বল মুখখনলৈ চাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ উৎসাহ, ইচ্ছাশক্তি আৰু দেশ গঢ় দিয়াৰ আকাংক্ষা ভাৰতৰ যুৱ শক্তিৰ পৰিচয় হৈ পৰিছে। বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা দলটোৱে প্ৰধানমন্ত্ৰীক জনাইছে যে তেওঁলোকে ৰে’লৱে কয়লা ৱেগনৰ কম আৰু অতিৰিক্ত বোজাৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে যাৰ ফলত লোকচান বা জৰিমনা বিহা হয়। তাৰ বাবে তেওঁলোকে আইঅ’টি আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। দলটোত বাংলাদেশ আৰু ভাৰতৰ পৰা ৩ জনকৈ ৬জন সদস্য আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই প্ৰচেষ্টাই পৰিৱৰ্তনশীল পৰ্যায়ত চলি থকা ভাৰতীয় ৰে’লৱে লাভৱান হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ লজিষ্টিকক মুল ক্ষেত্ৰ বুলি অৱগত কৰি ভৱিষ্যতে বাংলাদেশৰ পৰা আৰু বহু ছাত্ৰ-ছাত্ৰী ভাৰতলৈ আহিব বুলি আশা প্ৰকাশ কৰি ‘ষ্টাডী ইন ইণ্ডিয়া‘ কাৰ্যসূচীয়ে এনে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি উল্লেখ কৰে।কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় গ্ৰীণ হাইড্রোজেন মিছনক মঞ্জুৰী দিয়ে
January 04th, 04:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় গ্ৰীণ হাইড্রোজেন মিছনক মঞ্জুৰী দিয়ে। মিছনৰ বাবে প্ৰাৰম্ভিক ব্যয় ১৯,৭৪৪ কোটি টকা হ'ব য'ত ছাইট কাৰ্যক্ৰমৰ বাবে ১৭,৪৯০ কোটি টকা, পাইলট পৰিকল্পনাৰ বাবে ১,৪৬৬ কোটি টকা, গৱেষণা আৰু বিকাশৰ বাবে ৪০০ কোটি টকা আৰু অন্য মিছন ঘটকৰ বাবে ৩৮৮ কোটি টকা অন্তৰ্ভুক্ত আছে। নবীন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে (এমএনআৰই) সম্পৰ্কীয় ঘটকৰ ৰূপায়ণৰ বাবে যোজনাৰ দিশনিৰ্দেশ প্ৰস্তুত কৰিব।Investing in India means investing in inclusion, investing in democracy: PM Modi
November 02nd, 10:31 am
PM Modi addressed the inaugural function of Invest Karnataka 2022, the Global Investors Meet of the state via video conferencing. “Investing in India means investing in inclusion, investing in Democracy, investing for the world, and investing for a better, cleaner and a safer planet”, the Prime Minister remarked.প্রধানমন্ত্রীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গ্লবেল ইনভেষ্টৰ্ছ মীট 'ইনভেষ্ট কৰ্ণাটক ২০২২'ৰ উদ্বোধনী সমাৰোহত ভাষণ দিয়ে
November 02nd, 10:30 am
কর্ণাটক হ'ল প্রযুক্তি আৰু ঐতিহ্য, প্রকৃতি আৰু সংস্কৃতি, অনুপম স্থাপত্য আৰু প্ৰাণৱন্ত ষ্টাৰ্টআপৰ এক মহামিলন ক্ষেত্র। প্রযুক্তি ক্ষেত্রত যেতিয়াই আমি মেধাৰ কথা উল্লেখ কৰো তেতিয়াই যিটো নাম আমাৰ প্রথমেই মনত পৰে সেইটো হ'ল ‘ব্ৰাণ্ড বেঙ্গালুৰু’। বেঙ্গালুৰু নামটো কেৱল ভাৰততেই নহয়, সমগ্র বিশ্বতেই আজি সুপৰিচিত।Lifestyle of the planet, for the planet and by the planet: PM Modi at launch of Mission LiFE
October 20th, 11:01 am
At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.PM launches Mission LiFE at Statue of Unity in Ekta Nagar, Kevadia, Gujarat
October 20th, 11:00 am
At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.Co-operative is a great model of self-reliance: PM Modi at Sahkar Se Samrudhi programme in Gujarat
May 28th, 04:55 pm
Prime Minister Shri Narendra Modi addressed the seminar of leaders of various cooperative institutions on 'Sahakar Se Samriddhi' at Mahatma Mandir, Gandhinagar, where he also inaugurated the Nano Urea (Liquid) Plant constructed at IFFCO, Kalol. Chief Minister of Gujarat Shri Bhupendrabhai Patel, Union Ministers Shri Amit Shah, Dr. Mansukh Mandaviya, Members of Parliament, MLA, Ministers from the Gujarat Government, and leaders of the cooperative sector were among those present on the occasion.PM addresses a seminar of leaders of various cooperative institutes in Gandhinagar
May 28th, 04:54 pm
Prime Minister Shri Narendra Modi addressed the seminar of leaders of various cooperative institutions on 'Sahakar Se Samriddhi' at Mahatma Mandir, Gandhinagar, where he also inaugurated the Nano Urea (Liquid) Plant constructed at IFFCO, Kalol. Chief Minister of Gujarat Shri Bhupendrabhai Patel, Union Ministers Shri Amit Shah, Dr. Mansukh Mandaviya, Members of Parliament, MLA, Ministers from the Gujarat Government, and leaders of the cooperative sector were among those present on the occasion.কেন্দ্রীয় বাজেট দাখিলৰ পাছত ‘বহনক্ষম উন্নয়নৰ বাবে শক্তি’ বিষয়ক লৈ আয়োজিত ৱেবিনাৰত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
March 04th, 11:05 am
এইবাৰৰ বাজেটত সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে উচ্চ-দক্ষতাসম্পন্ন সৌৰ মডিউল উৎপাদনৰ বাবে ১৯,৫০০ কোটি টকা ব্যয় আৱণ্টন ঘোষণা কৰা হৈছে। এই বাজেট আৱণ্টনৰ জৰিয়তে সৌৰ মডিউল আৰু ইয়াৰ সংশ্লিষ্ট পণ্যৰ উৎপাদন আৰু গৱেষণা আৰু উন্নয়নৰ দিশত ভাৰতক এক ‘গ্ল’বেল হাব’ হিচাপে গঢ়ি তোলাত সুবিধা হ’ব।প্ৰধানমন্ত্ৰীয়ে ‘বহনক্ষম বিকাশৰ বাবে শক্তি’ শীৰ্ষক ৱেবিনাৰ সম্বোধন কৰে
March 04th, 11:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বহনক্ষম বিকাশৰ বাবে শক্তি’ শীৰ্ষক এক ৱেবিনাৰ সম্বোধন কৰে। এয়া হ’ল বাজেটৰ আলোচনা সন্দৰ্ভত আয়োজিত এলানি ৱেবিনাৰৰ নৱমখন ৱেবিনাৰ। তেওঁ কয় যে বহনক্ষম শক্তি উতসৰ মাধ্যমেৰেহে বহনক্ষম বিকাশ সম্ভৱ হয়। ভাৰতে যিয়েই লক্ষ্য নিৰ্ধাৰণ নকৰক, মই ইয়াক কেতিয়াও প্ৰত্যাহ্বান হিচাপে গ্ৰহণ নকৰো, আমাৰ বাবে এয়া এক সুযোগ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ পুনৰ কয় যে উচ্চ-ক্ষমতাসম্পন্ন সৌৰ মডেল নিৰ্মাণৰ বাবে বাজেটত ১৯.৫ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে, য়িয়ে ভাৰতক এই ক্ষেত্ৰখনৰ এক গোলকীয় কেন্দ্ৰস্থানত পৰিণত কৰিব। বেটাৰী শ্বেপিং নীতি আৰু আন্তঃপৰিচালন মাপক সন্দৰ্ভতো এইবাৰৰ বাজেটত ব্যৱস্থা ৰখা হৈছে। ই বৈদ্যুতিক বাহনৰ সমস্যা লাঘৱ কৰিব বুলি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰিব।যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
October 11th, 06:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।When India grows, the world grows, when India reforms, the world transforms: PM Modi
September 25th, 06:31 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.