‘মন কী বাত ২.০’ৰ নৱম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ (২৩.০২.২০২০)
February 23rd, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, আমাৰ দেশৰ পৰম্পৰা মহান৷ আমাৰ পূৰ্বপুৰুষসকলে আমাক যি ঐতিহ্য প্ৰদান কৰিছে, যি শিক্ষা আৰু দীক্ষা আমাক প্ৰদান কৰিছে, য’ত জীৱমাত্ৰেই দয়া, প্ৰকৃতিৰ প্ৰতি অপাৰ প্ৰেম, এই সকলোবোৰ আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু ভাৰতৰ এই বাতাৱৰণৰ আতিথ্য গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন ভিন্ন প্ৰজাতিৰ পক্ষী প্ৰতিবছৰে ভাৰতলৈ আহে৷প্ৰধানমন্ত্ৰী মোদীৰ হুনাৰ হাট পৰিদৰ্শনৰ বিশেষ আলোকচিত্ৰ….চাওক!
February 19th, 06:20 pm
প্ৰধানমন্ত্ৰী মোদীয়ে আজি অপ্ৰত্যাশিত ভাৱে দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপত অনুষ্ঠিত হুনাৰ হাট পৰিদৰ্শন কৰে৷ হুনাৰ হাটে হস্ততাঁত, বস্ত্ৰ আৰু বিভিন্ন সামগ্ৰী প্ৰদৰ্শিত কৰিব পৰাকৈ দেশৰ শিল্পীসকলক এখন মঞ্চ প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে হুনাৰ হাটত অংশগ্ৰহণ কৰা বিভিন্ন কাৰিকৰ আৰু শিল্পীৰ উৎপাদিত সামগ্ৰীৰ ষ্টলসমূহ পৰিদৰ্শন কৰে৷হুনাৰ হাটত এগৰাকী শিল্পীয়ে যেতিয়া প্ৰধানমন্ত্ৰী মোদীক ভাৰতৰ মানচিত্ৰ প্ৰদান কৰে…
February 19th, 06:15 pm
হুনাৰ হাটে দেশৰ বিভিন্ন কাৰিকৰ আৰু শিল্পীক তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰিছে৷ হুনাৰ হাট পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন শিল্পীৰ সৈতে মত বিনিময় কৰে৷প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া দিল্লীৰ হুনাৰ হাটৰ দিব্যাংগ শিল্পীসকলক সাক্ষাৎ কৰিলে….
February 19th, 06:10 pm
হুনাৰ হাটৰ দৰে পদক্ষেপসমূহে দেশৰ বিভিন্ন প্ৰতিভাশালী শিল্পীক এখন মঞ্চ প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে হুনাৰ হাটত এগৰাকী দিব্যাংগ শিল্পীক সাক্ষাৎ কৰি তেওঁৰ পৰা সেই মেলাত অংশগ্ৰহণৰ অভিজ্ঞতাৰ বিষয়ে শুনে৷‘হুনৰ হাট’ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
February 19th, 03:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘হুনৰ হাট’ পৰিদৰ্শন কৰে৷ দেশৰ ভিন্ন প্ৰান্তৰ শিল্পী, হস্তশিল্প আৰু ব্যঞ্জন বিশেষজ্ঞৰ ষ্টলসমূহ তেওঁ পৰিদৰ্শন কৰে৷ ইণ্ডিয়া গেটৰ কাষত প্ৰায় ২৫০খন ষ্টল স্থাপন কৰা হৈছে৷