প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী চামদেচ আক্কা মোহা সেনা পাদেই টেচো হুন সেনৰ মাজত ভাৰ্চুৱেল বৈঠক
May 18th, 08:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী চামদেচ আক্কা মোহা সেনা পাদেই টেকো হুন সেনৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, মানৱ সম্পদ উন্নয়ন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, উন্নয়ন সহযোগিতা, সংযোগ, মহামাৰীৰ পিছৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি সমগ্ৰ দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ গতিত সন্তুষ্টি প্ৰকাশ কৰে।Phone call between Prime Minister Shri Narendra Modi and H.E. Samdech Akka Moha Sena Padei Techo Hun Sen, Prime Minister of Cambodia
June 10th, 08:02 pm
PM Narendra Modi had a phone call with the Prime Minister of Cambodia. The two leaders discussed the Covid-19 pandemic. They agreed to continue the ongoing cooperation for helping each other’s expatriates and facilitating their evacuation.কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিৰ তালিকা (২৭ জানুৱাৰী, ২০১৮)
January 27th, 03:43 pm
কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিৰ তালিকা (২৭ জানুৱাৰী, ২০১৮)কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰে হোৱা সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ (জানুৱাৰী ২৭, ২০১৮)
January 27th, 02:05 pm
প্ৰধানমন্ত্ৰী হান চেনক পুনৰবাৰ আদৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ৷ এটা দশকৰ বিৰতিৰ পিছত এয়া তেওঁৰ দ্বিতীয়বাৰ ভাৰত ভ্ৰমণ৷