Government committed to ensuring a house to the homeless by 2022: PM Modi
February 16th, 10:46 am
PM Modi, while addressing a gathering in Maharashtra's Yavatmal after launching various development projects said that the government was working hard to meet the target of ensuring house to every homeless by 2022. On Pulwama attack, the PM said that perpetrators will surely be punished and those responsible for the attack will be made to pay heavy price.মহাৰাষ্ট্রৰ যাবাৎমল পৰিদর্শন প্রধানমন্ত্রীৰ, ২০২২ চনৰ ভিতৰত দেশৰ সকলোৱে পাব ঘৰ
February 16th, 10:45 am
শ্রী নৰেন্দ্র মোদীয়ে আজি প্রধানমন্ত্রী আবাস যোজনাৰ (পিএমএৱাই) অধীনত ঘৰ লাভ কৰা ভালেমান লোকৰ হাতত ঘৰৰ ছাবি তুলি দিয়ে। তেওঁ কয়, পিএমএৱাই প্রকল্পৰ অধীনত যাবাৎমলত প্রায় ১৪,৫০০টা নতুন ঘৰ নিৰ্মাণ কৰা হৈছে। আগন্তুক ২০২২ চনৰ ভিতৰত দেশৰ ‘সকলোৰে বাবে ঘৰ’ – চৰকাৰ এই লক্ষ্যত উপনীত হ’ব। মানুহে এটা পকী ঘৰত বাস কৰাৰ স্বপ্ন পূৰণ কৰিব এই ঘৰসমূহে।Social Media Corner 9th December
December 09th, 07:42 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!