Maharashtra has witnessed the triumph of development, good governance, and genuine social justice: PM Modi
November 23rd, 10:58 pm
Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.PM Modi addresses passionate BJP Karyakartas at the Party Headquarters
November 23rd, 06:30 pm
Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.লতা মংগেশকাৰক জন্মজয়ন্তীত স্মৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 28th, 09:42 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ৰূপৰ পদক অৰ্জনৰ বাবে বেডমিণ্টন খেলুৱৈ থুলাছিমাথি মুৰুগেছনক অভিনন্দন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 02nd, 09:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলা বেডমিণ্টন এছইউ৫ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে থুলাচিমাথি মুৰুগেছনক অভিনন্দন জনায়।প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ছ’চিয়েল মিডিয়াত ত্ৰিৰংগা থকা প্ৰফাইল ছবি সলনি কৰিবলৈ আহ্বান জনায়
August 09th, 09:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ত্ৰিৰংগা থকা প্ৰ'ফাইল ছবি সলনি কৰিবলৈ আহ্বান জনাইছে। শ্ৰী মোদীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ তেওঁৰ প্ৰ'ফাইল ছবিখন ত্ৰিৰংগালৈ সলনি কৰে। হৰ ঘৰ ত্ৰিৰংগা আন্দোলনক এক স্মৰণীয় গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে তেনে কৰিবলৈ আহ্বান জনায়।জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 26th, 09:30 am
লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে
July 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে চিএসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
July 01st, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে সকলো চাৰ্টাৰ্ড একাউণ্টেণ্টক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চিএৰ দক্ষতা আৰু কৌশলগত অন্তৰ্দৃষ্টি ব্যৱসায় তথা ব্যক্তিৰ বাবে লাভজনক হোৱাৰ লগতে ই অৰ্থনৈতিক বিকাশ আৰু স্থিৰতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।It's misfortune of the country that the people of INDI Alliance are challenging Shakti: PM Modi in Saharanpur
April 06th, 11:00 am
Today, amidst the fervent campaigning for the Lok Sabha elections, Prime Minister Narendra Modi made a resounding speech in Saharanpur, Uttar Pradesh. He said, “Ten years ago, I came to Saharanpur for an election rally. I assured you that I would not let the country bow down, I would not let the country stop. At that time, our country was the 11th economic power in the world. In just 10 years, we have made India the 5th largest economic power in the world.”PM Modi addresses a public meeting in Saharanpur, Uttar Pradesh
April 06th, 10:21 am
Today, amidst the fervent campaigning for the Lok Sabha elections, Prime Minister Narendra Modi made a resounding speech in Saharanpur, Uttar Pradesh. He said, “Ten years ago, I came to Saharanpur for an election rally. I assured you that I would not let the country bow down, I would not let the country stop. At that time, our country was the 11th economic power in the world. In just 10 years, we have made India the 5th largest economic power in the world.”গুজৰাটৰ দ্বাৰকাধীশ মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
February 25th, 01:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাধীশ মন্দিৰ পৰিদৰ্শন কৰে।২২ জানুৱাৰীত অযোধ্যাৰ নৱনিৰ্মিত শ্ৰী ৰাম জনমভূমি মন্দিৰত শ্ৰী ৰামলাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 21st, 09:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰী, ২০২৪ত দুপৰীয়া প্ৰায় ১২ বজাত অযোধ্যাৰ নৱনিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰত শ্ৰী ৰামলল্লাৰ প্ৰাণ প্ৰতিষ্ঠা (অভিষেক) অনুষ্ঠানত অংশগ্ৰহণ কৰিব।ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীয়ে এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে শ্ৰী ৰাম জন্মভূমি ট্ৰাষ্টৰ আমন্ত্ৰণ লাভ কৰিছিল।কাশী তামিল সংগমম ফ’ৰাম ভাৰতৰ ঐক্য আৰু বৈচিত্ৰৰ এক প্ৰমাণঃ প্ৰধানমন্ত্ৰী
December 14th, 09:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী তামিল সংগমম ফ’ৰামক ভাৰতৰ ঐক্য আৰু বৈচিত্ৰৰ এক প্ৰমাণ বুলি অভিহিত কৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰিছে।প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা ছেক্টৰ ২১ ৰপৰা ‘যশোভূমি দ্বাৰকা ছেক্টৰ ২৫’লৈ এয়াৰপ’ৰ্ট মেট্ৰ’ এক্সপ্ৰেছ লাইন ষ্টেচনৰ সম্প্ৰসাৰণৰ উদ্বোধন কৰে
September 17th, 05:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যশোভূমি দ্বাৰকা ছেক্টৰ ২৫ত দ্বাৰকা ছেক্টৰ ২১ ৰপৰা এটা নতুন মেট্ৰ' ষ্টেচন 'যশোভূমি দ্বাৰকা ছেক্টৰ ২৫'লৈ দিল্লী এয়াৰপ'ৰ্ট মেট্ৰ' এক্সপ্ৰেছ লাইনৰ সম্প্ৰসাৰিত অংশ উদ্বোধন কৰে। এই নতুন মেট্ৰ' ষ্টেচনৰ তিনিটা চাবৱে' থাকিব যথাঃ ষ্টেচনটোৰপৰা প্ৰদৰ্শনী হল, সন্মিলন কেন্দ্ৰ আৰু চেন্ট্ৰেল এৰেনালৈ সংযোগী ৭৩৫ মিটাৰ দৈৰ্ঘ্যৰ চাবৱে'; আনটোৱে সমগ্ৰ দ্বাৰকা এক্সপ্ৰেছৱে'ৰ প্ৰৱেশ/প্ৰস্থান বিন্দুক সংযোগ কৰিছে; তৃতীয়টোৱে 'যশোভূমি'ৰ আগন্তুক প্ৰদৰ্শনী হলৰ ফয়'ৰৰ সৈতে মেট্ৰ' ষ্টেচনটোক সংযোগ কৰিছে।১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
September 15th, 04:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত নতুন দিল্লীৰ দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰ(আইআইচিচি) 'যশোভুমি'ৰ প্ৰথম পৰ্যায় ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিব।Operation Ganga reflects India's indomitable spirit : PM
June 17th, 03:00 pm
The Prime Minister, Shri Narendra Modi has said that a new documentary on Operation Ganga to evacuate Indians from Ukraine would be very informative on aspects relating to the Operation.PM conveys best wishes on Goa Statehood Day
May 30th, 11:33 am
The Prime Minister, Shri Narendra Modi has conveyed his best wishes on the occasion of Goa Statehood Day.কড়ৱা পাতিদাৰ সমাজৰ ১০০ তম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 11th, 12:48 pm
এই মোৰ কচ্ছী পেটেলসকল এতিয়া কেৱল কচ্ছৰে নহয়ে, বৰং সমগ্ৰ ভাৰতৰে গৌৰৱ হৈ পৰিছে। কাৰণ মই ভাৰতৰ যি কোণলৈকে যাওঁ, মই এই সম্প্ৰদায়ৰ লোকসকলক দেখা পাওঁ। সেয়েহে কোৱা হয়, कच्छड़ो खेले खलक में जो महासागर में मच्छ, जे ते हद्दो कच्छी वसे उत्ते रियाडी कच्छ।!কাড়ৱা পাটিদাৰ সমাজৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
May 11th, 12:10 pm
সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সনাতনী শতাব্দী মহোৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি জগদগুৰু শংকৰাচাৰ্য স্বামী সদানন্দ সৰস্বতী জীৰ উপস্থিতিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাৰ কথা উল্লেখ কৰে।কেবিনেটে চিকিৎসা সঁজুলি খণ্ডৰ নীতিত অনুমোদন জনাইছে
April 26th, 07:33 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ৰাষ্ট্ৰীয় চিকিৎসা সঁজুলি নীতি, ২০২৩ত অনুমোদন জনায়।