PM compliments Abdullah Al-Baroun and Abdul Lateef Al-Nesef for Arabic translations of the Ramayan and Mahabharat
December 21st, 07:03 pm
Prime Minister Shri Narendra Modi compliments Abdullah Al-Baroun and Abdul Lateef Al-Nesef for their efforts in translating and publishing the Arabic translations of the Ramayan and Mahabharat.Prime Minister condoles the passing of Shri Om Prakash Chautala
December 20th, 01:52 pm
The Prime Minister Shri Narendra Modi condoled the passing of former Chief Minister of Haryana Shri Om Prakash Chautala today.Prime Minister expresses grief over road accident on Jaipur-Ajmer highway in Rajasthan, announces ex-gratia
December 20th, 12:49 pm
Prime Minister, Shri Narendra Modi today expressed grief over the accident on Jaipur-Ajmer highway in Rajasthan. Shri Modi also announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the mishap, while the injured would be given Rs. 50,000.Prime Minister attends Christmas celebrations at the residence of Union Minister Shri George Kurian
December 19th, 09:57 pm
The Prime Minister Shri Narendra Modi attended the Christmas celebrations at the residence of Union Minister Shri George Kurian today and interacted with eminent members of the Christian community.PM Modi greets people of Goa on Goa Liberation Day
December 19th, 06:17 pm
Greeting the people on the occasion of Goa Liberation Day today, the Prime Minister Shri Narendra Modi recalled the bravery and determination of the great women and men who were actively involved in the movement to free Goa.ৰাজ্যসভাৰ সাংসদ শ্ৰী শাৰদ পাৱাৰৰ সৈতে এটা কৃষক গোটে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
December 18th, 02:13 pm
ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শাৰদ পাৱাৰৰ সৈতে এটা কৃষক গোটে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।Deeply saddened by the devastation caused by Cyclone Chido in Mayotte, France: Prime Minister
December 17th, 05:19 pm
Expressing grief over the devastation caused by Cyclone Chido in Mayotte, France, the Prime Minister Shri Narendra Modi today remarked that India stood in solidarity with France and is ready to extend all possible assistance. He expressed confidence that under President Emmanuel Macron’s leadership, France will overcome this tragedy with resilience and resolve.শ্ৰীমতী তুলসী গৌড়াৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
December 17th, 10:42 am
কৰ্ণাটকৰ শ্ৰদ্ধেয় পৰিৱেশবিদ তথা পদ্ম বঁটা প্ৰাপক শ্ৰীমতী তুলসী গৌড়াৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।PM Modi congratulates the Indian Junior Women's Hockey Team for winning the Asia Cup title
December 16th, 09:35 pm
The Prime Minister Shri Narendra Modi today congratulated the Indian Junior Women's Hockey Team for winning the Asia Cup title. He lauded the immense grit and determination of the team.কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
December 16th, 12:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰে।মৃত্যু বাৰ্ষিকীত চৰ্দাৰ বল্লভভাই পেটেললৈ প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
December 15th, 09:32 am
মৃত্যুবাৰ্ষিকীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে শ্ৰী পেটেলৰ ব্যক্তিত্ব আৰু কাৰ্যাৱলী দেশৰ ঐক্য, অখণ্ডতা আৰু উন্নত ভাৰত গঢ়াৰ সংকল্পৰ সফলতাৰ বাবে নাগৰিকসকলৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।কিংবদন্তী ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 14th, 11:17 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি শ্ৰী ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ তেওঁক এজন দূৰদৰ্শী চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু চিৰন্তন শ্ব’মেন হিচাপে প্ৰশংসা কৰে। শ্ৰী ৰাজ কাপুৰক কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতা নহয়, ভাৰতীয় চিনেমাক বিশ্ব মঞ্চলৈ লৈ যোৱা সাংস্কৃতিক ৰাষ্ট্ৰদূত বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাৰ প্ৰজন্মই তেওঁৰ পৰা অজস্ৰ শিকিবলগীয়া আছে।২০০১ চনৰ সংসদ আক্ৰমণৰ ঘটনাৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
December 13th, 10:21 am
২০০১ চনৰ সংসদ আক্ৰমণত শ্বহীদ হোৱা লোকসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।কিংবদন্তি গুজৰাটী গায়ক পুৰুষোত্তম উপাধ্যায়ৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 11th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি গুজৰাটী গায়ক পুৰুষোত্তম উপাধ্যায়ৰ মৃত্যুত শোক প্ৰকাশ কৰে।I will always cherish my association with Shri Pranab Mukherjee: PM Modi
December 11th, 09:15 pm
The Prime Minister Shri Narendra Modi today said that he will always cherish his association with Shri Pranab Mukherjee. Thanking Sharmistha Mukherjee Ji for bringing back several memories of his interactions with Shri Pranab Mukherjee, Shri Modi lauded Shri Mukherjee’s insights and wisdom as unparalleled.২০২৪ চনৰ দশম এছিয়া পেচিফিক ডীফ গেমছত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
December 10th, 08:19 pm
আজি কুৱালালামপুৰত অনুষ্ঠিত হোৱা দশম এছিয়া পেচিফিক ডীফ গেমছ ২০২৪ত ভাৰতীয় দলটোক ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে
December 10th, 12:47 pm
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।শ্ৰী এছএম কৃষ্ণৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
December 10th, 09:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছএম কৃষ্ণৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক কৰ্ণাটকৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপৰ বাবে পৰিচিত এগৰাকী নেতা হিচাপে প্ৰশংসা কৰে।We have begun a new journey of Amrit Kaal with firm resolve of Viksit Bharat: PM Modi
December 09th, 01:30 pm
PM Modi addressed the event at Ramakrishna Math in Gujarat via video conferencing. Remarking that the the potential of a fruit from a tree is identified by its seed, the Prime Minister said Ramakrishna Math was such a tree, whose seed contains the infinite energy of a great ascetic like Swami Vivekananda. He added that this was the reason behind its continuous expansion and the impact it has on humanity was infinite and limitless.গুজৰাটত ৰামকৃষ্ণ মঠে আয়োজন কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
December 09th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰামকৃষ্ণ মঠত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক অনুষ্ঠানত ভাষণ দিয়ে। ভাষণত শ্ৰীযুত মোদীয়ে ভাৰত আৰু বিদেশৰ পৰা অহা ৰামকৃষ্ণ মঠ আৰু মিছনৰ শ্ৰদ্ধাৰ সন্ত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেল আৰু অন্যান্য বিশিষ্ট অতিথিসকলক সন্মানীয় শ্ৰীমৎ স্বামী গৌতমানন্দ জী মহাৰাজক শুভেচ্ছা জ্ঞাপন কৰে। লগতে দেৱী শাৰদা, গুৰুদেৱ ৰামকৃষ্ণ পৰমহন, স্বামী বিবেকানন্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ শ্ৰীমত স্বামী প্ৰেমানন্দ মহাৰাজৰ জন্ম জয়ন্তী উদযাপনৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ ওপৰত আলোকপাত কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।