বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ তিনিটা প্ৰধান প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ

September 13th, 12:01 pm

কাৰ্যসূচীৰ আৰম্ভণিতে মই এক দুখদ খবৰ আপোনালোকক দিবলৈ ওলাইছো৷ বিহাৰৰ জ্যেষ্ঠ নেতা শ্ৰীমান ৰঘুবংশ প্ৰসাদ সিং আমাৰ মাজত নাই৷ মই তেখেতলৈ প্ৰণাম জনাইছো৷ ৰঘুবংশ বাহুৰ দেহাৱাসনত দেশৰ ৰাজনীতিত এক শূন্যৰ সৃষ্টি হ’ল৷ মাটিৰ মানুহ, দুখীয়াৰ সহমৰ্মী ব্যক্তিত্বৰ তেখেতে সমগ্ৰ জীৱন বিহাৰৰ সংঘৰ্ষত অতিবাহিত কৰিলে৷ তেওঁ যি চিন্তা-ধাৰাৰ সৈতে ডাঙৰ-দীঘল হৈছিল, সমগ্ৰ জীৱনটো সেই চিন্তা-ধাৰাৰ সৈতে অতিবাহিত কৰাৰ প্ৰয়াস কৰিলে৷

বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়

September 13th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত আজি ভিডিঅ’ কনফাৰেন্সিংযোগে পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই প্ৰকল্প কেইটা হৈছে পাৰাদীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন ব্যৱস্থাপনা প্ৰকল্পৰ দুৰ্গাপুৰ-বাংকা অংশ আৰু দুটা এলপিজি বটলিং প্লাণ্ট৷ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতি গেছ মন্ত্ৰালয়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ইণ্ডিয়ান অইল আৰু এইচপিচিএলৰ সহযোগত এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে৷

PM addresses public meeting on the occasion of commencement of work for the Rajasthan Refinery at Pachpadra, in Barmer, Rajasthan

January 16th, 02:37 pm

Prime Minister Narendra Modi today attended a programme to mark commencement of work for Rajasthan Refinery at Barmer. While addressing a public meeting, he said that it was the time for 'Sankalp Se Siddhi.’ He said, “We have to identify our targets and work towards achieving them by 2022, when we mark 75 years of freedom.”

ৰাজস্থানৰ বাৰ্মাৰৰ পাচ্চপাদ্ৰাত ৰাজস্থান শোধনাগাৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে

January 16th, 02:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বাৰ্মাৰৰ পাচ্চপাদ্ৰাত ৰাজস্থান শোধনাগাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

ৰাজস্থানৰ বাৰ্মাৰত হ’বলগীয়া ৰাজস্থান শোধনাগাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী

January 15th, 11:20 am

২০১৮ চনৰ ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান শোধনাগাৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। তেওঁ তাত এখন জনসভাতো ভাষণ দিব।

Social Media Corner 28 December 2017

December 28th, 07:20 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

PM's interaction with global oil and gas CEOs and experts

October 09th, 02:26 pm

PM held interaction with oil and gas CEOs from across the world. Flagging the potential of biomass energy, he stressed on the need to develop energy infrastructure and access to energy in Eastern India. He said that as India moved towards a cleaner and more fuel-efficient economy, its benefits must also expand horizontally to all sections of the society, and in particular to the poorest.