
লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।ভাৰত আৰু আমেৰিকাৰ মাজত এক বৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছে প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পে
February 14th, 06:46 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল, য’ত দুয়োখন দেশৰ মাজত গভীৰ হৈ অহা কৌশলগত, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কৰ প্ৰতিফলন ঘটে। তেওঁৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু কূটনীতিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ সামৰি আমেৰিকাৰ নেতা, অগ্ৰণী ব্যৱসায়ী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক আৰু আলোচনাত অংশগ্ৰহণ কৰে। এই ভ্ৰমণে ভাৰত আৰু আমেৰিকাৰ মাজত শক্তিশালী সম্পৰ্কক পুনৰ দৃঢ় কৰি তুলিছে, দুয়োখন দেশক এক নতুন বিশ্বব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত বৈশ্বিক অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।Mahatma Gandhi's teachings offer solutions to the problems the world faces today: PM Modi
October 02nd, 06:24 pm
PM Modi addressed a gathering at the Ahmedabad airport. PM Modi said that India’s stature was rising at the world stage and respect for India was increasing all over.A warm welcome for PM Modi at Ahmedabad airport
October 02nd, 06:19 pm
PM Modi addressed a gathering at the Ahmedabad airport. PM Modi said that India’s stature was rising at the world stage and respect for India was increasing all over.Respect for India on world stage has increased significantly: PM Modi
September 28th, 09:11 pm
As soon as the Prime Minister arrived in Delhi after concluding the United States visit, sea of supporters were waiting outside the airport to receive and greet him. Overwhelmed by the affection of people, PM Modi thanked them. In a short address, the PM said that India's respect globally had increased significantly due to the 130 crore Indians.A rousing reception for PM Modi in Delhi!
September 28th, 09:10 pm
As soon as the Prime Minister arrived in Delhi after concluding the United States visit, sea of supporters were waiting outside the airport to receive and greet him. Overwhelmed by the affection of people, PM Modi thanked them. In a short address, the PM said that India's respect globally had increased significantly due to the 130 crore Indians.PM Modi presents framed photograph from #HowdyModi event to President Trump
September 24th, 11:14 pm
PM Narendra Modi presented a framed photograph from the 'Howdy Modi' event to US President Donald Trump. In the picture, both the leaders can be seen standing together on the dais, holding each other's hands and greeting the audience at the NRG stadium in Houston.আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 11:59 pm
মোৰ সন্মুখৰ যি দৃশ্য দেখিবলৈ পাইছো, এই পৰিৱেশ অকল্পনীয়৷ যেতিয়াই টেক্সাছৰ কথা চৰ্চা হয়, সকলো ডাঙৰ কৰি তোলা, বিশাল কৰি তোলা ইত্যাদিবোৰ টেক্সাছৰ স্বভাৱত আছে৷ আজি টেক্সাছৰ এই প্রাণশক্তি ইয়াতো প্ৰতিফলিত হৈছে। এই বিশাল জনসমুদ্রৰ উপস্থিতি কেৱল সংখ্যাৰে গণনা কৰিব পৰা নাযাব, আজি ইয়াত আমি এক নতুন ইতিহাস ৰচনা হোৱা দেখিছো৷ আৰু এক নতুন ৰসায়নো প্ৰত্যক্ষ কৰিছো৷হিউষ্টনত প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান ‘হাউডী মোদী’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 22nd, 11:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হিউষ্টনস্থিত এনআৰজি ষ্টেডিয়ামত আয়োজিত ‘হাউডী মোদী’ অনুষ্ঠানত ৫০হাজাৰৰো অধিক লোকক সম্বোধন কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷টেক্সাছৰ হিউষ্টনত প্ৰধানমন্ত্ৰীৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰিচয় বৰ্ণন
September 22nd, 11:00 pm
আজি ৰাতিপুৱা আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত হৈছেহি৷ প্ৰকৃততে তেওঁৰ পৰিচয়ৰ কোনো প্ৰয়োজন নাই৷ তেওঁৰ নাম এই গ্ৰহৰ প্ৰত্যেকৰেই পৰিচিত৷ বিশ্বৰ ৰাজনীতিত তেওঁৰ নাম সততে উচ্চাৰণ হয়৷ তেওঁৰ প্ৰতিটো শব্দ কোটি কোটি লোকে অনুসৰণ কৰে৷ এই মহান দেশৰ সৰ্বোচ্চ পদ অধিকাৰ কৰাৰ পূৰ্বেও তেওঁ ইয়াত জনপ্ৰিয় আছিল৷ চি ই অ’ৰ পৰা কমাণ্ডাৰ–ইন–চীফলৈ, ব’ৰ্ডৰুমৰ পৰা অ’ভেল অ’ফিচলৈ, ষ্টুডিঅ’ৰ পৰা বিশ্ব দৰবাৰলৈ, ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ তথা নিৰাপত্তালৈ, তেওঁ সকলোতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে৷PM Modi arrives at Houston
September 21st, 11:54 pm
Prime Minister Narendra Modi arrived at Houston a short while ago. In the coming days, the PM would take part in series of programmes and meetings in the United States.