৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ‘কৰ্তব্য পথ’ মুকলি কৰাৰ লগতে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব

September 07th, 01:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ৭ বজাত আনুষ্ঠানিক ভাবে ‘কৰ্তব্য পথ’ মুকলি কৰিব। ক্ষমতাৰ এক প্ৰতীকস্বৰূপ পূৰ্বৰ ‘ৰাজপথ’ৰ পৰা ‘কৰ্তব্য পথ’লৈ হোৱা পৰিৱৰ্তনে জনস্বত্ব তথা সবলীকৰণৰ এক নিদৰ্শনকে প্ৰতীয়মান কৰিব। একেটা উপলক্ষতে প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া গে’ট’ত ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰিব। এই পদক্ষেপ নতুন ভাৰতৰ অমৃত কালৰ বাবে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ‘পঞ্চপণ’ৰ দ্বিতীয়টি পণ : ঔপনিৱেশিক মানসিকতাৰ চিন-মোকাম নোহোৱা কৰা-ৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা হৈছে।

গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 23rd, 05:24 pm

Prime Minister Narendra Modi paid tribute to Netaji Subhas Chandra Bose on his 125th birth anniversary. Addressing the gathering, he said, The grand statue of Netaji, who had established the first independent government on the soil of India, and who gave us the confidence of achieving a sovereign and strong India, is being installed in digital form near India Gate. Soon this hologram statue will be replaced by a granite statue.

ইণ্ডিয়া গেটত নেতাজীৰ হ’ল’গ্ৰাম মূর্তি উন্মোচন প্রধানমন্ত্রীৰ

January 23rd, 05:23 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী বছৰজোৰা উদযাপনৰ অংশ হিচাপে ইণ্ডিয়া গেটত নেতাজীৰ এক বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব

January 21st, 07:46 pm

মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী আৰু বছৰজোৰা উদযাপনৰ অংশ হিচাপে চৰকাৰে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অপৰিসীম অৱদানৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনৰ অংশ হিচাপে গ্ৰেনাইটেৰে নিৰ্মিত এই মূৰ্তিটো স্থাপন কৰা হ’ব। তেওঁৰ সংগ্ৰামৰ প্ৰতি দেশ ঋণী আৰু ইয়াৰ জৰিয়তে দেশে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব। প্ৰতিমূৰ্তিটোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে নেতাজীৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে প্ৰদৰ্শিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত ইণ্ডিয়া গেটত নেতাজীৰ হলোগ্ৰাম প্ৰতিমূৰ্তিটো উন্মোচন কৰিব।

নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিশাল মূৰ্তি ইণ্ডিয়া গেটত স্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়

January 21st, 03:00 pm

Prime Minister Narendra Modi announced that a grand statue of Netaji Subhas Chandra Bose will be installed at India Gate. Till the grand statue of Netaji Subhas Chandra Bose is completed, the Prime Minister will unveil Netaji's Hologram statue on his birth anniversary on 23rd January 2022.