Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi

Navkar Mahamantra is not just a mantra, it is the core of our faith: PM Modi

April 09th, 08:15 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

PM Modi inaugurates the Navkar Mahamantra Divas

PM Modi inaugurates the Navkar Mahamantra Divas

April 09th, 07:47 am

PM Modi inaugurated Navkar Mahamantra Divas at Vigyan Bhawan, highlighting the spiritual depth and universal message of the Navkar Mantra. Calling it a path to peace, purity, and inner light, PM Modi urged all to embrace its teachings. He also proposed nine resolutions for a harmonious, sustainable, and united India rooted in faith and tradition.

ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

March 17th, 01:05 pm

মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।

প্ৰধানমন্ত্ৰীয়ে আটাইলৈ হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে

March 13th, 06:34 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি সকলোকে হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই উৎসৱে সকলোৰে জীৱনত নতুন উদ্যম আৰু শক্তিৰ সঞ্চাৰ কৰক আৰু লগতে দেশবাসীৰ মাজত ঐক্যৰ ৰং গভীৰ কৰি তোলক।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

I am taking action against corruption, and that's why some people have lost their patience: PM Modi in Meerut

March 31st, 04:00 pm

Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”

PM Modi addresses a public meeting in Meerut, Uttar Pradesh

March 31st, 03:30 pm

Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”

LDF & UDF people pretend to be opponents, but in Delhi, they 'hug' each other: PM Modi in Pathanamthitta

March 15th, 02:00 pm

Prime Minister Narendra Modi addressed at an event in Pathanamthitta, Kerala, where the PM was showered with extreme love and admiration. The PM instantly established a core connection with the crowd by addressing them in their own language. Directing towards the huge crowd, the PM remarked, that “BJP is promoting the youth energy here. Here BJP candidate Anil K Antony is full of passion to serve you. Kerala politics needs such freshness.”

PM Modi addresses at an energetic event in Pathanamthitta, Kerala

March 15th, 01:30 pm

Prime Minister Narendra Modi addressed at an event in Pathanamthitta, Kerala, where the PM was showered with extreme love and admiration. The PM instantly established a core connection with the crowd by addressing them in their own language. Directing towards the huge crowd, the PM remarked, that “BJP is promoting the youth energy here. Here BJP candidate Anil K Antony is full of passion to serve you. Kerala politics needs such freshness.”

BJP will enable development, eliminate corruption, empower women in Rajasthan: PM Modi

November 18th, 11:49 am

Ahead of the Assembly Election in poll-bound Rajasthan, PM Modi addressed a triumphant Vijay Sankalp Sabha in Bharatpur. He said, “There is a unanimous voice in Rajasthan, and that is to enable BJP to emerge victorious in Rajasthan.” He added, “BJP’s vision for Rajasthan is to enable its development, eliminate corruption and empower its women.”

PM Modi addresses triumphant Vijay Sankalp Sabha in Bharatpur and Nagaur, Rajasthan

November 18th, 11:04 am

Ahead of the Assembly Election in poll-bound Rajasthan, PM Modi addressed triumphant Vijay Sankalp Sabhas in Bharatpur and Nagaur. He said, “There is a unanimous voice in Rajasthan, and that is to enable BJP to emerge victorious in Rajasthan.” He added, “BJP’s vision for Rajasthan is to enable its development, eliminate corruption and empower its women.”

১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 18th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷

হোলীৰ শুভেচ্ছা জনোৱাৰ বাবে বেঞ্জামিন নেতন্যাহুক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

March 08th, 10:25 pm

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতন্যাহুৰ হোলী শুভেচ্ছাৰ উত্তৰ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে:

দেশবাসীক হোলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

March 08th, 08:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে মঙ্গল ও সুখ-সমৃদ্ধি কামনা কৰিছে।

‘গুজৰাট ৰোজগাৰ মেলা’ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ

March 06th, 04:35 pm

চৌদিশে হোলী উত্সৱৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। আপোনালোক আটাইলৈকে হোলীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ অনুষ্ঠানটোৱে হাজাৰ হাজাৰ পৰিয়ালৰ বাবে হোলীৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱৰ আনন্দ বহুগুণে বৃদ্ধি কৰিব। এয়া গুজৰাটত কিছুদিনৰ ভিতৰতে আয়োজিত হোৱা দ্বিতীয়খন চাকৰি মেলা। এই কামৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী শ্ৰীভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই দলটোকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰীয়ে গুজৰাট ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে

March 06th, 04:15 pm

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হোলী উৎসৱ নিচেই ওচৰত আৰু গুজৰাট ৰোজগাৰ মেলাৰ সংগঠনে তেওঁলোকৰ নিযুক্তি পত্ৰ লাভ কৰা সকলৰ বাবে উৎসৱৰ আনন্দ দুগুণ কৰিব। গুজৰাটত দ্বিতীয়বাৰৰ বাবে ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ বাবে নিৰন্তৰ সুযোগ প্ৰদান কৰা আৰু দেশৰ উন্নয়নত তেওঁলোকৰ সম্ভাৱনা কঢ়িয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএ ৰাজ্য চৰকাৰৰ সকলো বিভাগে সৰ্বাধিক সংখ্যক চাকৰি প্ৰদানৰ বাবে নিৰন্তৰে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে নতুন দায়িত্ব গ্ৰহণ কৰা যুৱক-যুৱতীসকলে সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিৰে অমৃত কালৰ সংকল্প সমূহ পূৰণ কৰাত অৰিহণা যোগাব।

২৬.০২.২০২৩ তাৰিখে 'মন কী বাত'ৰ ৯৮ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 26th, 11:00 am

বন্ধুসকল, আজি এই উপলক্ষে লতা মংগেশকাৰ জী, লতা দিদিক স্মৰণ কৰাটো মোৰ বাবে অতি স্বাভাৱিক। কিয়নো যিদিনা এই প্ৰতিযোগিতা আৰম্ভ হৈছিল, লতা দিদিয়ে টুইট কৰি দেশবাসীক আহ্বান জনাইছিল যে তেওঁলোকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰাটো আৱশ্যক।

দেশবাসীক প্ৰধানমন্ত্ৰীৰ হোলীৰ শুভেচ্ছা

March 18th, 07:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

‘পৃথিৱীৰ বাবে মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত বাজেট-উত্তৰ ৱে’বিনাৰত প্ৰদান কৰা প্ৰাধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 03rd, 10:08 am

এইখন বাজেটত ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমাৰ উদ্যোগ আৰু অৰ্থনীতি দুয়োটা ক্ষেত্ৰৰ বাবেই অতিকে গুৰুত্বপূৰ্ণ। ‘মে’ক ইন ইণ্ডিয়া অভিযান’ দৰাচলতে আজিৰ ২১ শতিকাৰ ভাৰতৰ আৱশ্যকীয়তাও আৰু ই আমাক পৃথিৱীৰ সন্মুখত আমাৰ সামৰ্থ্য প্ৰদৰ্শনৰো সুযোগ প্ৰদান কৰিব। যদি কোনোবা এখন দেশৰ পৰা কেঁচামাল বাহিৰলৈ যায় আৰু সেইখন দেশে সেইবোৰ কেঁচামালৰে উত্পাদিত সামগ্ৰীসমূহ আমদানী কৰে, তেনে পৰিস্থিতি যিকোনো দেশৰ বাবেই লোকচানদায়ক সিদ্ধ হোৱাৰ বাহিৰে আন একো নহয়।