I am taking action against corruption, and that's why some people have lost their patience: PM Modi in Meerut
March 31st, 04:00 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”PM Modi addresses a public meeting in Meerut, Uttar Pradesh
March 31st, 03:30 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”LDF & UDF people pretend to be opponents, but in Delhi, they 'hug' each other: PM Modi in Pathanamthitta
March 15th, 02:00 pm
Prime Minister Narendra Modi addressed at an event in Pathanamthitta, Kerala, where the PM was showered with extreme love and admiration. The PM instantly established a core connection with the crowd by addressing them in their own language. Directing towards the huge crowd, the PM remarked, that “BJP is promoting the youth energy here. Here BJP candidate Anil K Antony is full of passion to serve you. Kerala politics needs such freshness.”PM Modi addresses at an energetic event in Pathanamthitta, Kerala
March 15th, 01:30 pm
Prime Minister Narendra Modi addressed at an event in Pathanamthitta, Kerala, where the PM was showered with extreme love and admiration. The PM instantly established a core connection with the crowd by addressing them in their own language. Directing towards the huge crowd, the PM remarked, that “BJP is promoting the youth energy here. Here BJP candidate Anil K Antony is full of passion to serve you. Kerala politics needs such freshness.”BJP will enable development, eliminate corruption, empower women in Rajasthan: PM Modi
November 18th, 11:49 am
Ahead of the Assembly Election in poll-bound Rajasthan, PM Modi addressed a triumphant Vijay Sankalp Sabha in Bharatpur. He said, “There is a unanimous voice in Rajasthan, and that is to enable BJP to emerge victorious in Rajasthan.” He added, “BJP’s vision for Rajasthan is to enable its development, eliminate corruption and empower its women.”PM Modi addresses triumphant Vijay Sankalp Sabha in Bharatpur and Nagaur, Rajasthan
November 18th, 11:04 am
Ahead of the Assembly Election in poll-bound Rajasthan, PM Modi addressed triumphant Vijay Sankalp Sabhas in Bharatpur and Nagaur. He said, “There is a unanimous voice in Rajasthan, and that is to enable BJP to emerge victorious in Rajasthan.” He added, “BJP’s vision for Rajasthan is to enable its development, eliminate corruption and empower its women.”১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷হোলীৰ শুভেচ্ছা জনোৱাৰ বাবে বেঞ্জামিন নেতন্যাহুক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে
March 08th, 10:25 pm
ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতন্যাহুৰ হোলী শুভেচ্ছাৰ উত্তৰ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰে:দেশবাসীক হোলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 08th, 08:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে মঙ্গল ও সুখ-সমৃদ্ধি কামনা কৰিছে।‘গুজৰাট ৰোজগাৰ মেলা’ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ
March 06th, 04:35 pm
চৌদিশে হোলী উত্সৱৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। আপোনালোক আটাইলৈকে হোলীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ অনুষ্ঠানটোৱে হাজাৰ হাজাৰ পৰিয়ালৰ বাবে হোলীৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱৰ আনন্দ বহুগুণে বৃদ্ধি কৰিব। এয়া গুজৰাটত কিছুদিনৰ ভিতৰতে আয়োজিত হোৱা দ্বিতীয়খন চাকৰি মেলা। এই কামৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী শ্ৰীভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই দলটোকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰীয়ে গুজৰাট ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে
March 06th, 04:15 pm
সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হোলী উৎসৱ নিচেই ওচৰত আৰু গুজৰাট ৰোজগাৰ মেলাৰ সংগঠনে তেওঁলোকৰ নিযুক্তি পত্ৰ লাভ কৰা সকলৰ বাবে উৎসৱৰ আনন্দ দুগুণ কৰিব। গুজৰাটত দ্বিতীয়বাৰৰ বাবে ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ বাবে নিৰন্তৰ সুযোগ প্ৰদান কৰা আৰু দেশৰ উন্নয়নত তেওঁলোকৰ সম্ভাৱনা কঢ়িয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএ ৰাজ্য চৰকাৰৰ সকলো বিভাগে সৰ্বাধিক সংখ্যক চাকৰি প্ৰদানৰ বাবে নিৰন্তৰে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে নতুন দায়িত্ব গ্ৰহণ কৰা যুৱক-যুৱতীসকলে সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিৰে অমৃত কালৰ সংকল্প সমূহ পূৰণ কৰাত অৰিহণা যোগাব।২৬.০২.২০২৩ তাৰিখে 'মন কী বাত'ৰ ৯৮ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 26th, 11:00 am
বন্ধুসকল, আজি এই উপলক্ষে লতা মংগেশকাৰ জী, লতা দিদিক স্মৰণ কৰাটো মোৰ বাবে অতি স্বাভাৱিক। কিয়নো যিদিনা এই প্ৰতিযোগিতা আৰম্ভ হৈছিল, লতা দিদিয়ে টুইট কৰি দেশবাসীক আহ্বান জনাইছিল যে তেওঁলোকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰাটো আৱশ্যক।দেশবাসীক প্ৰধানমন্ত্ৰীৰ হোলীৰ শুভেচ্ছা
March 18th, 07:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।‘পৃথিৱীৰ বাবে মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত বাজেট-উত্তৰ ৱে’বিনাৰত প্ৰদান কৰা প্ৰাধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 03rd, 10:08 am
এইখন বাজেটত ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমাৰ উদ্যোগ আৰু অৰ্থনীতি দুয়োটা ক্ষেত্ৰৰ বাবেই অতিকে গুৰুত্বপূৰ্ণ। ‘মে’ক ইন ইণ্ডিয়া অভিযান’ দৰাচলতে আজিৰ ২১ শতিকাৰ ভাৰতৰ আৱশ্যকীয়তাও আৰু ই আমাক পৃথিৱীৰ সন্মুখত আমাৰ সামৰ্থ্য প্ৰদৰ্শনৰো সুযোগ প্ৰদান কৰিব। যদি কোনোবা এখন দেশৰ পৰা কেঁচামাল বাহিৰলৈ যায় আৰু সেইখন দেশে সেইবোৰ কেঁচামালৰে উত্পাদিত সামগ্ৰীসমূহ আমদানী কৰে, তেনে পৰিস্থিতি যিকোনো দেশৰ বাবেই লোকচানদায়ক সিদ্ধ হোৱাৰ বাহিৰে আন একো নহয়।প্ৰধানমন্ত্ৰীয়ে 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' বিষয়ত ডিপিআইআইটি ৱেবিনাৰত ভাষণ দিয়ে
March 03rd, 10:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগ (ডিপিআইআইটি)ৰ দ্বাৰা আয়োজিত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। এয়া প্ৰধানমন্ত্ৰীৰ দ্বাৰা সম্বোধিত অষ্টম বাজেট-পৰৱৰ্তী ৱেবিনাৰ। ৱেবিনাৰৰ থীম 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' আছিল।Double Engine Sarkar is the one for the poor, the farmers and the youth: PM Modi
February 20th, 01:41 pm
Prime Minister Narendra Modi today addressed public meetings in Hardoi and Unnao, Uttar Pradesh. Addressing his first rally in Hardoi, PM Modi appreciated the enthusiasm of the people and highlighted the connection, the people of Hardoi have with the festival of Holi, “I know, this time the people of Hardoi, the people of UP are preparing to play Holi with colours twice.”PM Modi addresses public meetings in Hardoi and Unnao, Uttar Pradesh
February 20th, 01:30 pm
Prime Minister Narendra Modi today addressed public meetings in Hardoi and Unnao, Uttar Pradesh. Addressing his first rally in Hardoi, PM Modi appreciated the enthusiasm of the people and highlighted the connection, the people of Hardoi have with the festival of Holi, “I know, this time the people of Hardoi, the people of UP are preparing to play Holi with colours twice.”দেশবাসীক হোলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 29th, 10:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷হোলী উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 10th, 09:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰং, উৎসাহ আৰু আনন্দৰ উৎসৱ হোলী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷ এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “এই উৎসৱে দেশৰ সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক, তাকে কামনা কৰিলো৷”ফাকুৱা উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 21st, 08:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফাকুৱা উৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে৷