নতুন দিল্লীত অনুষ্ঠিত ২১ সংখ্যক হিন্দুস্তান টাইমছ নেতৃত্ব সন্মিলন ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 04th, 07:30 pm
প্ৰথমেই আপোনালোক সকলোৰে ওচৰত ক্ষমা খুজিব বিচাৰিছো কাৰণ মই নিৰ্বাচনী সভাত আছিলো, গতিকে তাৰ পৰা উভতি অহাত কিছু পলম হৈছিল। কিন্তু বিমানবন্দৰৰ পৰা পোনে পোনে আপোনাৰ ওচৰ পালোঁহি।হিন্দুস্তান টাইমছ লিডাৰ্ছশ্বিপ ছামিট, ২০২৩ত ভাষণ প্ৰধানমন্ত্ৰীৰ
November 04th, 07:00 pm
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে হিন্দুস্থান টাইমছ গ্ৰুপে তেওঁক হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট, ২০২৩লৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এই লিডাৰশ্বিপ ছামিটৰ বিষয়বস্তুৰ সৈতে ভাৰতৰ আগুৱাই যোৱাৰ বাৰ্তা হিন্দুস্থান টাইমছ গ্ৰুপে সদায় কেনেদৰে প্ৰেৰণ কৰিছে সেই বিষয়ে আলোকপাত কৰে। ২০১৪ চনত বৰ্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত এই সন্মিলনৰ বিষয়বস্তু ‘ভাৰতক পুনৰ গঢ় দিয়া’ৰ কথা স্মৰণ কৰি তেওঁ কয় যে গোটটোৱে পশ্চাদদৃষ্টি লাভ কৰিছিল যে এই উল্লেখযোগ্য পৰিৱৰ্তন আহি আছে আৰু ভাৰতক পুনৰ গঢ় দিয়া হ’ব। তেওঁ লগতে স্মৰণ কৰে যে যেতিয়া ২০১৯ চনত আৰু অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰি বৰ্তমানৰ চৰকাৰখন পুনৰ কাৰ্যকৰী কৰা হৈছিল তেতিয়া ‘এক উন্নত ভৱিষ্যতৰ বাবে কথোপকথন’ শীৰ্ষক বিষয়বস্তুটো দিয়া হৈছিল। এতিয়া ২০২৩ চনত যেতিয়া সাধাৰণ নির্বাচনৰ সময় সমাগত হৈছে, তেতিয়া শ্রী মোদীয়ে সন্মিলনৰ বিষয়বস্তু ‘বাধা অতিক্ৰম’ আৰু আগন্তুক সাধাৰণ নির্বাচনত বর্তমান চৰকাৰে সকলো অভিলেখ ভংগ কৰি বিজয়ী হৈ ওলাই আহিব বুলি প্রকাশ কৰা অন্তর্নিহিত বার্তাক আলোকপাত কৰে৷ “২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল যিকোনো বাধাৰ ঊৰ্ধ্বত হ’ব”, শ্ৰী মোদীয়ে কয়।For Better Tomorrow, our government is working on to solve the current challenges: PM Modi
December 06th, 10:14 am
Prime Minister Modi addressed The Hindustan Times Leadership Summit. PM Modi said the decision to abrogate Article 370 may seem politically difficult, but it has given a new ray of hope for development in of Jammu, Kashmir and Ladakh. The Prime Minister said for ‘Better Tomorrow’, the government is working to solve the current challenges and the problems.হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
December 06th, 10:00 am
সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নতিৰ বাবে পৰিৱৰ্তন আৱশ্যম্ভাৱী৷ পৰিৱৰ্তনতেই উন্নত ভৱিষ্যতৰ ভেঁটি স্থাপন হয়৷ চৰকাৰে পূৰ্বৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ জৰিয়তে সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে৷PM Modi addresses Hindustan Times Leadership Summit
November 30th, 10:30 am
At the Hindustan Times Leadership Summit, PM Narendra Modi today said that creating a corruption free, citizen centric and development friendly ecosystem was the priority for the Government. Speaking about demonization, the PM mentioned how it brought a behavioural change in the society and helped move towards a formal economy. He termed GST as a vital move and said it was aimed at ensuring transparency in the system.