If the world praises India it's because of your vote which elected a majority government in the Centre: PM Modi in Mudbidri

May 03rd, 11:01 am

Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.

PM Modi addresses public meetings in Karnataka’s Mudbidri, Ankola and Bailhongal

May 03rd, 11:00 am

Continuing his election campaigning spree, Prime Minister Narendra Modi today addressed a mega public meeting in Karnataka’s Mudbidri. May 10th, the day of the polls, is fast approaching. The BJP is determined to make Karnataka the top state and BJP's resolve is to make Karnataka a manufacturing super power. This is our roadmap for the coming years,” stated PM Modi.

প্ৰধানমন্ত্ৰীয়ে সৰ্বাধিক ৰাজহ সৃষ্টিৰ বাবে এইচএএলৰ প্ৰশংসা কৰে

April 01st, 09:21 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিচালনাৰ দ্বাৰা যোৱা বিত্ত বৰ্ষৰ ২৪,৬২০ কোটি টকাৰ তুলনাত বিত্ত বৰ্ষ ২০২২-২৩ৰ বাবে প্ৰায় ২৬,৫০০ কোটি টকাৰ (প্ৰভিজনেল আৰু আনঅডিটেড) উচ্চতম ৰাজহ সৃষ্টিৰ বাবে এইচএএলৰ সমগ্ৰ টীমৰ প্ৰশংসা কৰিছে। কোম্পানীটোৱে যোৱা বছৰৰ তুলনাত এই বছৰ ৮ শতাংশৰ ৰাজহ বৃদ্ধি নথিভুক্ত কৰিছে।

কৰ্ণাটকৰ টুমাকুৰুত ‘টুমাকুৰু ঔদোগিক টাউনশ্বিপ’ৰ আধাৰশিলা স্থাপন আৰু হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 06th, 04:20 pm

কৰ্ণাটক সাধু সন্ন্যাসীৰ পবিত্ৰ ভূমি। ৰাজ্যখনে আধ্যাত্মিকতা, জ্ঞান আৰু বিজ্ঞানৰ ভাৰতীয় পৰম্পৰাক শক্তিশালী কৰি তুলিছে। ইয়াত টুমাকুৰুৰ বিশেষ ভূমিকা আছে। ইয়াত সিদ্ধগংগা মঠে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পণ্ডিত শিৱকুমাৰ স্বামীজীৰ 'অন্ন, অক্ষৰ আৰু আশ্ৰয়' - এই ত্ৰিবিধ দশোহা আগবঢ়াই লৈ গৈছে শ্ৰী সিদ্ধলিংগ মহাস্বামীয়ে। শ্ৰদ্ধাৰ সন্ন্যাসী আৰু সাধুসকলক প্ৰণাম জনাইছো। একে সময়তে শ্ৰী চিদাম্বৰ আশ্ৰম আৰু গুব্বিত ভগৱান চন্নবাসৱেশ্বৰক নমস্কাৰ।

টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ

February 06th, 04:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টুমাকুৰুত হল হেলিকপ্টাৰ কাৰখানা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তদুপৰি তেওঁ টুমাকুৰুৰ টিপটুৰ আৰু চিক্কানায়াকানাহল্লীত টুমাকুৰু ঔদ্যোগিক টাউনশ্বিপ আৰু দুটা জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰ সুবিধা পৰিদৰ্শন কৰাৰ লগতে আৰু গাঁথনি হেংগাৰ আৰু লাইট ইউটিলিটি হেলিকপ্টাৰ উন্মোচন কৰে৷

Congress Government in Karnataka is working only for 'Naamdaars' and not for 'Kaamgaars': PM Modi

May 05th, 12:26 pm

Continuing his campaign trail across Karnataka, PM Narendra Modi today addressed public meetings at Tumakuru, Gadag and Shivamogga. The PM said that Tumakuru was the land to several greats and Saints, Seers and Mutts here played a strong role in the development of our nation.

Modern, Progressive and Developed Karnataka is the BJP’s Vision: PM Modi

May 05th, 12:15 pm

Continuing his campaign trail across Karnataka, PM Narendra Modi today addressed public meetings at Tumakuru, Gadag and Shivamogga. The PM said that Tumakuru was the land to several greats and Saints, Seers and Mutts here played a strong role in the development of our nation.

It is now time to ensure that weapons & equipment of Indian Armed Forces are the best in the world: PM Modi

January 03rd, 04:05 pm



PM unveils plaque for foundation stone for new helicopter manufacturing unit of HAL in Tumkur district

January 03rd, 02:15 pm