ভাতৰ যুৱ প্ৰজন্মই অহা দশকত দেশক নতুন দিশত আগুৱাই নিবঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

December 29th, 11:08 am

২০১৯ বৰ্ষৰ অন্তিম মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক উৎসৱসমূহৰ লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱপ্ৰজন্মৰ বিষয়ে দীৰ্ঘসময় ধৰি কয়৷ প্ৰধানমন্ত্ৰীয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন, স্থানীয় সামগ্ৰীৰ প্ৰতি উৎসাহ যোগোৱা, দক্ষতা বিকাশ কাৰ্যসূচী, জ্যোতিৰ্বিজ্ঞান আৰু সংসদৰ ফলপ্ৰসূ অধিৱেশনকে ধৰি বিভিন্ন বিষয় সামৰি লয়৷

PM’s concluding remarks at All Party Meeting on Jammu & Kashmir

August 12th, 05:10 pm

At an All Party Meeting on Kashmir, Prime Minister Narendra Modi stated that Central Government would take all steps to enhance development journey of Jammu and Kashmir and integrate the State’s youth with the economic mainstream. PM Modi said that prime reason for instability in the region was cross-border terrorism and India would always take necessary steps to combat the menace.