PM addresses New India Conclave
July 16th, 08:10 pm
At the Valedictory function of New India Conclave, PM Modi said that a young India was powering the growth of the country. He said that just like the aspirations and power of the youth, India was doing big and transformative things. “When the future of every citizen improves, the future of India and stature of India in the world improves”, he added.We are future-proofing India in every way, enabling New India to take off: PM Modi
July 16th, 08:10 am
At the Valedictory function of New India Conclave, PM Modi said that a young India was powering the growth of the country. He said that just like the aspirations and power of the youth, India was doing big and transformative things. “When the future of every citizen improves, the future of India and stature of India in the world improves”, he added.বাৰাণসীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 14th, 06:28 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাম নায়ক মহোদয়, ইয়াৰে ওজস্বী, তেজস্বী, পৰিশ্ৰমী, যশস্বী মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ মহোদয়, কেন্দ্ৰৰ মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী তথা পুৰণি মিত্ৰ আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জনতা দলৰ অধ্যক্ষ শ্ৰীমান মহেন্দ্ৰ নাথ পাণ্ডে, জাপানৰ দূতাবাসৰ চাৰ্জ দা এফেয়াৰ শ্ৰী হিৰেকা অসাৰী মহোদয় আৰু বাৰাণসী মোৰ ভাতৃ-ভগ্নীসকল৷বাৰাণসীত বিভিন্ন উন্নয়নমুলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
July 14th, 06:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ বাৰাণসীত ৯০০ কোটি টকা ব্যয় সাপেক্ষ কেইটামান প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পবোৰৰ ভিতৰত বাৰাণসী চহৰ গেছ বিতৰণ প্ৰকল্প আৰু বাৰাণসী-বালিয়া মেমু ৰে’ল উল্লেখযোগ্য। ইফালে, প্ৰধানমন্ত্ৰীয়ে পঞ্চকোচি পৰিক্ৰমা মাৰ্গ আৰু স্মাৰ্ট চিটী প্ৰকল্প আৰু নমামি গংগা প্ৰকল্পৰ অধীনস্থ কেতবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ(আইচিচি)ৰো আধাৰশিলা স্থাপন কৰে।