ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ‘গ্ৰেণ্ড-কলাৰ অব দ্যা অৰ্ডাৰ অব তিমুৰ-লেষ্টে’-ৰে সন্মানিত হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 11th, 11:07 am
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড-কলাৰ অব দ্যা অৰ্ডাৰ অব তিমুৰ-লেষ্টে’-ৰে সন্মানিত কৰা প্ৰসংগত কৰা এক ‘টুইট’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অপৰিসীম গৌৰৱ প্ৰকাশ কৰিছে। এই সন্মানীয় বঁটাই ভাৰত আৰু তিমুৰ-লেষ্টেৰ মাজত থকা গভীৰ সম্পৰ্ক আৰু পাৰস্পৰিক সন্মানকে আলোকপাত কৰে।PM congratulates President on being bestowed the highest civilian award of Fiji
August 06th, 05:29 pm
The President of India, Smt Droupadi Murmu has been bestowed the highest civilian award of Fiji, Companion of the Order of Fiji.২২সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত যৌথ বিবৃতি
July 09th, 09:54 pm
২৷ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু দেশৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ চেন্ট এণ্ড্ৰু দ্য এপষ্টল বঁটাৰে সন্মানীত কৰে।প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে
July 09th, 08:12 pm
ক্ৰেমলিনৰ ছেইণ্ট এণ্ড্ৰিউ হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দ্য অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপষ্টলৰে সন্মানিত কৰে। উল্লেখ্য যে এয়া ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। স্মৰ্তব্য যে এই বঁটা ২০১৯ চনত ঘোষণা কৰা হৈছিল।Prime Minister conferred with the Grand Cross of the Legion of Honour
July 13th, 11:56 pm
PM Modi was conferred with the Grand Cross of the Legion of Honour, France's highest award, by H.E. Mr Emmanuel Macron, President of the Republic of France. PM Modi thanked President Macron for this honour on behalf of the people of India. The award ceremony took place at the Elysee Palace in Paris.List of Highest Civilian Honours and International Awards Bestowed on PM Modi
May 22nd, 12:14 pm
Prime Minister Narendra Modi has been conferred highest civilian honours by several nations. These recognitions are a reflection of PM Modi’s leadership and vision which has strengthened India’s emergence on the global stage. It also reflects India’s growing ties with countries around the world.ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানীত কৰিলে প্ৰধানমন্ত্ৰী
December 17th, 08:42 pm
ভূটানৰ মহামহিম ৰজা জিগমে খেশৰ নামগ্যাল ৱাংছুকে দেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গ্যালপো’ৰে সন্মানীত কৰিছে৷ শ্ৰী মোদীয়ে এই উষ্ম ভাৱনাৰ বাবে ভূটানৰ মহামহিম ৰজাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷