জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 26th, 09:30 am
লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে
July 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।প্ৰধানমন্ত্ৰীয়ে ১৩ অক্টোবৰত হিমাচল প্ৰদেশৰ উনা আৰু চম্বা ভ্ৰমণ কৰিব
October 12th, 03:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ অক্টোবৰত হিমাচল প্ৰদেশ ভ্ৰমণ কৰিব। উনাত প্ৰধানমন্ত্ৰীয়ে উনা হিমাচল ৰে'ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব। ইয়াৰ পিছতে এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আইআইআইটি উনা দেশবাসীলৈ উৎসৰ্গা কৰিব আৰু উনাত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে চম্বাত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দুটা জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)-৩ ৰ শুভাৰম্ভ কৰিব।কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 10th, 10:31 am
'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing
September 10th, 10:30 am
PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে ২৫ আগষ্টত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ ৰ গ্ৰেণ্ড ফাইনেলত ভাষণ প্ৰদান কৰিব
August 23rd, 04:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টৰ সন্ধিয়া ৮ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ গ্ৰেণ্ড ফাইনেলত ভাষণ প্ৰদান কৰিব।Seventh meeting of Governing Council of NITI Aayog concludes
August 07th, 05:06 pm
The Prime Minister, Shri Narendra Modi, today heralded the collective efforts of all the States in the spirit of cooperative federalism as the force that helped India emerge from the Covid pandemic.গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 12th, 06:40 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে
March 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।বিভিন্ন জিলাৰ দণ্ডাধীশসকলৰ সৈতে হোৱা কথোপকথনৰ পিচত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সমৰণি মন্তব্যৰ পাঠ
January 22nd, 12:01 pm
জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।বিভিন্ন জিলাত গুৰুত্বপূর্ণ চৰকাৰী কর্মসূচীৰ ৰূপায়ণ সন্দৰ্ভত জিলা শাসকসকলৰ সৈতে প্রধানমন্ত্রীৰ মতবিনিময়
January 22nd, 11:59 am
জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।উত্তৰপ্রদেশৰ মীৰাটত মেজৰ ধ্যানচাঁদ ক্রীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
January 02nd, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 02nd, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।জয়পুৰ ‘চিপেট : পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 30th, 11:01 am
কিছুবছৰ আগলৈকে দেশৰ চিকিত্সা ব্যৱস্থাৰ অৱস্থা কি আছিল আমি সকলোৱে দেখিছো। ২০০১চন, আজি মই, ২০বছৰৰ আগতে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলো, চিকিত্সাৰ স্থিতি তাতো বহুত প্ৰত্যাহ্বানপূৰ্ণই আছিল। সেয়া লাগিলে চিকিত্সা আন্তঃগাঁথনিয়েই হওক, চিকিত্সা বিজ্ঞানৰ শিক্ষাই হওক, অথবা চিকিত্সা প্ৰদানৰ ব্যৱস্থাপনাই হওক, সকলো ক্ষেত্ৰতে দ্ৰুত গতিৰে কাম কৰাৰ প্ৰয়োজন আছিল। আমি সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি লৈছিলো আৰু সকলোৱে মিলি পৰিস্থিতি সলোৱাৰ প্ৰয়াস কৰিছিলো। গুজৰাটত সেই সময়ত ‘মুখ্যমন্ত্ৰী অমৃতম যোজনা’ৰ অধীনত দুখীয়া পৰিয়ালক ২লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল। গৰ্ভৱতী মহিলাক হাস্পটালত প্ৰসৱ কৰোৱাৰ বাবে ‘চিৰঞ্জীৱি যোজনা’ৰ অধীনত উত্সাহিত কৰাৰ দিহা কৰা হৈছিল, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন বচোৱাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পৰা গৈছিল। চিকিত্সাবিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুটা দশকৰ অশেষ প্ৰয়াসৰ সুবাদত গুজৰাটে চিকিত্সা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা প্ৰায় ৬গুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।জয়পুৰত চিপেটঃ ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জিৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
September 30th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত চিপেট : ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জি উদ্বোধন কৰে৷ তেওঁ ৰাজস্থানৰ বাঁশৱাড়া, ছিৰোহি, হনুমানগড় আৰু দৌছা জিলাত ৪খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷ প্রধানমন্ত্রীয়ে ৰাজস্থানৰ এই ৪খন চিকিৎসা মহাবিদ্যালয় আৰু চিপেট প্রতিষ্ঠানৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়৷ তেওঁ কয় যে ২০১৪ চনৰ পাছত ৰাজস্থানৰ বাবে ২৩খন চিকিৎসা মহাবিদ্যালয় অনুমোদন দিছে কেন্দ্রীয় চৰকাৰে আৰু ৭খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ কৰা হৈছে।এইদৰে মোদী চৰকাৰে শিক্ষা খণ্ডটোৰ ৰূপান্তৰ সাধন কৰিছে
September 07th, 12:03 pm
মোদী চৰকাৰখনে প্ৰাথমিক, উচ্চ আৰু চিকিৎসা শিক্ষাক কেন্দ্ৰ কৰি শিক্ষা খণ্ডটোত দ্ৰুত গতিৰে ৰূপান্তৰ সাধনত গুৰুত্ব আৰোপ কৰি আহিছে। ২০১৪ ৰপৰা, মোদী চৰকাৰে নতুন আইআইটি (IIT), আইআইএম, আইআইআইটি (IIIT), এনআইটি আৰু এনআইডিসমূহ স্থাপনৰ কথা ঘোষণা কৰিছে। ২০১৪ ৰপৰা প্ৰতি বছৰে এখনকৈ নতুন আইআইটি আৰু আইআইএম আৰম্ভ কৰি অহা হৈছে।প্ৰধানমন্ত্ৰীয়ে ৭ ছেপ্টেম্বৰত শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ দিব
September 05th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ছেপ্টেম্বৰ, ২০২১ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ প্ৰদান কৰিব। তেওঁ অনুষ্ঠানটোৰ সময়ত শিক্ষা খণ্ডত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰো শুভাৰম্ভ কৰিব।অন্যান্য পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক চিকিৎসা পাঠ্যক্ৰমত সংৰক্ষণ প্ৰদান কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তক প্রধানমন্ত্রীৰ প্রশংসা
July 29th, 05:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ শৈক্ষিক বৰ্ষৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ মেডিকেল/ডেণ্টেল পাঠ্যক্ৰমসমূহৰ বাবে অখিল ভাৰতীয় কোটা যোজনাত অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি)ক ২৭ শতাংশ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰিবলৈ চৰকাৰে লোৱা ঐতিহাসিক সিদ্ধান্তৰ প্ৰশংসা কৰে।